পৃষ্ঠা:হেমকোষ.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খিকি কিচীয়া খিলঞ্জি শব্দ) ৰঙ্গিয়াল কথাকৈ হাঁহি-মাতি কৰা Contfat, inirth, merriment. খিকিকিচীয়া, বি. গা-সৰু, লাহি, দুৰ্বল, ধিকিৰ্কিীয়া, অদৃঢ়; যেনে, খিকিকি- SITY 15, thin, slender, not stout. খিঙ্গিনি, স. শ. { অং. খে, খেং, খঙ্গাল কুকুৰৰ মত} কুকুৰৰ দৰে গেঙ্গেৰি দি বা খং কৰি কোৱা কথা, #nrly or angry speech. থিঙ্খিা, স. ধ. কুকুৰৰ দৰে গেঙ্গেৰি দি, the fa any, to speak in a surly or snappislt manner. খিজ্জিঙ্গীয়া, বি. অলপতে খং কৰা স্বভাৱযুক্ত, সদায় খং কৰি বা গালি পাৰি থকা, snappislt, peevish, খি, স. শ. { হিং. খিচড়, বোকা) জন্তুৰ পদ আৰু মূতৰ পৰা হোৱা বোকা, dirt, mul or filth from urine and dung of animals, খিচনি, স. শ. ( অ• থি, জন্তুৰ মুতৰ বোকা) খিছ থকা ঠাই; গেৰেকণি, a place where the filth of stables or cow-shods is depositud, a dirty, fonl place, খিচিৰা, বি. ক্ষীণ, কিৰ্কীয়া, নালীয়া, lea, small and spare, not plump. খিচিৰী, স. শ. (সং, খেচৰা, হিং. খিচুড়ী, বৎ. খিচুড়ী, এবিধ খাদ্য মাহ, চাউল, ঘিউ, বাখৰ, একে লগে পাক কৰা এবিধ mW, adish composed of rice, pulsu, ghee and spices cooked together. খিড়িকী, স. শ. (ব. খিড়কী) বতাহ বা পোহ সোমাবৰ নিমিত্তে কৰা সৰু দুৱাৰ, a window. খিতপীয়া, বি. { মা, খিতাপ, খ্যাতি) নাম- জলোৱা, মৰ্যাদাৱন্ত; খ্যাতিমান, re- nowner, famous, ostentatious. ধিতাপ, স, শ. (যাং খিতাৰ, উপাধি। সমাৰোহ, যশস্যা, খ্যাতি; উপাধি, fame, ostentation, a distinctive appellation , খিনি, বি. (অং. খানি, পৰিমাণ) পৰিমাণৰ; যেনে, এই খিনি ধন, antonting to, স. শ.পৰিমাণ, (এই ভাবতই ষষ্ঠী সমাসৰ দ্বাৰা এটা সংজ্ঞা শব্দেৰে লগ লাগে); যেনে, ধন-খিনি; কোনো এক নিৰ্দিষ্ট ঠাই; এই অৰ্থত ই সদায় এই সেই আদি বিশেষণ সৰ্বনামৰ পাচত থাকে; যেনে, এই খিনিৰ পৰা, সেই খিনিলৈ, juanti- ty, amount, a particnlar place. খিলখিলি, স. শু. ( অং, খিয়াল, ঈৰ্ষ। ইটোৱে সিটোৰ প্ৰতি খিয়াল কৰা কাৰ্য্য; যেমে, সিহঁত দুইৰ খিয়লাখিয়লি আছে, the act of cuvying one another, mutual hatred. খিলীয়, বি. { অং. খিয়াল, ঈৰ্ষা) ঈৰ্ষান্বিত, লোকৰ ভাল দেখিলে বেজাৰ পোৰা, envious. খিয়াল, স. শ. { সং. খল, দুৰ্জন, দুষ্ট ) ঈৰ্ষা, লোকৰ ভাল দেখিলে হেবা অসন্তোষ, ({}, খিৰিং,। হনুক দুটা বস্তুৰ এটা আন: খিৰিক্‌, টোত অলপকৈ লাগিলে হোৰ।

    • , an iwitative sound used to

express that producell ly two small bodies carling against another. খিলখিল, অনুক, অলপকৈ ঘঁহাৰ নিচিনা

  • 74, an inuitative sound to express

that of a gentle laugh. খিলখিলনি, স. শ. অলপকৈ হঁহাৰ শব্দ; by tail fearleans far the sound of. a gentle liugl, a low rippling sound of water. খিলখিল, অ, ধ. তালপ শব্দ কৰি হাঁহ; পানীৰ দৰে কিকি শব্দ কৰ, to lagli with a gentle some, to make a low rippling sound. খিঞ্জি, বি. বহুপুৰুষলৈকে একে ঠাইতে থকা, বহুকাল পৰ্যন্ত নিবাস নলৰোৱা; যেনে, খিলঞ্জি মানুহ প্ৰাচীন, পুৰণি (মানুহত খাটে); যেনে, খিলঞ্জি ভয়- লোক; বহু পুৰুষে বাস কৰা, অনেক