পৃষ্ঠা:হেমকোষ.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কোৰা বন্ধ, কোৰ বান্ধু, সাঙ্গী কৰ, to arry, as a load, on the shoulders of two or more persone. কো, স, ধা, ( অংকোৰ, কোৰেৰে খান } আন এজনৰ দ্বাৰা কোৰেৰ খান; যেনে, syft catatert, to cause to be dug up with a hoe. কোৰাণ, স. শ. (মৎ, কোৰাণু ) মছলমানৰ atte, the chief religious book of the Mussalmans. কোবোক্ স ধা. কোৰোক, কোনো বস্তু বোকেতে হোৱা শব্দ। জোঙ্গা বস্তুৰে খুঁকি উলিয়া, ৰোক; যেনে, নাৰিকল কুৰুকিছে, to scoop out, কোৰ, স. শ. ( যাৎ, কোৰক) ৰজাৰ কোৰৰকৃ, তাঞ্জাবে বস্তু আটক কৰণ, attachment, distress, seizure. কোৰোক, স. শ. (অ. কোৰো, ৰোক্; কি তাৰ শাহ উলিওৱা যায়, একে ) নাৰিকলৰ খোলা; নাৰিকলৰ খোলাত এভাল নাল লগাই এটা পাত্ৰৰ পৰা নি আন এটাত পানী ভৰা সঁজুলি, a 50• coanut-shell, a scoop or ladle made of a cocanut-shell for dipping into water. কোৰোকানি, স. শ. (অং. কোৰোক, ঐ ) হাবিয়ে ঢাকা অসমান মাটি, a piece of uneven land covered with jungle. কোনোটা-কুটি, বি. (সং. কোট, গছৰ খোৰোখ + কুটি, অ, ওখ-চাপ, খলা-মা, অসমান; যেনে, গড়ৰ গা Celczotoale, uneven, undulating. কোৰোণ, স, শ, { অং. কোৰ, মাটি খনা অয়) মৰপা ধানৰ চপাৱাত ব্যৱহৃত কোৰৰ নিচিন কাঠৰ সঁজুলি, a wooden imple- ment like a loc used in gathering grain in the threshing floor. কোৰোলা, বি. অৰ্কাৰী, পৰলীয়া, ধান তুহেৰে Tre, partially cleaned (said of rice). কোৰ কোৰ, অনুক, মানুহৰ পেটৰ বা ডেকো- ata farbaty *°, an imitative sound, used to express & gurgling in the stomach, or the croaking of frogs. কোকোৰণি, স, শ, পেটৰ খলখলনি, কোকোৰণি, বেঙ্গৰ শব্দ, a gurgling in the stomach, a croaking sound. কোকো, অ. ধা, পেটৰ দৰে শব্দ কৰু, কোকোৰা, খলখলা, জেকোলাৰ দৰে wit, to make a sound like that of gurgling in the stomach, to croak. কোকুৰীয়া, } } বি. কোকোৰ শব্দ কৰা, কোকুৰীয়া, making a gurgling or froaking noise. কোহল, শ, শ. (স, কোলাহল, উচ্চ শব্দ ) জঙ্গৰ হাই, অনেক লোকৰ উচ্চ শব্দ, a great noise, an uproar. কোহাল লাগ, বৰ হাই হ; অনেক মানুহে বৰকৈ কৰাৰ শব্দ হ, to be made as a loud noise, কোল, স. শ. (সং. কুল, সংগ্ৰহ ) ওভোতা জোং থকা যাঠী, বৰশীৰ শুৰ নিচিনা ওভোতা আগেৰে স্বাহী; এতেকে মাছৰ চেপা বা আন ফানত জোঙ্গা কাল ভিতৰলৈ দি লগোৱা কাইটবিলাক, a barbed spear, the spikes attached to a fish trap. কোলঠি, স. শ. (সং. ক্ৰোড, বুকু) ডাঙ্গৰ মাছৰ বুকুৰ ফাল, মাছৰ পেটৰ ফাল, the lower part of a large fish. কোলা, স. শ, (সং. ক্ৰোড়, বুকু, গাৰ পাতি) বহি থকা মানুহৰ দুই উক, যত লৰাক বহুওৱা যায়; ককালৰ দাতি যত লৰালৈ ফুৰা যায়, the lap, the hip or side of the body on which children are carried. কোলাহল, স. শ. (সং. কুল, সংগ্ৰহ কৰ+ হল, চাহ কৰ) অনেক মানুহে দূৰত কৰা হাই, উচ্চ শব্দ কোহলি, a loud noise, an uproar. কোৱা, স. শ. (সং. কাক, এজাতি চৰাই) কাউৰী জাতিৰ মতা, a male crow. (কাউৰী শৰ চোৱা)।