পৃষ্ঠা:হেমকোষ.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Oc Cats je, dirty muisture, the running discharge from a sore. ক্লেশ, স. শ. {সং, ক্লেশ-ক্লিশ, দুখ পা) দুখ, নিকাৰ, কষ্ট; misery, distress, trouble, pain. ক্লেশক, বি. (সং. ক্লেশক-ক্লেশ, দুখ + ক, জম্মা) দুখ-জন্মোৱা, দুখ-দিয়া, causing distress, trouble, or pain. ক্লেশ-দায়ক, বি. (সং. ক্লেশায়ক-ক্লেশ +দায়ক, দিয়া) কষ্টদায়ক, ক্লেশ-দিয়া, -BTata, troublesome, painful. কচি, ক্ৰি. বি. (সং, কচিত, কিম্, কি) কোনো ঠাইত; কেতিয়াবা, sionally, somewhere. কাথ, স, শ. (সং. কাখ, , সিজাই ৰস উলিয়া) সিজাই উলিওৱা ৰ, দৰব সিজোৱা পানী, a lecoction. খ। খ, ব্যঞ্জনবিলাকৰ দ্বিতীয় আখৰ; আকাশ, the second letter of the eonsonauts, the air. খং, স. শ. যাক অনুচিত বুলি বুজা যায়, সেই কাম কৰোতাৰ বিৰোধে হোৱা মনৰ ভাব, ক্ৰোধ, কোপ, anger, lage. থ, জাৰ, খৎ প্ৰকাশ কৰ, to express anger. ঋক্, স. শ. (অং, খ, ভোজন কৰ) বৰ ভোক, (নিন্দাৰ্থত); যেনে, খাবলৈ ভাত নথকা মানুহৰ খাই উঠিয়েই ক attest, excessive hunger, gluttonous appetite, voracity. কুৱা, বি. বৰ ভুকীয়া, ক্ষুধাতুৰ, খাওঁ-খাও কৰা (নিন্দাৰ্থত), excessively hungry, gluttonous. স, শ" বৰ ভুকীয়া মানুহ, ক্ষুধাতুৰ মানুহ, অধিককৈ খাবলৈ fasa) *; & glutton, a gourmand. খটাসুৰ, স. শ. (সং. খটাসুৰ, এটা দুৰ্জন অসুৰৰ নাম) দুৰ্জন, অতিশয় দুই মানুহ, ( মৌখিক }, a very wicked person, আঁতি, স. শ. {সং, ক্ষণ, অলপ কাল ) নিৰূপিত সময়, কোনো কাৰ্য্যৰ নিমিতে আগেয়ে নিশ্চয় কৰা কাল, an appointed time, the time fixed for anything. খৰ, স, শ, মূৰৰ ওপৰে ভৰি ঘূৰাই মৰা çe, a somersault. ঘঁৰু খাই পৰু মূৰৰ ওপৰে ভৰি ঘূৰাই পৰু, উবুৰি খাই পৰ, to fall with the feet appermost, খ্ৰী মাৰ, মূৰৰ ওপৰে ভৰি খুৰাই ডেও মাৰ, to cut a somersault. আঁৰা, বি. (সং খণ্ড, ছিক্কা এডোখৰ) আগ- কটা বা আগ নথকা; যেনে, খৰা গছ। নেজ-কটা বা নেজ নথকা; যেনে, খৰা 57, cropped, having the tail cut short, bobtailed, tailless. 7. *. ডিঙ্গি নথকা খালৈ; মুখত বাউ নবন্ধ সৰু-মুখীয়া এবিধ খৰাহি, a kind of basket. (71) strani -মকা, বি. ( অ, খ, আগ নথকা + নকা, নাকযুক্ত) চুটি নাক থকা, নাক চুটি, shub-nosed. (স্ত্ৰী) খৰানাকী। মূৰা, বি. (অ. খৰা, নেজ নথকা। মুবা, মূৰা, মূৰ কটা) আগগুৰি কটা; নেজ আৰু মূৰ নথকা; ডাল-পাত-নথকা, liaving both ends cut off. খুঁৰিয়া, অ, ধা, (অ, খৰ, মূৰৰ ওপৰে ভৰি ঘূৰাই মৰা জাপ) ৰ মাৰ, মূৰৰ ওপৰে ভৰি ঘুৰাই ডেও মাৰ, to cut a somer- sault. খুৰীয়া, স. শ. (অ. খ, লুটি খাই মৰা ডেও) চিতল মাছৰ পোৱালি, (সি পানীৰ ওপৰত বৰকৈ জঁপিয়ায়, এতেকে CT TYH ), a young chilal jish. খকা, স. শ. { অং. আসহজ, অনভ্যাস ) অনভাসৰ কাৰণে কথা কওঁতে বা পঢ়োতে কৰা আশঙ্কা বা লাগি ৰোৱা; যেনে, বিদেশী ভাষা কওঁতে খকা লাগে, hesitation in spcaking or reading, a pause made in speaking or read. ing for want of practice. খক, স. শ. (সং. কন্দল, দন্) দন্দ, ঘাইকৈ পৰিয়ালৰ মাজত হোৱা দন্দ,