পৃষ্ঠা:হেমকোষ.pdf/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গণ্ডা ২৪৭ গদহ . + স্থল, ঠাই) গাল; ঘাইকৈ, হাতীৰ কাণ-সতাৰ ওচৰৰ ঠাই, tlic check, the temple of an elephant. গা, সংখ্যা, (ব. গণ্ডা, চাৰিটাৰ সংখ্যা) এক আঁড়া, চাৰিটাৰ লেখ, four, count- ing lıy fours. গণ্ডুষ, স. শ. { সং. গণ্ডুষ-গড়, টোপাটোপে প) হাতৰ তলুৱাৰ ঠোলাত ধৰা পানী, as much water as can be taken in the palm of the hand. গণ্য, বি. {সং. গণ্য ---গণ, সংখ্যা কৰু, লেখত লবৰ যোগ্য ) ডাঙ্গ বা শ্ৰেষ্ঠ বুলি গণিবৰ যোগ্য, মান্য; যেনে, গণ্য, মান্য লোক; ধৰ্ত্তব্য, ধৰিব লগা; যেনে, এই CST , deserving of res. pact it to be credited. . গত, স. শ. (সং. গতি, তাৱস্থ অবস্থা, প্ৰকাৰ, প্ৰভাৱ; যেনে, সি কি গতৰ মানুহ কব নোৱাৰি; ভাল মানুহৰ গতেৰে ঢলিবা; কাম কৰিবৰ ভাও; যেনে, এই কামৰ গত নেপাওঁ, latural disposition; the manner of duing anything. গত, বৃদ, বি. (স.. গত-গম, গতি কৰ। যোৰ, ভুত; যেনে, গত কাল, jast, colle. গত, স, ধ, ব. গতান, সমৰ্পণ) সমৰ্পণ কৰ, হাতে হাতে দি, শোধাই দি, to inake over, to deliver. গাওঁতা, কদ, স, সমৰ্পণ-কৰে, শোধাই fršti, one who delivers something. গতানুগতিক, বি. (সং. গতানুগতিক—গত, যোৱা + অনুগতি, আনৰ পাচত গমন) লোকে যেনে কাৰ্য্য কৰে তেনেকৈ চলা; যেনে, সংসাৰ গতানুগতিক, following the custom or the conduct of others, imitating others. . গতায়াত, স. শ. (স’ গয়াত - গত, যোৱা + আয়াত, অহ) অহা-যোৱা, গমনাগমন; যেনে, তালৈ মানুহৰ গতা- য়া নাই, intercourse, গতায়ু, বি. (সং. গয়ুস--গত, যোৱা আয়ুস, জীৱন) মৃত, মৰা, deal. গতি, স. শ. (সং, গতি-গম্, যা} গমন, যোৱা কাৰ্য; যেনে, বৈকুণ্ঠলৈ গতি কৰিলে। খোজ কঢ়াৰ প্ৰকাৰ; যেনে, ৰাজহংসৰ গতি; দশা, অৱস্থা; যেনে, তাৰ এনে গতি হব বুলি নেজানিছিলো; মানুহৰ মূৰ পাচত হোৱা অৱস্থা, ঘাইকৈ মুক্তি; যেনে, সন্ত লোকে গতি পায়; স্বভাৱ, আচৰণ; যেনে, লৰাটোৰ গতি বেয়; মাশয় সহায়; যেনে, ঈশ্বৰ astfea afo, the act of yoing, motion, guit', state, condition; final condition; deliverance, Con- duct, refuge. গতিকে, ক্ৰি. বি. দৈবাত, কোনো বিশেষ কাৰণত থাকি; যেনে, সেই দিন। গতিকে et catafacan, for some reason or other. গতি মতি, স, শ, (সং, গতি, আচৰণ +মতি, মন } সভাৰ, আচৰণ; যেনে, মানুহৰ গতি-মতি বুজিহে তাৰ লগ লব লাগে, disposition, character. গতিহী, বি. (সং, গতিহীন-গতি, গমন +হীন, নথকা) লবিক চৰিব নোৱৰা; যেনে, কৃমি দুমাহ গতিহীন হৈ পৰি আছে; সহায় নথক, উপায় নথকা; যেনে, গতিহীন মানুহৰ কোনে মুখলৈ চায়, পৰকালত যুক্তিৰ আশা নথকা; যেনে, হে প্ৰভু! গতিহীন গতি দিয়া, motionless, having no lope of salvation, helpless. গতে গতে, ক্ৰি. বি. ( অং. গ, প্ৰকাৰ। উচিতৰূপে, যত যি বস্তু যেনেকৈ পৰ লাগে সেই দৰে; যানে, বস্তুবোৰ গতে গতে থলেহে সময়ত পোৱা যায়, in proper ordler. গদলা, স. শ. (সং, গজ, হাতী) হাতী বা ঘোঁৰাৰ গাদীৰ তলত পৰা এবিধ তুলী, a quilted cloth spread under a saddle or elephant's pal, a housing, গদহ, বি. (সং, গদা, এবিধ গধুৰ টাঙ্গন) গধুৰ আৰু ডাঠ; যেনে, পীৰা খান গদহ