পৃষ্ঠা:হেমকোষ.pdf/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খেৰশণী। খৈয়া খেশণ, স. শ. (অ. খেৰ, ধানৰ গোট নথকা গছ+শেণী, ধানৰ থোকৰ ডাল ) গুটি নথকা এল ধান-খেৰ, paddy. straw. খৰী-ঘৰ, স. শ. খেৰেৰে ছোৱা ঘৰ, a tlatched lionse. খেৰে, বি. (অং. থেচ, অধম ) অধম, নীচ, $77, low, vile, contemptille. গৰেপ, বি. ( যাই. খৰাৱ, মন্দ) মূতৰ দৰে দুৰ্গন্ধ; যেনে, সেই কাপোৰৰ খেৰেপ গন্ধ ওলাইছে, offensive snnel- ing like urine , খেপা থেৰেপু, ক্ৰি. বি. মূতৰ দৰে { গত যেনে, ঘাম-লগ কাপোৰ খবেপা খেৰে গোন্ধায়, sinelling like urine. খ, স. শ. (স. খেলন, ধেমালি) ধেমা- লিৰ উপায়; যেনে, সঞ্চ-চৌপট দি, শুৰুষে তিৰোতাৰে সৈতে কৰা গুপ্ত প্ৰীতি। যেন, ডেকা-ডেকেৰীয়ে গেল কবে, play, a pastime', a game of carls, an intrigue or serret love affair. , স. শ. { অং. গলি, সদায় আহ-যোব। কৰা ঠাই) একে লগে খোৱ থকা আৰু একে ধৰ্ম্মত প্ৰবৰ্ষা মানুহৰ সমাজ; নাই বেলেগ বেলেগ কামৰ নিমিত্তে কৰা মানুহৰ শ্ৰেণী, a fratermitv, it. yuill, a division of people made by the Raja for a specific work. খেলনাও, স. শ. (অৎ, খেল, ধেমালি + না, নৌকা} ধেমালি কৰা নাও, # palcasure bal, a racing boat. খেমেল, বিসি. থে, সঞ্চলন কৰ বা লৰচৰ ক + মেল, অনুৰূ.) লেটিপেটি, বিশৃঙ্খল, সানমিহলি; যেনে, বস্তুবোৰ (49907 537, confused, disordered. খেল, স. শ. (স’ খেলা--খে, সঞ্চালন কৰ ধেমালি, ক্ৰীড়া, play, lastine, game. , খেলা, স. ধা.. পৰিচালন কৰি ধেমালি কব; যেনে, ৰজাই চৰা-নাও খেলাইছে, পাষটি (397, to amuse by moving some. thiny. খেলিমেলি, স. শ. ম. খেলমেল, বিশৃঙ্খল) বিশৃঙ্খলা; হুলস্থুল; (onfusion, tunult. খেলুৱা, স, শ, { অ' থেল, সমাজ, শ্ৰেণী } কোনো এক খেলৰ বা শ্ৰেণীৰ মানুহ, a person belonging in a certain fra- ternity or class , খেলুৱাই, স. শ. খেলত নিপুণ লোক; খেলুৱৈ, আৰিবান্ধি পেল খেলোত, a person skilful in games of play, al gambler. খেৱা, স. ধ. {তা- খেও, জাল পেলাই ভোলা কাৰ্য্য) মাছ ধৰিবৰ নিমিত্তে পানীত পেলাই টানি তোল, ( জালত খাটে); যে, টমে জল খেৱায়, to cast into water and ring out as a net. থেৱালি, স. শ. { অং. থেৰ!, ঐ } পানীত হাতেৰে দলি মাৰি পেলাই মাছ-ধৰা এবিধ জাল, a kinil of fishing net which is cast into the water with ilie hand খাটে); ৯. শ. চীন দেশ, China. খে দেশ, খেটে, বি, মলিন, ফেদেল; লেতেৰা, dirty, slovenly, of filthy habits. থেস্থগীয়া, বি. খেহ বোগে ধৰা, consump tive. . খে-ৰোগ, স. শ. (সং. ক্ষয়ৰোগ, খণই যোৱা ৰোগ ) জুৰ কাহ হৈ শুকাই খীণাই যোৱা ৰোগ, যক্ষ্মা, ulinonary fon- sunsption. খৈয়া, স. শ. (স.. খেৰ, পৰিচৰ্যা কৰ) তলপ দিন হাল-কোৰ বোৱা-আদি ইতৰ কাম কৰিবলৈ ৰখা ভাত-কাপৰীয়া চাকৰ; যেনে, খৈয়া ধৰি হল বোৱাইছে। আনৰ প্ৰতিনিধিৰূপে ইতৰ কাম কৰিবলৈ নিযুক্ত হোৱা মানুহ, a temporary laborirer, a person temporarily em- ployed to perform any manual