পৃষ্ঠা:হেমকোষ.pdf/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰ্মৰণি খৰিদ, সশ, (যাং) ক্ৰয়, কি কাৰ্য্য, a purchase. খৰিদা, বি. (যাৎ ) কিনা, জয় কৰা, purchased. খৰিদাৰ, স. শ. (বাং.) কিনোতা, a purchaser. খৰিয়াল, স. শ. দল, বাচাচি, an angity dispute, a broil. খৰীমাটি, স, শ, এবিধ বগা টান মাটি, chalk, খৰীয়া, বি, { অং. খ, এবিধ ছালৰ ৰোগ) খৰে-খোৱা, খৰৰোগৰ দ্বাৰা প্ৰড়িত, laving the ringworm. 7. f. 2109- খোৱা মানুহ, a man having the ring- ক. শ. শুকান পাত আদি লৰাৰ খৰণি, শব্দ, খুৰ শব্দ, a rustling sound as of dry leaves, &c. পখৰা, অ. ধা. শুকান পাত আদি লৰাই খখৰা, ৰা শৰ কৰু, to make a rustling sound. খখৰীয়া,। বি. লৰালে খৰ খৰ শব্দ কৰা, খখৰীয়া, বৰ শুকান, rustling, very dry. থ-খেদা, স. শ. ( অ. খৰ, শীঘ্ৰ + খেদা, পাচত লৰা) লৰালৰি, ততৈয়া, laurry, laste, , খৰূখেদা কৰ, লৰালৰি বাবেগাবেগি কবু, to make haste. খচ্চনা, স. শ. (অং. কৰ্চ্চন, এবিধ চৰাই; কৰ্জনৰ ডিঙ্গিৰ দৰে এতেকে) ঘৰৰ খট আদি সলাবলৈ চাল দাঙ্গি দিয়া ঢোকা, a prop for the roof of a ] 10use raised up in order to renew Worm. a post, &c. খৰীয়া, স. শ, { অং. খৰি, জুই-ধবা কাঠ) খৰি-বেচা মানুহ, খৰি-যোগনীয়া মানুহ, a person who deals in fuel, one whose dnty is to supply fuel. খৰুৱা, বি. (সং, ক্ষত, অলপ ঘ) ওপৰ- ওঁঠৰ মাজ-ছিগ, hair-lipped. খৰুৱা, বি. { অং খাব, ছাই-লোণ ) খাৰ যুক্ত, খাৰ দি ৰন্ধা, containing of seas- oned with alkali. খৰুৱা বেঙ্গেনা, স. শ. (অং. খৰুৱা,ঐ+ বেঙ্গো, এবিধ ফুল) এবিধ বাৰমহীয় বেঙ্গেনা, তাক প্ৰায়ে খাৰৰ লগত ব্যৱহাৰ কৰা যায়, এতেকে সেই নাম, a kind of egg fruit. . খৰেখোৰা, বি. (অং. খৰ, ছালৰ ৰোগ + খা, ধৰ) খৰীয়া, খৰ-ৰোগে ধৰা, lauving the ringworm, . খালি, স. শ. (অং খৰ, শুকান+কাল, সময়) জাকালি, বাৰিষাত বাজে আন 44, the dry season. খকৈ, ক্ৰি. বি. (অং. ধৰ, শীঘ্ৰ ) শীত্বে, বেগতে, quickly. খৰ খৰ, অনুক, শুকান পাত-আদি লৰাৰ ধৰ নিচিনা শব্দ, an imitative sound used to express the rustle produced by dry leaves, &c. when shaken. কীয়া, } বি(সং. শৰতৰ, শীতৰ। খৰ্তকীয়া, শীঘ্ৰে কাম কৰিব পৰা, কামত ante at, quick, expialitious, specdy, prompt. খৰধৰ, স, শ, (অং. খৰ, শীঘ্ৰ + ধৰ, হাতেৰে গ্ৰহণ কৰ) লৰালৰি, খৰখেদা, last. খপোছ, বি. বেগাই কাম কৰিব পৰা; যেনে, তেওঁ কামত বৰ খৰূপোচ্, xpe- ditious, quick, prompt, 9. st. 49- Cl, hastc. খৰ্ব্ব, বি. (সং. খ, ক্ষুদ্ৰ হ) চুটি, u, short, low. থৰ্ব্ব, সংখ্য. (সং. খখ, গতি কৰ এশ অৰ্বুদ, ten million-inillions, খৰ মৰ, অনুক, কোনো বস্তু শঘ্ৰে ইলুটি সিলুটি হোৱাৰ শব্দ, imitative sound used to express that produced by any thing turning from silo to side. খমৰণি, স. শ. গাৰ বা মনৰ দুখত কৰা ধৰ্মৰণি, পুটিয়া মুটি, কষ্ট পাই ইফালয়, an