পৃষ্ঠা:হেমকোষ.pdf/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খুঁটিয়াখুঁটি। খু! pa, F1, to peek at, to provoke, to pick a quarrel with. *. *4. পঢ়োতে মাজে মাজে থমকি ৰ, আশঙ্কা কৰি কৰি পঢ়; যেনে, পঢ়োতে খুটিয়াব cttcst, to hesitate in reuling. খটিয়াপুঁটি, স. শ. এটাই আনটোক ঠোটেৰে আঘাত কৰা কাৰ্য; যেনে, হে খুঁটিয়াখুঁটি কৰে, জোকাজুকি, চুপচুপতি; যেনে, লৰাই খুটিয়াখুঁটি কৰে, the act of pooking at one another, the act of exchanging provoking worls or prayoking cach other. . খুঁত, স. শ. ঘুণ, কোনো অঙ্গ বিকল বা দোষ; যেনে, তাৰ গাত কোনো খুঁত নাই; দোষ, অসম্পূৰ্ণভা, a (ofect, a Haw, a fault. খুকুৰা, বি. (অং. খোকৰ, ভাগি ডোধৰ- তোথৰ হ) ভাগি ডোখৰ-ডোখৰ হোৱা, (9457 1190 itd), broken to pieces (maid of a netallie vessel). খুকুৰি, স, শ, সৰু খৰাহি, খাং, a small hasket. খুকুৰি, স. শ. অলপ আশঙ্কা বা সন্দেহ; যেনে, মোৰ মনৰ খুকুৰি ৰা নাই, a slight doubt. , খুচুৰ খুচুৰ, অনুক, অলপ অলপকৈ মাটি 2714 farsary 7, an imitative sound tascal to express that prodaeed ir ligging ( carth slowly and cautiously. খুচমুছ, নুক, অলপকৈ গা বা হাত-ভৰি লৰালে হোৱাৰ নিচিনা শব্দ, ul imita- tive sound used to express that produced in sliylstly moving the limlis. খুচমুচনি, স. শ, অলপকৈ গা বা হাত-ভৰি লৰালে হোৱা শব্দ, the sound piro- duecd in slightly moving the limbs. খুচমুচা, অ. ধা, অলপকৈ গা বা ভৰি হাত লৰাই শব্দ ক, to make a slight sound by moving the limbs, খুজীয়া, বি. (অং. খে, ভৰিৰ চিন। খোজৰ নিচিনা, খোজ সম্পৰ্কীয়, ( সদায় আন শব্দৰ পাচত থাকে ); যেনে, হাতী খুজীয়া; দুখুৰ্জীয়া খোজ, like a foot- print, pertaining to a step or pace. খুত, স, শ, ৰাজকৰ, কাটল, মাটিত বাজে কান বস্তুৰ ওপৰত লগোৱ ৰাজহ, tax or coss. খুতবা, স, শ. { সং. ক্ষুদ্ভবণ, ভোকৰ পৰা ৰক্ষা কৰোত-ক্ষু, তোক + , পাৰ ) চকলি, এবিধ বন-শাক, (আদালত দুখীয়। মানুহবিলাকে তাক সিজাই খাই ভোকব ৰা ৰক্ষা পায়, এহেকে সেই নাম; a kind of plant used by the MEXR* as food especially when rice is scarec. খুতুবা, স. শ. (সং. ক্ষুদ্ৰ, সৰু সৰু ডোখৰ, খণ্ড, { মাছ আৰু মঙ্গহত খাটে }, a small priece (saill of fish or fleslt). খুতুবা-খুতুৰ, বি. ডোখৰ-ছোখৰ, বহু খণ্ড; যেমে, মাছটো খুতুৰ খুতুবা কৰ, divided into many picces. খুতুবিয়া, স. বা. সৰু সৰু কৰি কাট, খণ্ড খণ্ড কৰ; যেনে, মাছটো ঋতুবিয়া, to cut into pieces. খুতুবীয়া, বি. (অ. খুতুৰা, ডোখৰ) অলপ মুখ-ভগ্না (চোকা অস্ত্ৰত খাটে); যেনে, খুৰখান ঋতুৰীয়া হৈছে, nickel or notched as the clge of a cutting instrument. স. শ. দা-কটাৰী আদিৰ ধাৰত থকা মুমুৰীয়া; যেনে, দা খানৰ মুখত খুতুৰীয়া আছে, an inclentation on the edge of a cutting instrument. খুদ, স, শ. (সং. ক্ষুদ্ৰ, সৰু ভগা চাউল, চাউলৰ ভগা অংশ, broken rice. বি. সৰু, ক্ষুদ্ৰ, small, little, minute, খুদীয়া, বি. খুদৰ সমান, নিচেই সৰু, very small, minute. খুদ-কণ, স, খুদ-চাউল, broken rice. খুন, স. শ(যা খুন) মানুহ মৰাৰ জগৰ, a murder.

.