পৃষ্ঠা:হেমকোষ.pdf/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪১ third evening after marriage in the names of brile aud briley room. খোৰ, স. শ. (সৎ, কোট, গছৰ খোৰো} সৰু গাঁত; লুকাই থকা ঠাই, a cavity or hole, a retreat. খোৰ ওল, উৱাদিহ ওলা; যেনে, সেই 2013 C7 GATELE, to find a clue of. খোৰ ল, অনুসন্ধান কৰ; যেনে, চুৰ কৰা বস্তুৰ খোৰ লবণ, t) inquire. খোৰ, অ. . (সং. খোৰ, পেঙ্গুৰ। ই ) পেঙ্গুৰিধাই যা, ঠেং ভগাৰ দৰে গতি ক; যেনে, গৰুটোৱে খোৰাইছে, to timp, to walk lame. fo. (aydi, লেকেচিয়াই গতি কৰা, lame, crippled. স. শ. পেঙ্গুৰা মানুহ, a lane man. (স্ত্ৰী) বি. স. শ. খুৰী। থোৰা। স. শ. (যাং, খুৰাক) আহাৰীয় খোকি, বস্তু বা তাক কিনিবলৈ দিয়া , food or money allowed to purchase it. খোচনি, স, শ. মুগাৰ দীঘ, কপাহীৰ বানি, গোট গাই ফুল বচা এবিধ কাপোৰ; খোৰা-বাচনি ফুল বুচা কিছু খেচৰ আৰু তাক বাচিলে সিপিনী খুৰী হয় বুলি কয়, a kind of cloth, consisting of Muga silk and cotton thread. থোৰোৎ, স. শ. (সং. কোটৰ গছৰ ধেন্দ) ধোন্দ; যেনে, ফেঁচাই গছৰ খোৰোঙ্গত বাহ লয়, a lollow in a tree. খোৰোচা, স. শ. চেঁাচনি গাঁঠি, টান মাৰিলে চাপ খাই যোৱা গাঁঠি, a noose, a slip knot. খোল, স, ধা. ( স. খুড়, কাট, গছৰ খোৰো} কাঠ বা বাঁহত বিন্ধা কৰ, ফুটা; যেনে, চলতি খুলিছে, to hollow out, to nako a hole in. 7. * sire, দ-ঠাই; এতেকে কলা পটুৱাৰ এবিধ দ- ofta, a hollow, a cavity, a deep plate made from the sheath of a plantain tree. বি. মাজ-দ, গোতেং, hollow, খোল, স, শ, { হিং, বৎ খোল, এবিধ বান) 16 ভিতৰ ফোপোলা, দুই মূৰ চালেৰে ছোৱা এবিধ বাদ্য, a kind of drum. খোলনি, স. শ. (অ. খোল, বিন্ধা কৰ) কাঠ-বাঁহ আদিত দিয়া বিন্ধা, a lolow made in tinker, &c., a juortise. খোলা, স. শ. (সং, খেলকৃ; পাক-পাত্ৰ আৰু তামোলৰ বাকলি; বং. খোলা, পাক পাত্ৰ } চিব সান্দহ ভজা মাটিৰ পাত্ৰ; ভগা মাটিৰ পাত্ৰৰ এক খণ্ড; গুটিৰ শাহ ঢাকি থকা টান আৰু ডাঠ আবৰণ; যেনে, নাৰিকলৰ খোল; কণীৰ ওপৰৰ ঢাকনী, মূৰৰ হাড়, an earthen frying- pant, a piece of : broken carthien pot, the shell of a nut, an egg, &v., the skull. খোলাকটি, স, শ, মাটিৰ ভগ পাত্ৰৰ সৰু e, a snall potsherd. খোলাচপৰীয়া, । ম. শ. ( অং. খৈাল, খোলাচপৰীয়া-পিঠা, ভগ মাটিৰ পাত্ৰ + চপৰা, ডোখৰ; এডোখৰ খোলাৰ নিচিনা দেথায় এতেকে গুড়েৰে মিহলি ছিল- বটা মাজত সুমাই দি ভজা এবিধ চেপেটা fakt, a kind of pastry. খোলা-মুগ, স. শ. (অ, খোলা, টান আৰু ডাঠ আবৰণ + মুগা, এবিধ পলু) পখিল জগি এৰি যোৱ মুগাৰ খোলা বা বাহ, the case or covering of the chrysalis of the Muga silk worn left by the insect ou reaching the wingal state. খোৱা, স. শ. (অং. খা, লাগি ধৰ) বাৰৰ বা দুৱাৰৰ তলৰ বা ওপৰৰ ভাগত বা এতিও খুৱাই দিয়া খোল। বাহ, a grooved bamboo on which is placed the lower end of a roed wall or which is attached to the top or to one of the sides of the latter or to the top or bottom or to a side of a door. খোৱ, স. শ. (বৎ, খেয়া, নৈ পাৰ হোৱা) নৈৰ পাৰৰ পৰা আন পাৰলৈ কৰা গতি, the act of rowing towards the opposite bank. .