পৃষ্ঠা:হেমকোষ.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খিকিন্দালি খাৰ-হ। খাৰ-হ, স. শ. (সং. কাৰণ্ডৱ (?), বং. খড়াস) এবিধ সৰু বনৰীয়া পাতি হাঁহ, a kind of wild duck, খাৰি বান্ধ বা খাৰি বন্ধু যা, মনত সংস্কাৰ বান্ধ, নেপাহৰাকৈ মনত লাথ; যেনে, যি কথা বৰকৈ অভ্যাস কৰা যায়, সি মন sya aty, to be impressed on the mind so as not to be forgotten. . খাৰু, স, শ, (বং খাড়ু, হাতৰ অলঙ্কাৰ ) হাতৰ ঠাৰিত পিন্ধা এবিধ অলঙ্কাৰ, কঙ্কণ, a bracelet. খাৰুৱা, স. শ. { অং. খাৰু, ঐ) দুই মূৰ মমকোটাই কোনো বস্তুত লগাই দিয়া গোটা লো, পিপা-আদি ডাঙ্গৰ বস্তুত মেৰাই লগো চোপটা লো, লোৰ astal, an iron staple, an iron boop, a large iron ring. খাৰুৱা, স, শ. (হি. খেৰু, কাপোৰ) এবিধ ৰঙ্গা কপাহী কাপোৰ, & coarse kind of red cotton-cloth. খাল, স. শ. (সং, খল্ল, গত) বহল গতি, খাৱৈ, লোৰ; দ ঠাই, a pit, a diki, a hollow place. খালি, স. শ. (ঘ. খ, ভক্ষণ ক) শৰাধত ,চাউল দিবৰ নিমিত্তে প্ৰস্তুত কৰা কলা stata 17, a shallow dislı made of the sheath of a plaintain tree used for offering rive at a Sruih. খালী, বি. (যা".) শূন্য, উদ, শুদ, etnpty. . খালৈ, স. শ. (বং. খালুই, মাছৰ পাত্ৰ। টেকেলিৰ আকৃতিৰ বাঁহৰ কঠীৰ মাছ carta 77, a small basket used for kveping fish in. খালৈ-পেটা, বি. (অং. খালৈ, ঐ + পেট, উদৰ) খালৈৰ দৰে মাজ-ডাঙ্গৰ, বৰপেটা, পেটাল, Iot bellied. (স্ত্ৰী) খালৈ-পেট। খালৈ-ভাঙ্গী, স. শ. { অং. খালৈ, মাছৰ পাত্ৰ+ ভাং, নষ্ট কৰ) এবিধ মাছ, a speeies of fish. যালেণু, স. শ. (অ, আ, ক্ষাৰ+ লোণ, লৱণ ) পাগি গোটা কৰা খাৰী, তাক লোৰ নিচিনা দেখা যায়, inspissated solution of jKotash. . খাৱন, স. শ. (অং. খা, ভক্ষণ কৰ) খাদ্য, খোৱা বস্তু; যেনে, ডাঙ্গৰ লোকৰ খাৱন সামান্য মানুহে নেপায়, fool. খাৱৈ, স, শ, (সং. খেয়, দীঘল খাল) দ আৰু বহল লোৰ, দীঘলীয়া খাল, ditch, a trenchi. খাৱৈ, বি, { অং. খ, ভক্ষণ ক) অধিক ata 4), capalıle of cating much. খাস্তা, বি. (সং. খ, বধ ক) উবাধ, গোটেই নষ্ট, উচ্ছন্ন; যেনে, মাউৰে গাওঁ খান খাস্তা কৰিলে, laid waste, clevastated. থা, স, শ, নৈৰ পৰা আতৰ অপচ নৈৰ ধলেম তল যোৱা ঠাই; যেনে, নৈত পানী শুকালেও খাহত বাঢ়ে; এতেকে ৰাজধানীৰ পৰা আঁতৰ ঠাই, গাওঁ, (বৰ 796 157 ), a place liable to in- umdation (not much usel. খা-জীয়া, বি. (তা’, আহ ৰাজ, গাওঁ ) গালীয়, চহ, rustic, ignorant of refined manners, থা-ৰা, স, শ, (অ. খ, গাওঁ ৰাজ, দেশ) নগৰৰ পৰা আঁতৰ ঠাই, সাধাৰণ stš, a rural, place', a commort village. খাহী, স. শ. (হিং. খন্সী, বং, খৰ্শ, কৰ্ণী- কঢ়া জন্তু) কণী-কটা ছাগ, a crustrated goat. বি. কণী কাঢ়ি নপুংসক কৰা। যেনে, খাহী ঘোৰা, খাহী ছাগ, gastrated. খিকখিক, অনুক, মুখ চেপি ধৰি ৰাখিব খোজা হাঁহিৰ নিচিনা শপ, un imita- tive soumd used to indicato restrained Irugh. খিকখিকনি, স, শ, মুখ চেপি ধৰি হাৰ

      • , a titter, a restrained laugh.

থিকৃখিকা, ৩. ধা, মুখ চেপি ধৰি হাঁহ, to titter. খিকিন্দালি, স. শ. (অ. খিকখিক, হাঁহিৰ 12