পৃষ্ঠা:হেমকোষ.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কোনো ২০৯ কোৰা solileone. . পদ থাকে}; যেনে, এই কাম কেতিয়াও নহয়, followed by a negative ), never. কোনো গতিকে, কোনো প্ৰকাৰে, বা কোনো ৰূপে, একো ৰূপে, { এই ভাৱত পাচত এটা না—পদ থাকে) যেনে, কোনো গতিকে, কোনো প্ৰকাৰে বা কোনো ৰূপে আহিব নোৱাৰো aliy-how ( followed by a negative ). CACT, তেনে ৰূপে; যেনে, কোনো গতিকে, কোনো প্ৰকাৰে বা কোনো ৰূপে সানি outforšt, somehow or other. কোনোবা,} অং. কোনে+ ব; অবায় ) কোবা, বি. স. কিবা; যেনে, কোনোবা বস্তু, some, any কোন্ধ, স, শ. {সং. স্কন্ধ, গা-গছ, এজোখৰ কাঠ ) আধা প্ৰস্তুত বা আকৃতি মাত্ৰ হোৱা কাঠৰ বস্তু; যেনে, নাৱৰ কেন্ধি মাখোন 2265, a half finished wooden thing. কোন্ধা, স. ধা. আকুতি মাত্ৰ কৰ, চিন মাত্ৰ কৰ, অসম্পূৰ্ণৰূপে প্ৰস্তুত ক; যেনে, নাও কোন্ধাইছে, মূৰ্তি কোন্ধাইছে পুধি কোন্ধাইছো, to sketch, to make an outline of. কোপ, স. শ. {সং. কুপ, খং ক) খং, ক্ৰোধ, anger, lagu, কোপাম্বিত, বি. (সং. কোপ, ঐ+অন্বিত, যুক্ত) খং-উঠা, ক্ৰোধ-যুক্ত, angry. কোপি, কৃ. বি. “ কুপি” চোৱা। কো, স. শু. {বং কোপ, আঘাত ) আছাৰি বা কটা অস্ত্ৰেৰে কৰা আঘাত; মাৰ, a blow with a cutting weapon, a stripe with a rod, a stroke with it stick. কোন্ মা, কটা অস্ত্ৰ, আছাৰি বা টাঙ্গোনেৰে আঘাত কৰ, to strike. কোবনি, স, শ, { অং. কোব, আঘাত ) যন্ত্ৰৰ কোনো এভাগ, যি ভাগ হেঁচা খাই থাকিলে কুঁচি থাকে, কিন্তু হেঁচা কমিলেই আন এভাগক ঠেলা মাৰে, a spring. কোবা, স. . (অং. কোব, ঐ) মৰিয়া, 14 আছাৰিৰে আঘাত কৰ, to wlhip, to strike witli a rod. স. শ. বাৰৰ পথালি কামীবিলাকক হেঁচা মাৰি ধৰিবৰ কাৰণ সেইবিলাকৰ ওপৰত বন্ধ থিয় কামী, a perpendicular support to a fence. কোবাকুবি, স, শ, { অং. কোব, ঐ মৰিয়া- মৰি, এটাই আনটোক কোৱা কাৰ্য, অৰিয়াঅৰি, লৰালৰি; mutual striking, the act of striking each other with a rod, emulation, rivalry. কোবাশ, বি. {অং, কোৱ, ঐ) পাৰক, শীঘ্ৰে কাম কৰিব পৰা, উদ্যোগী, active, expeditions, prompt. কোমল, বি. (স, কম্, ইচ্ছা কৰ + অল, প্ৰত্যয়) মৃদু, ঢিল!; যেনে, কোমল গা; কৰ্কশ নোহোৱা; যেনে, কোমল মিত; সন্তোষ লগো, শীতল; কোমল বতাহ, soft, agreeable, not hard or larslı. অ. ধ. ঢিলা হ, মৃদু হ; যেনে, চাউল কুমলিছে, to become soft. কোমলতা, ৬. শ. কোমল গুণ, softness- কোমলা, স. বা. টিলা কৰ, কোমল কৰ, to cause to be soft, softer. কোমলকৈ, ক্ৰি. বি. টিলাকৈ, মৃদুকৈ, softly, lightly. কোমোৰা, স. শ. {সং. কুষ্মও, হিং. কঢ়া বকুমড়া) এবিধ লতাৰ ফল, a pumpkin. . কো, স. শ. (সং. কুঞ্জাল, মাটি খনা অস্ত্ৰ এবিধ মাটি খনা অস্ত্ৰ, a hoe. . . কোৰেৰে খান, to hoe. কোৰ, স. শ. (সং কোণ পড়িত, } ৰোগ, ব্যাধি, sickness, disease. কোক, স. শ. (সং.. কুৰ, শব্দ ক) ফুলৰ

  • fa, a flower bud.

কোৰা, স, শ, (সং. কোৰ, ভূৰ} সঙ্গী ভাৰ; জন্তুৰ দ্বাৰা টনই নিয়া কাঠ বা বাহ আদি, a heavy load carried by a pole on tle sloulders of two or more men, a heavy piece of wood, &c., dragged by an animal.