পৃষ্ঠা:হেমকোষ.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বজুৱতি trending or squeezing with the hand, to crush. থচ, স. ধা. { অং. খচ, মোহাৰ) ভৰিৰে গচ, মোহাৰ; যেনে, গৰুৱে কঠীয়া খচকিছে; ওপৰত ভৰি দি ধৰ, to trample, to tread. . খচকনি, স, শ, খুচকা কাৰ্য্য, ভৰিৰে মোহৰ কাৰ্য, the aet of trampling, খচকা, স. শ. ওপৰত ভৰি দিয়া কাৰ্য্য, গচকা, ভৰিৰ হেঁচা; যেনে, হাতীৰ খচকা, a trcad, pressure with the foot. খচকা, স. দা. { অং. খচক, ভৰিৰে মোহৰ) আনৰ দ্বাৰা ভৰিৰে মোহৰা, to cause to be trampled. . খচৰ, অনুক, খোচ মাৰোতে হোৱাৰ নিচিনা

    • , an imitative sound ilsed to

express that produced in striking with sometluing pointed. খচৰাই, ক্ৰি. বি. খচৰ শব্দ কৰি, অৰ্ক- খচ কৰে, স্মাত (খোচ মৰাত খাটে ); যেনে, খচৰাই খোচ মাৰিলে, suddenly (said of striking with a pointed instrument). খচখচৰ, অনুক, ঘনে ঘনে খেচ মাৰোতে হোৱাৰ নিচিনা শব্দ, an initative sound i18d to express that produced in repeatedly striking with a pointed instrument. থচা, বি. (অং, খচ, মোহাৰ ) আটুট, খবিচ; যেনে, খচা এদিন, entire, fulf. কৃদ, বি. মোহৰা, মোহাৰি মিহলোৱা, mixect or made soft by trampling or squcczing with the hand. খছি, ক্ৰি. বি. (ভৰিৰে খচাৰ দৰে} ববকৈ, অতিশয়ৰূপে; যেনে, মহে খচি খালে; সেনাবোৰ খচি কাটিলে, excessively, greatly. খচখ, অনুক, বালি বা খৰচীয়া বস্তু মোহা- বিলে হোৱাৰ নিচিনা শব্দ, all imitative sound used to express that produced by sand or dust when pressed. খচূখচনি, স. শ. বালি আদি পৰাত চকুত পোৱা দুখ; কোনো কাৰ্য কৰিবলৈ স্বনে ঘনে কৈ থকা কাৰ্য্য, an irritating scusation produced in the eye hy dust, &c., the act of repeatedly urging to do some thiog. খচ্চা, অ, ধা, বালি আদি পৰাৰ নিমিত্তে দুখ পা, বালি বা ধূলি পৰাৰ নিচিনা দুখ বোধ কৰ, (চকুত খাটে); যেনে, চকুটোৱে খচখচাইছে, to experience an irritating sensation as from Just, &o., (said of the eye). থ-চীয়া, বি. (অং. খ খচ, অনুক. } মোহাৰিলে বালিৰ নিচিনা লগা, নিমজ Cataryal, sand-like, uneven to the touch, not mucaly. খচ খচ্‌ কৰে, ক্ৰি. বি. বেগাই, শীঘ্ৰে; যেনে, খচখচ্‌ কৰে লিখিছে, খচখচ কৰে কাটিলে, Faraboty Tatto, quickly, without stopping. খছ, অনুক, শুকান পাত আদি লৰিলে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express a rustling noise. খচুমচনি, স. শ, শুকান পাত আদি লৰোৱাত হোৱা শব্দ, a rustling sound. খচূমচা, অ, ধা, শুকান পাত লৰোবাৰ নিচিন শব্দ কৰু, terustle. খচুমছকৈ, ক্ৰি. বি. বেগাই, শীঘ্ৰে, quickly, expeditiously. জা, বি. পকিলেও টানে থকা, পকি গলিয়ন নোহোৱা, ( কঁঠালৰ ফুটত খাটে ), ripe but bard, ripe without being the roughly soft as the pulp of a kind of jack fruit. . খজিনা, স. শ. তৰহ বিচাৰি পতা হে, ভাল বস্তু নেপাই পতা হেঠ; যেনে, সবাই Feray ta, fastidiousness, squcam- ishness (said of a child). খজুৱতি, স. শ. (অং.. খজুৱা, বিজবিজা) ছালৰ ওপৰত আঁচুৰিলে সুত লগা এক