পৃষ্ঠা:হেমকোষ.pdf/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গৰ্ভাগু

আলচ; গৰ্ভাণ্ডজু, বি. (সং, গৰ্ভ, পেটত সন্তান থকা ঠাই + অ, কণী + জন, জন্ম গৰ্ভতে কণী ফুটি পোৱালি জগি বাজ হোৱা, oviparous. গভাষা, স. শ. ( সং, গৰ্ভাধানগৰ্ভ, পেটৰ সন্তান + অধান, গ্ৰহণ) প্ৰথম গৰ্ভ হোৱাৰ আগেয়ে কৰা এটা ক্ৰিয়া, a ceremony perforried prior to the first conception. গৰ্ভাশয়, স. শ. (সং, গৰ্ভ, ভিতৰ+ আশয়, অভিপ্ৰায় ) মনত থকা ভাব, অভিপ্ৰায়; af 1, the secrets of the mind, internal thought, intention, গৰ্ভিণী, বি. গভযুক্তা, গভ-হোৱা, গভাৰতী, গাভিনী, pregnant, going with young. গহ, স. ধ( সং, গাই, দোষ দি) দোষ দি, দাই ধৰ; বেয়া প; নিন্দা কৰ, গৰিহণ। কৰ; যেনে, দুষ্টক সকলোৱে গহেঁ, to coitsure, to despise. গমুচি, “গড়মুচি” চো। গহণীয়, বি. (সং. গণীয়-গহঁ, দোষ ধব) নিন্দনীয়, দোষ দিবৰ যোগ্য, censurable, vilc, contemptible. গহিত, কই. বি. (সং. গহিত-গৰ্হ, নিন্দ, দোষ দি) নিন্দিত, দোষ দিৰা, গৰিহা খোৱা, নীচ, মন্দ, censured, despised, vile. গল, অ, ধ, (সং, গল, দ্ৰৱ হ) ঐৱ হ, yu, to melt. গল, স. শ. (সং. গলগল, গিল; তাৰে গিলা যায়, এতেকে) কণ্ঠ, টেটু, the throat, গলগণ্ড, স. শ. {সং, গলগণ্ডগল, ঐ+ গণ্ড, গৰ) গঁৰল, ডিঙ্গি ডাঙ্গৰ হোৱা catst, the goitre. গলগ্ৰহ, স, শ, (সং. গলগ্ৰহ—গল, ডিঙ্গি + গ্ৰহ, ধৰ; ডিঙ্গিত লগা) কলহ, something troublesome and bur- densome, an incumbrance. গলয়া, স. শ. (অং, গল, ডিঙ্গি, অৰ্থাৎ গন্ধ। নাৱৰ আগটিৰ পাচ ভাগ) ভাঙ্গৰ নাৱৰ আগটিৰ ওচৰত ৰঠা-ধৰা মানুহ, one who manages the prow of a boat. গল, স. বা. (অঃ, গল, পমি যা) সুৱ কৰ, to cause to be melted. . গলাগোপা, স. শ. (অং. গল, ডিঙ্গি + গোপা, গোপন } ডিঙ্গিৰ ভিৰতে, অৰ্থাৎ সৰু-সৰুকৈ কথা কৈ কৰা গোপনে কৰা আলচ; গোপনে কোৱা Patatál, secret consultation, sceret conversation. গলিত, কদ, বি. (সং. গলিত--গল, টোপা- টোপে প) গেলা, rotton. (সং. বং, গল, পমি যা) ভালকৈ পকি বা সিজি সমুদায় ভাগ সমানে কোমল হোৱা, thoroughly ripencil or boiled. গলিয়া, ২. ধা. { অং. গাল, ক্ষুদ্ৰ বস্তুৰ সমূহ) গাল মা, মুঠিয়ে-মুঠিয়ে মুখত ভৰ; যেনে, চাউল গলিয়ায়, to put into the mouth handful by landful, as grain, &c. গলিয়া গলি, স. শ. ( অং. গালি, তিৰস্কাৰ) এটাই আনটোক গালি-পৰা কাৰ্য, tle act of abusing cach other. গলগলীয়া, বি. (অ. গ, ডিঙ্গি ডিঙ্গিৰ পৰা ওলোৱা, গহীন (মাভিত খাটে ), coming from the throat, guttural, not shrill. গলগলীয়া, বি. (সং. গ, টোপাটোপে পৰু বৰকৈ পকা, পকি ৰহ-দিয়া, over-ripe. গ-চেপ, বি. ডিঙ্গি-চেপ, চিঞা ডিঙ্গিযুক্ত, narrow-noeke, গলঢাবি, } স. শ. (অ. গ, ঐ+ ঢাপলি, গালি, খেৰব পৰলি, তাৰ নিচিনা, এতেকে) গলবিচনী, the devlap of cattle. গলধন, স, শ, { অং. গল, ডিঙ্গি} ডিঙ্গিৰ 5475 57st, the back of the neck. গন্ধা, স. শ. { অং গল, ডিঙ্গি+ধৰা, যি