পৃষ্ঠা:হেমকোষ.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খ.খ খা।

  • সঁহ”

খ খল, অমুক, পানীৰ খলকনিৰ বা উচ্চ ঘঁহিৰ নিচিনা শব্দ, an imitative sound used to express that of agitated water or loud laughter, খলখলনি, স. শ. সঞ্চালিত হোৱা পানীৰ শব্দ, উচ্চ হাঁহিৰ শব্দ, the soul of agitatcd water or loud laughter. খখল, অ, ধা. সঞ্চালিত পানীৰ দৰে শব্দ কৰ; হোতে উচ্চ শব্দ কৰ; (পচৰ অৰ্থত সদায় ই-ভাগান্ত কৃদন্ত ক্ৰিয়া হৈ ধাতুৰ সাৰ ক্ৰিয়াৰ আগত থাকে ); যেনে, খলখলাই হাঁহিছে, to marminr as water, to make a lou wviso wliev laughing. খলমলনি, স. শ. (অ. খমল, জোকাৰ খোৱা পানীৰ শহু) জোকাৰ খোৱা পানীৰ শব্দ, খলনি, the sound of agitated water, খলমল, স, ধা. { অ. খমল, অনুক, ) পানীত কোনো বস্তু জুবুৰিয়াই লৰা; যেনে, হাতেৰে পানী খলমলাওঁ; পানীত দুবুৰিয়াই লৰাই পৰিস্কাৰ কৰ বা ধো; যেনে, কহী-বাটিবিলাক খলমলাই আন, to slightly agitate water, to cleanse or wash in water, to rinse. খহ, অ, ধা. {স, খৰ্ষ, দুখ দি,বং. প) এই পন্; যেনে, গৰা খহিছে, to fall of2. খহট, বি. (সং. খ, খহু) খুদ খহুৰে আবৃত হোৱাৰ নিচিনা, অৰ্থাৎ নিমজ মোহোৱা,

      • , not smooth, rough to the

touch. খহনীয়া, স. শ. (অং. খহন; খহ, এই পৰ) নৈৰ গৰা খহি পৰা কাৰ্য; যেনে, এইটো গৰাত খহনীয়া লাগিছে, এবিধ মই-গৰুৰ মঙ্গহ পেলাই খহাই পেলোৱা atst, the act of falling off, as a river bank, a discase of cattle in which the flesh slouglas off. fo. fe 94a1, fallcn off. খহা, স. ধা (অং, খন্থ, এৰাই পৰু) এৰুৱাই TACT (@T!, to cause to fall off. 15 খহু, স. শ. ( সং, খস, বং. খ, গত হোৱা টোপোৰা) গাত হোৱা বিষ-যুক্ত আৰু পকি পূজ হোৱ এবিধ টোপোবা; Cartay, citi, a boil, a pustule, the itch. সম.-খহু, গাঁড়, “খ” সাধাৰণ নাম, ই ডাঙ্গৰ সৰু সকলো প্ৰকাৰৰ ফোহোক বুজায়, ‘গাড়' শব্দ কেবল ডাঙ্গৰ বিধ মাথোন খাটে। হুৰ, বি. খহুগুক্ত, খহু-থকা, affected with ituli or hoils. খহমহ, অনুক, কোনো অনিমজ বস্তু মোহা- ৰিলে হোৱাৰ নি

  • TF, an invitative

sound used to express that pro- ducul lsy rulsbing a rough thing. খহমহনি, স. শ. খহটা বস্তু মোয়ৰিলে বা লৰালে হোৱা শব্দ; সেনে, মুগাৰ চুৰিয়াৰ 1878 for, a mustling sounul. খমহা, স, শ, খুৰখৰা, খহাই শব্দ ক; যেনে, নতুন মুগাৰ চুৰিয়াই খমতায়, to rustle. থহমহীয়া, বি. লৰালে খহমহাই উঠা; অমি- মজ, খহটা, rustling, roglt to the touel.. খা, স. ধ. (সং, খদ; হি, খানা, বং. খাওন, ভক্ষণ কৰ। ভোজন কৰ, ভক্ষণ ক, গিল; যেনে, ভাত খায়, পানী খায়; ভোগ ক; যেনে, মাটি খায়, বিষয় খায়, দুখ খায়; অধীন ই বা পা; যেনে, কিল খায়, গালি খায়; কামোৰ, দ’শন কৰ; যেনে, সাপে খালে, কুকুৰে খালে; হুলেৰে বিন্ধু; যেনে, বলে খালে, কোদোৰে খালে; ধ্বস বা নষ্ট কব; যেনে, “কানিয়ে খালে অসম দেশ,” গ্ৰহণ কৰ, ল; যেনে, ভেট খায়, to cat, to swallow, to pussess, to cnjoy, to suffer, to be subjectel to, to bite, to sting, to ruin, to take or receive, as a bribe. . $. মিল, লাগি ধৰ, (যাৰে সৈতে মিলা অৰ্থ হয়, সি সপ্তমীত থাকে); যেনে, চোলাটো