পৃষ্ঠা:হেমকোষ.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খিলা। খুঁটিয়া খৰণ, কদ, শ, খীৰোৱা কাৰ্য, গাখীৰ উলিওৱা কাৰ্য্য; যেনে, গাই জনীক 9874 facént, the act of milking, ধীৰা, স. ধ, {সং. ক্ষীৰ, গাখীৰ) জন্তুৰ ওইৰ যুঁচি গাখীৰ উলিয়া, to milk. খুচুৰীয়া, বি. ( অং. খোঁচৰ, কৰিবলৈ টান) নিচেই সৰু বা মিহি হোৱাৰ কাৰণে কৰিবলৈ টান; যেনে, কোত-মণি গণ। খুচুৰীয়া কাম; নিচেই ক্ষুদ্ৰ; যনে, pati te, diflicult to perform ( owing to finless of the working very small, , কাল ভোগ কৰা, { মাটি-বাৰীত খাটে); যেনে, তোমাৰ খিলঞ্জি ঘৰ ৰংপুৰত, living at a particular place for many gene- rations, ancient ( said of persons), occupied for many generations. খিল, স. শ. (হি. খিলী, পাণেৰে মেৰোৱা তামেল) এবিৰ পান, পান এপাত; গছন এটা পাত; যেমে, আঁহতৰ পাত খিলা; শুৱনি বা সৰু বুজাবলৈ “খিলি" হয়; যেনে, পাণ-খিলি, a viole letel leaf, a leaf of a tree in general (Diniinutive), férfi খিল, স. শ. (শ্ৰাহম) আগৰ কালৰ আহম- বিলাকৰ চাংমাই শালত মাছ-মঙ্গই কুটা, চাঙ্গৰ নিচিনা আবাৰ বিশেষ, a kitchen dresser of the olil Alans. খিল, স, শ. {সং, কীলক, বণ. খিল, গজাল) সুচটা পাট একে লগ কৰাত ব্যৱহৃত এবিধ লোৰ চেপেটা গজাল, . flat, nail 1:secl in joining two pieces of won! together, খিলি, “খিল ” চোৱা। খিলিকি, স. শ. (অঃ. খিলি, গজাল; তাৰ নিচিনা, এতেকে) হিলৈ ৰা কঁকাই ধেনুৰ 7479, a trigger. খিলিঙ্কা, স. শ. { কেলেঙ্কা চো) দুনাম, অপযশ; যেনে, “দৈত্য কুলৰ নাইলি খিলিঙ্কাৰ”; যাৰ পৰা অপশ হয় সেই লোক; যেনে, সিকুলৰ খিলিঙ্কাৰ, infanny, disgrace, one who brings a disgracu. খখিয়া, আ. ধা. খিকখিকা, মুখ চেপি ঘঁহু, to titter. খণ, অ, বা. {সং, ক্ষীণ, কৃশ} কৃশ হ, গাৰ মঙ্গহ শুকা, to grow beau, t) bo emaciated. খীন-কটীয়া, বি. (সং. ক্ষীণ, কুশ+কটীয়া, বাঢ়িব নোৱৰা, ) ক্ষীণ আৰু চুটিচাপ, lean and stinted in growth, ফীচী, বি. (অং, ঋীৰা, জন্তুৰ গাখীৰ উলিয়া গাখীৰ-দিয়া; যেনে, খীৰতী গাই, mileh, anilk-giving. চুৰীয়া কাম্, স. শ. অলপীয়া বা শলপ দিন কৰিবলৈ পোৱা কাম; যেনে, খুচুৰীয়া 717 fo aare, a piece of chance work, at job. খুটখুটিয়া, বি. এ. খোট, ঠোটেৰে আঘাত ক) সঘনে দন্দ কৰি থকা, দুন্দু, quarrelsome. খুঁটা, স. শ. (সং, কুট, গছ; বৃং. ফুটা। ঘৰ ধৰিবৰ কাৰণে থিয়কৈ পোত। বাহ বা কাঠ; এতেকে শুন্য কোনো কামৰ কাৰণ থিয়কৈ পোতা বাহ বা কাঠ, a post. খুঁটা মা, ৰজাৰ আজ্ঞাৰে বাহ বা কাঠ থিয়কৈ পুতি চিন দি মাটি-আদি প্ৰদান কৰ, , to give possession loy crecting a sig! post. খুটি, স. শ. ক্ষুদ্ৰ খুঁটা, গেজ; বাতি মহৰ জাক ৰখা ঠাই, (তাত খুঁটি পুতি মহ-পোৱালি বন্ধা যায়, এতেকে), a pog, a short stake, a place where buffaloes are lierced together at night, খুটিতলীয়া, বি. খুঁটি ভাল ৰজাই গীত গোৱা; যেনে, খুঁটিতলীয়া গায়ন, singing with the accompaniment of small cymbals. খুঁটি, এবিধ ডাঠ ক্ষুদ্ৰ তল, a kind of eymbal. খুঁটিয়া, স. ধ. (অং. খোট, ঠোটেৰে আঘাত কৰ খোট, চৰাইৰ দৰে ঠোটেৰে আঘাত