পৃষ্ঠা:হেমকোষ.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোটালী ২৪ খোটালী, কোঠালী” চোৱা। খোক, অ, ধ. বৰকৈ ভাগ; যেনে, বাটি- টো খুকৰিছে, to be broken. (বৰ চলতি নাই)। খেকোজা, স, শ, অশুচি বোধ; যেনে, অজাতিক চুলে মনত থোকোজা লাগে; পঢ়োতে বা মাৰ্তোতে কৰা থকাথৈয়া; যেনে, খোকোজা নলগাকৈ পঢ়িব লাগে, feeling of impurity of one's sell; hesitation or an awkwarl pause made in realing or speaking. খোকোৰা, বি. (গৎ. খোকৰ, বৰকৈ ভাগ) ভাগি জোখৰু তোৰ হোৱা, বৰকৈ ভগা, Tyrisken to pieces. খেকোৰা-দোদোৰ, বি. ভগা আৰু পো- টোকা পৰা; ভগ। কুটা, roke and battereil or dinted. খোখাৱা, অ. দা. { তা. খো-খে, খোন মানুহৰ কথা লাগোতে হোৱা শব্দ ) খোনাৰ দৰে কথা ক, t() stallmen, খোজ, স. শ. ভৰিৰ হেঁচাৰ দ্বাৰা বহি ৰোৱ চিন; যেনে, বাঘৰ খোজ; ভৰিৰ গড়ি, মাটিয়ে যাওঁতে ভৰিৰ চালনা; যেনে, “খোৰাৰ খোজে পতি অপৰাধ , a footprint, a step, a pace. খোজ কাঢ়, ভৰি চলা; যেনে, লৰাই খোজ কাঢ়িছে, to walk. খো, স. বা. যা কৰ, মাগ, পাবলৈ প্ৰাৰ্থনা কৰ; যেনে, মগনিয়াৰে ভিক্ষা certce, to beg, to ask for. খো বাঢ়, বিয়া কৰিবলৈ ছোৱালী খোজ, to ask for a girl in marriage. খোজ লৰা, জাক ফুৰ, মতাৰ সঙ্গ ল, পথাৰ ফুৰ; যেনে, গাই জনীয়ে খোজ লৰাইছে, to copulatu as a female animal. খোজ, বৃক্ষ, স, খোজা কাৰ্য, মাগন, প্ৰাৰ্থনা, tlie act of begging or asking for. খেজনীয়া, বি. খুজি লোৱা, ভিক্ষা কৰি পোৱা; যেনে, থোজনীয় বস্তু, acquired by begging, . খোবাখুৰী খোজে-পতি, ক্ৰি. বি. প্ৰতি বোজতে, পদে 777, at overy step. খোদাৱ, স. শ. ( যা, খুদাৱ, প্ৰভু } প্ৰভু, স্বামী, গৰাকী, lord, master. খোনা, বি. ( অং, খোখো, কথা নোলোৱাত হোৱা শব্দ) খকজা লগাই কথা কোৱা, মাত নোলোৱাত থকাথমকা কৰা, stam ering'. স. শ. খোকোজা-লগাই কথা। কোৱা মানুহ, a staincrer. (স্ত্ৰী) খুশী। খোপ, স. শ. ভৰি দিবৰ চেলু, ভৰি দিলে নিপিছলা দ ঠাই; যেনে, মইনা-পৰীয়াই খো? কাটি গছত উঠে, step, fart- hold. অ, ধা: চেলু চাই ভৰি দি, সাৱধান হৈ খোজ দি, মাটিত ভৰিৰ আঙ্গুলি পুতি ধৰ; যেনে, পিছলা বাটত খুপি-খুপি 42 atest, to walk cautiously, to press in the toes to prevent slipping . খোপনি, স. শ. পিছল ঠাইত খোজ কাটোতে ভৰিৰ আঙুলিৰে দিয়া হেঁচা; যেনে, পিছল ঠাইত খোপনি নবহিলে মানুহ 972, pressure put on the ground with the toes in walking in onder to prevent slipping. . থোপ, স. শ. {সং. ক্ষুপ, সৰু জো; হিং. বং, খোদ, চুলিৰ গাঁঠি) চুলি গোটাই মূৰৰ মাজত বা গলধনত দিয়া sites, a kaut of hair tied on the top of, or behind the head. খোবাখুৰী, স. শ. এহাল ভূত-ভূতুনী; “খোবা,” মতা; “খুৰী, মাইকী। সিহঁতে সদাশিৱৰ বৰত নকৈ বিয়া-হোৱা দৰা- কন্যাৰ গাত প্ৰবেশ কৰে বুলি বিশ্বাস আছে; এতেকে বিয়াৰ তিন দিনৰ দিনা গধুলি সিহঁতৰ নামে নৈবেদ্য আগ বঢ়াই সবাই কৰা যায়, a couple of demons (male and female) who are sup- posed to take possession of the persons of a newly-married bride and bridegroom and to propitiate, whom offerings are made on the