পৃষ্ঠা:হেমকোষ.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩ কোঁচা হেৰুওৱা, এৰা পৰা; যেনে, ডাঙ্গৰীয়াৰ বৰ জনা ঘৈণীয়েক কেৱাৰী হৈছে, land cxhauster! by being fre- queotly cultivated; fallen into dis- like, cisliked, disregarded. কেশ, স. শ. (সং. ক, মূৰ +ঈশ, গৰাকী) pfo, the hair of the lead. কেশ, স. শ. (সং. ক, জল + শু, দুখ দি ) ফুলৰ মাজৰ সৰু সৰু সূৰ নিচিনা আঁহ, সিংহৰ ভিৰি নোম, the filaments of a flower, the mane of a lion. কেশৰ-গ্ৰন্থি, স. শ. {সং. কেশব, ঐ+গ্ৰন্থি, গঠি) ফুলৰ আঁহৰ মূৰত থকা টোপোৰা, the authier, কেশী, স. শ. {সং. কেশৰ, সিংহৰ ডিঙ্গিৰ নোম) সিংহ, a lion. কেশৱ, স, শ, (সং কেশৱ, ‘কেশী সুৰক মাৰ্বোত) বিষ্ণু, a name of Vishnu, Krishna. কেহ, } বি. {সং, কষায়, বেয়া আস্বাদ) কহেটা, } কেচা মোল বা শিলিখাৰ দৰে লগ, বেয়া আস্বাদযুক্ত, অলপ কেহ, having an astringent taste. 7.9. কেহ ক, কেহ লগ; যেনে, শিলিখাই get ti, to give an astringent taste to. কেহেটালি, স. শ. তালপ পৰিহাস-কৰা কথা, slightly jocular speech. কেহেটি, বি. অলপ কেহ, of slightly astringent taste. . কেহৰ পৰা, স্থ. ম. কৰ পৰা, from what place. কেহেলৈ, স্থা. স. কোন ঠাইলৈ, কলৈ, to what place. কেহজ, স. শ. (সং. কেশৰাজ, এবিধ বন} এবিধ মোহাৰিলে কলা হোৱা বন, a species of plant (Verbcsina prostrata). কৈকেয়ী, স. শ. (সং. কৈকেয়ী, কেকয়ৰ ৰ্জীয়েক) দশৰ বজাৰ এজনা ভাৰ্য, a wife of Dasaratla. কৈৱ, স. শ, (সং. কৈৰ, ছলনা-কিতৱ, ছল ছলনা, ফাঁকি, মনত ৰখা খং, কপট, deceit, secret ill-will. কৈবৰ্ত, স. শ, (সং. কৈৱৰ্ত, নদীয়ালকে, পানীত + বৃত, বাস কৰ) নদীয়াল, জালোৱ, a fisherman. কৈমিতি, বি. (ইং. কেমিষ্টি, কেমিতি) কেমিতি-সম্বন্ধীয় বা কেমিতি-জনা, aper- taining to or verscd in cliemistry. কৈলা, স. শ. (সং. কৈল, আনন্দ + আস, বাস্ ক) সদাশিৱ থকা পৰ্বত, হিমালয়ৰ F , one of the peaks of the Himalaya supposed to be the abode of Shiva. কৈনি, ক্ৰি. বি. কেতিয়া, when. { পদত)। কোচ, অ. বা. {সং. কুঞ্চ, বেঁকা হ} বেকা হ, কেকোৰা হ, মোকোটা খা, কেঁকোৰ হৈ চুটি হ; কোনো কামলৈ আগ নবঢ় হ, উৎসাহ-হীন হ; যেনে, মনটা কুঁচিল, to le contracted, to shrink, to recoil as from fear or disyust. কেছি, স. শ. { অং. কাঁচ, মোকোটা খ} ভাজ, মোকোটা; যেনে, কাপোৰৰ কেচ, কোনো বস্তু লৰৰ নিমিত্তে কেচাই মানাৰ নিচিনা কৰা গাত লোৱা কাপোৰ, a bend, a fold, part of a wramier, &u, contracted into the shape of a bag lo reecive something . কেঁাচ খা, মোকোটা খা, কুঁচি চুটি হ; যেনে, চুৰিয়াখান কোচ খাইছে; সঙ্কোচিত হ, উৎসাহ ওছ; যেনে, মন কোচ খালে, to be contracted, to use irlour, to recoil, as from fear, &c. কোচ, স. শ. (সং, কোচ, এক নীচ জাতি) কেওট জাতিৰ তলৰ শূদিৰ জাতি, a easte immediately below the Kalitas (Baro-Bhuyan) and Keots (H) কুঁচুনী। কেঁচা, স, ধা. { অং, কোচ, বেঁকা হ) বেঁকা কৰ, কেঁকোৰা কৰ; পাচলৈ টানি চুটি কৰ; যেনে, হাত খান কোচালে; নিৰুৎ- সাহ কৰু, কোনো কাৰ্যলৈ আগ নবঢ়া কৰ; যেনে, মন কেঁচালে, to cause .