পৃষ্ঠা:হেমকোষ.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খেকখেকনি খেতিয়ক কৰাৰ নিচিন! মাত, all imitative sound rised to express the chatter of a moukey or hawking of the throat. খেককেনি, স. শ. বান্দৰৰ মাত, ডিঙ্গি পৰিষ্কাৰ কৰাব শব্দ; উচ্চ ঘঁহিব শব্দ, chatter of a monkey, the sound of clearing the throat, or of a laugh. (খকৃখেক, অ, ধ, বান্দৰৰ দৰে শব্দ ক; ডিঙ্গি পৰিস্কাৰ কৰ; বৰকৈ হাঁহ, to chatter, na a monkey, to hawk, to laugh loudly. . খে, বি. (অং. খিচ, মল-মূত পৰি হোৱা বোকা) অধম, নীচ; যেনে, খেচ মানুহ, fow, vile, men, স, শ, অধম, নীচ লোক; যেনে, খেচৰৰ খেচু আখেচ, a vile contemptible person. খেচু, অনুক, দা-দি চোকা অস্ত্ৰেৰে কোব মৰাৰ নিচিনা শব্দ, it imitative soumat 12sed to express that produced in striking with a sword. খেচূখেচনি, স. ধ. ( খেচ খেচ, অনুক. } ধাৰ সাবি বা বস্তু খুজি কৰা আমনি, the annoyance caused by dunning, importunity. খেচূখেচা, স, শ, ধাৰ সাধি বা বস্তু খুজি আমনি কক্, to tun, to impportune. খেচূখেচীয়া, বি. ধাৰ সাধি বা বস্তু খুজি আমনি কৰি থকা, ৫lunning, in- portunate. খেচ, স. শ. { সং. খেচৰ-খ, আকাশ + চ, গতি ক) চৰাই; ভূত-প্ৰেত, Faol, a bird, a spirit (good or evil). খেচা, স. ধ. ( হিং. খিজালা, আমনি কৰ ) ঘনে ঘনে ধৰ সাধি বা বস্তু খুজি afar 57, to vex by importunities. খেচালতু, স, শ, চোকা মাতেৰে ঘনে খেচালনি, ঘনে ধৰ সাধি বা ঘনে ঘনে একেটা বস্তুকে খুজি কৰা আমনি; যেনে, হাতত ধন পাৰ্কোতে ধৰুৱাৰ খেচালনি (1 905, annoyance caused by frequently demanding the payment of a debt, the act of ding, importunity. খেচে মা, স. শ. কটাৰী ডবুল মাহ, এবিধ পকিলে গুটি বঙ্গা হোৱা মাহ, 1 kil of pulse. খেচেৰাই, ক্ৰি. বি. { অং. খেচ বা খেচে কৰে, খেচে, কোৰ মৰাৰ শব্দ। খেচেৰ শব্দ কৰি একে কোবেই; যেনে, (4126449 Focay, with a single low. “খেচ-কৰে এনেও হয়। গচৰা, বি. পোণে পোণে হোৱা ডেকা, নতুন যৌবন পোৱ, youthful. খেটেং, অনুক, “খটং” চোখ। খেটেং মেটেং, স. শ. { অং. খেটে, তনুক, +মেটেং, অনুৰূ,) অলপীয়া বিবাদ, ৪ slight quarrel, an altercation. গেমেট, সশ, খেটে মেটেং, অল্প বিবাদ। কেজেঁ, বস্তুৰ দৰৰ কথাত কৰা বিবাদ, slight anarcel, hagyling. খেট্টমেটা, অ ধা বস্তুৰ দৰৰ কথাত বিবাদ কৰ, কেৰ্জেৰা, to laggl. খেত, স. শ. ( সং. ক্ষেত্ৰপাল, এবিধ উপদেৱত) সৰু লৰাক ধৰা এবিধ ভূত, an evil spirit suppseil to clestroy little children. (üt)cati খেতৰ সাই, স. শ' (সং. ক্ষেত্ৰসাধ্য, খেতৰৰ দ্বাৰা সিদ্ধ কৰা। ইন্দ্ৰজাল-বিদ্যা, ভেলেকী, এটা বস্তুক আন এটাৰ নিচিনা দেখোৱ বিদ্যা, এই কাৰ্য্য পোহনীয়া ভৰ দ্বাৰা কৰা যায় বুলি মানুহে ভাবে, এতেকে সেই নাম, magic, jigglery. খেতি, স.শ. (সং, ক্ষেত্ৰ; হিংখেতি; বৎ-পেত, শস্য-আৰ্জন) কৃষি, শস্য-আৰ্জন; যেনে, খেতি কবি খোৱা মানুহ; পথাৰত থকা যেনে, খেতি চাবলৈ গৈছে, griculture, cultivation, standing crops. খেতিয়ক, স. শ. খেতি-কৰোতা, কৃষক, an agriculturist, a enltivator. ff. cft 12