পৃষ্ঠা:হেমকোষ.pdf/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খে খেকু। খুখুৰীয়া thin splint of bamboo used in keep ing together the leaves with which jupis (Assamese hats) are covered. খুখুৰীয়া,। বি. (অং. খুৰ খৰু, মামৰে খুখুৰীয়া, খাই পাতল কৰা ধাতুৰ শব্দ } মামৰে খোৱাত ছুলেই ভগা, মামৰে ধৰি পাতল কৰা, ta Ft. Mady to crumble at the touch owing to being rusty and Woll out. খুৰ-শিল, স. শ. ( অং. খুৰ, খুৰোৱা অস্ত্ৰ + শিল, প্ৰস্তৰ) জাৰোণ, খুৰ-ধৰোৱা শিল, a hone, a piece of stoue on which L'azons are sharpenel. খুলীয়, স. শ. ( অং. খোল, এবিধ বাদ্য খোল-বজোৱা মানুহ, 2 nit vllo plays 01) & musical instrument named &vt. (স্ত্ৰী) খুলীয়ানী। খুলশালি, স. শ. (সং. যুল্লশ্যাল, ভাৰ্যাৰ সক ভায়েক) ভৰি সৰু ভায়েক, younger brother of one's wife. খুলশালী, স. শ. (সং. খপ্পশ্যালী, ভাৰ্যাৰ সৰু ভনীয়েক) ভাষাৰ সৰু ভনীয়েক, il younger sister of one's wife. খুৱা, স. ধা. (অ. খা, ভক্ষণ ক) ভোজন কৰা, ভক্ষণ কৰা; লগা; যেনে, ঘৰত খুঁটা খুৱালে, পীৰাত খুৰ খুৱালোঁ, to :ause to eat, to feed, to cause to fit, to fix, খুহুটীয়া, বি. ধেমেলীয়া কথা কৈ বা কাৰ্য কৰি ঘঁহি তেলা; ধেমেলীয়া; যেনে, খুটীয়া মানুহ; খুহুটীয়া কথা, (lroll, witty, amusing. খু-দুৱনি, স. শ. (অং. খু-দুৱা, উগুল-খুগুল ক) ক্ষোভ, উগুলঞ্চণ্ডল, Anxicty. খু-দুৱা, অ. দা. {সং. ক্ষুব্ধ, অস্থিৰ) অস্থিৰ হ, উগুলগুগুল কৰ, ভাবিত হ, ( মনত খাটে }; যেনে, ঘৰৰ বাৰ্তা নেই মনে -gatite, to feel anxiety, to be troubled in mind. খেও, স. শ. (সং, ক্ষেপ, পেলোৱা পানীৰ জাল পেলোৱা আৰু ভোলা কাৰ্য; যেনে, জাল খেও চেৰেক বাওঁ গৈ, এবাৰ মাকো মৰাত সোমেৰ সূতা; যেনে, এই সূতা তিনি খেও হব; এমোব, • মাকোৰে ভঁতত দূতা সুমোৱা কাৰ্য্য; যেনে, তাঁতীয়ে তিনি খেও ঠত বৈছে, the act of casting and lrawing a net, as much thrcail as is thrown with a shuttle at one time, the act of throwing a shuttle. থেং, “কে” শব্দ চোৱা। খেখেনি, “কেংকেনি” চোৱা। থেংখো, “কেকেঙ্গ।” চোয়া। খেকাৰ, স. শ. (উড়ীয়া, খঙ্কাৰ; থে, ডিঙ্গিৰ পৰা কৰা শব্দ } ডিঙ্গিৰ পৰা Sfaery pp, an expectoration. কেৰু, স. শ. গছৰ ওপৰত পাতি সৰু চৰাই ধৰা এবিধ ফান, a kinil of springe, or spare for small birds. থেকে-“পতীয়া, বি. (অং. খেকেক, ঐ + পতা, স্থাপন-কৰা) পাতি হোৱা ঘেঁকেৰুৰ নিচিনা, ধেনু-ভিৰীয়া, low sha|xel. স. শ. খেকেক পত। মানুহ, atna) vlio lays a share, or (3117 for birds. (স্ত্ৰী) কেতিয়ানী। খেজাল, স, ধা ( হিং. খিলা, খেজেলিয়া, আমনি ক, খ ভোল) প্ৰশংসা কৰিবৰ ছলেৰে নিৰ কৰু, ভাল কথা কবৰ ছলেৰে বেয়া কথা ক; যেনে, এজনে কোনো এটা সামান্য মানুহক কথা কওঁতে এইৰূপে কৈছে; “তুমি ডাঙ্গৰ লোকৰ সন্তান, সুকোমল শৰীৰ কেতিয়াও দুখ কৰা নাই, ইমান দুখ কেনেকৈ সহিবা,” to joke ironically, to speak ill of by way of praising . জোলনি, স. শ. প্ৰশংসাৰ ছলেৰে কৰা নিন্দা, গুণ-কোৱাৰ ছলেৰে কৰা ইতিকিং, indirector ironical jest, a sarcasın. । অনুক, বান্দৰৰ নিচিনা মাত; খে খে, অলপকৈ কাহি ডিঙ্গি পৰিকাৰ an