পৃষ্ঠা:হেমকোষ.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

a এবিধ গছ, (এই গছ বাৰীত থাকিলে পৰিয়ালৰ ভিতৰত দল লাগি থাকে, এনে বিশ্বাস আছে এতেকে), quarrel, espe- cially a dispute among the mem- bers of a family, species of tree. খক, অমুক, অকস্মাত কোনো বস্তুৰ খুন্দা লগাত হোৱা শব্দ, an imitative sound used to express that produced by one thing suddenly striking against another. খকৰাই, ক্ৰি. বি. হঠাত, গিৰিসই, ( খুন্দা লগাত খাটে); যেনে, খকৰাই চকুত wie Fachy praat, suddenly (said of striking against). খক-মুকুটি, স. শ. { অং, খক, খুন্দা মৰাৰ শব্দ + মুকুটি, গালত মৰা ভুকু) মুঠি মৰা হাতৰ বুঢ়া অঙ্গুলিৰ মূৰৰ ফালেৰে বেগাই হঠাত গালত কৰা প্ৰহাৰ, a blogy sudilenly given on the cheek with a clenchell tist. খক কৰে, ক্ৰি. বি. “থকৰাই” চোৱা। থকান্দা, স. শ. { অং. খক, খুন্দাৰ শব্দ। খুন্দা, আঘাত) বাচ্যাচি, দল, এজনে আন জনক খঙ্গেৰে কোৱা কথা, all altercation, an exchange of angry words. কামকা, স. শ. খৰখেদাকৈ লৰ দিবলৈ ধৰাত হোৱা বিশৃঙ্খলা বা অম; যেনে, ভুইকঁপ আহিলত মানুহ মখাৰ কামকা লাগিল, confusion caused by hitrry- ing or moving with haste. থকাৰ, স. শ. (সং. খকাৰখ+কাৰ, আখৰ) খ-আখৰ, the letter খ। খখক, অনুক, অলপকৈ কাহি ডিঙ্গি পৰি স্কাৰ কৰাৰ নিচিনা শব্দ, an imitative sound used to express that of hawking. কৃপকনি, স, শ. অলপকৈ কহাৰ শব্দ, ডিঙ্গি পৰিষ্কাৰ কৰাৰ শব্দ, the somd. af coughing or hawking, খখক, অ, ধা, অলপকৈ কাহ, অলপকৈ pie furor fakta 74, to cough, to hawk. খোম, অনুক, খৰখে কৰি কাম কৰোতে হোৱা বিশৃঙ্খলা বুজোৱা শব্দ, an imita- tive sound used to express the confusion occasioned by haste. খোমনি, স. শ. লৰালৰিত বিতত হোৱা অৱস্থা, আগগুৰি নেচাই লৰালৰি কৰা PlÝT, the state of being confused by hurry. থকৃমকা, অ, ধ, আগঙৰি নেচাই লৰালৰি ক, বিতত হৈ খৰখেদা ক; যেনে, এন্ধাৰত থকমকাই ওলাই আহোঁতে দুৱাৰত granny etczt, to be in a hurry, to be confused by haste. খমকৈ, ক্ৰি. বি. আগৰি নেচাই লৰা- লৰিকৈ, লৰালৰিত বিতত হৈ, lbeing in a lurry, lurriedly. খগপতি, স. শ. {সং. খগপতি-খগ, চৰাই +পতি, গৰাকী) গৰুড়; see “গৰুড়”। খগেন্দ্ৰ, স. শ. (সং. খগেন্দ্ৰ-খগ, চৰাই +ইন্দ্ৰ, প্ৰধান) গৰুড়; see “গৰুড়”। খ-গোল, স. শ. (সং. খগোল-খ, আকাশ। গোল, মণ্ডল) আকাশ-মণ্ডল, সমুদায় 174, the vault or circle of the heavens. খাল, বি. ( অং. খ, ক্ৰোধ) সভাৱতে ক্ৰোধী; ক্ৰোধ হোৱা সভাযুক্ত, uf an angry temper, cross, খঙ্গীয়া, সূ. শ. অসম ৰজাৰ এজনা ভাৰ্যাৰ 6727, the estate assigned to one of the queens of the Assam Raja. . খঙ্গীয়া ফুকন, বঙ্গীয়া মেলৰ প্ৰধান বিষয়, the head officer of the above. বঙ্গীয়া বৰুৱা, খঙ্গীয়া ফুকনৰ তলতীয়া বিষয়, a subordinate of the Khangia Phukan. খচ, স, ধাহাতেৰে বা ভৰিৰে মোহাৰি মিহি বা মিহলি কৰি, মোহাৰি লেতুলে ক; যেনে, কুমাৰে চৰু গঢ়িবলৈ মাটি

  • T5, to mix up or make soft by