পৃষ্ঠা:হেমকোষ.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেৱাৰী। ক্ৰেজেৰণি। স, শ, মূল্য কমাবলৈ বা কেৰ্জেৰণি, বঢ়াবলৈ চেষ্টা কৰা কাৰ্য্য, মূল্যৰ বিষয়ে বিবাদ কৰা কাৰ্য, the act of haggling . কেজো, অ, ধ, মূল্য কমাবলৈ বা কেৰ্জেৰা, বঢ়াবলৈ চেষ্টা কৰ, বেচৰ কথাত বিবাদ কৰ, to lauggle, কেৰেীয়া,। বি. মূল্য কমাবলৈ বা বঢ়াবলৈ কেৰ্জেৰীয়া, চেষ্টা কৰা, দৰ এৰি নিদিয়া- দূৰৰ কথাত বিবাদ কৰি থকা, apt ta) baggle, given to lagyliny. কমে, স. শ. { অং. কেবিমেণি, বেঁকা- কেৰ্মে, বেকি) বেকা-বেকি গতি, বেকা- বেকিকৈ কৰা লৰচৰ; যেনে, সাপে কেমেৰ FCC, for only motion as of a snake. কেমেৰণি, স. শ. বেকাবকিকৈ গতি কেৰ্ম্মেৰণি, কৰা কাৰ্য, লৰফৰ কৰা কাৰ্য্য, tle 1 of moving in a turtuous 11111110. কেলেহুৱা, বি. (সং. ক্লেশ, দুখ লোক ঘৰত পেট পুহি থকা, চপৰ্নীয়া, living at the house of another, as a {lejendant. স. শ. লোকৰ ঘৰত পেট পুহি থকা মানুহ, পনীয়া মানুহ; এতেকে স্বত্ব বিনা লোকৰ বস্তু বা ব্যৱসায়ৰ অধিকাৰ হোৱা মানুহ, 1 Tson living at the house of another is a (lepen- dant, an interloper (a term of contempt). কেলকেল, অনুক, অস্পষ্ট বা বেয়াকৈ কোৱা 29149*, an imitative sound used to express that of autistinct speech. কেকেলনি, স. শ. বেগাই, অস্পষ্টকৈ কোৱা কথা; যেনে, লবিলাকৰ কেলকোনি, indistinct auci rapid speaking, jabber. কেলকেল, অ. ধী, অস্পষ্টকৈ আৰু বেগাই Feri, to speak iulistinetly and rizpidly, to jabber. 7. *. case, অস্পষ্টকৈ পঢ়, বা ক; যেনে, কীৰ্ত্তন কেকেলাইছে, কথা কেকেলাইছে, to real or speak indistinctly and rapilly. . কেকেলীয়া, বি. বেগাই অস্পষ্টকৈ কথা কোৱা, বকি থকা, chattering, bal). bling, কেল্পনীয়, বি. কেলেহুৱা *শব্দেীৰে একে অৰ্থ! see কেলেহুৱা। কেৱল, বি. (সং. কেৱ, শান্তি কৰ) অকল, এক মাত্ৰ, only. কৈৱলীয়, বি. (স. কেৱল, অকল) অকল শৰীয়া, অৰ্থাৎ বিয়া নকৰা, উদাসীন, সংসাৰৰ সুখলৈ বিমুখ, unmarried, despising worldly happiness. 7. . স. শ. উদাসীন ভকত, a celibate, কেৱাৰ, স. শ. নীচ কৰ্ম্ম, দাসৰ কৰ্ম্ম, drudgery, কেৱাৰী, বি. (অ. কেৱাৰ, ঐ) অনেক বাৰ খেতি কৰাত সাৰ ওচা; যেনে, কেৱাৰী মাটি; অপ্ৰিয় হোৱা, চেনেহ কেমেৰা, খ, ধা. বেঁকাবেকিকৈ গতি কব, কেমেৰা, কোবেকিকৈ লৰচৰ কৰু, সাপৰ দৰে গতি কৰ; যেনে, কেঁচুৱে কেৰ্ম্মেয়, to nove in it tortuous manner. কেমেৰীয়া,? বি. বেকা, বেঁকাবেকিকৈ কেমেৰীয়, গতি কৰা, কেমেৰ কৰা, tortuous, moving or going in a tortuous manner. কেলি, স. শ. (সঃ. কি, ধেমালি ক ) কলী, ধেমালি, ক্ৰীড়া, sport, pastime, play, : কেলিকেন্দেলি, স, শ, (সং, কেলি, ধেমালি +কেন্দেলি, অনু, ) কামলৈ হেলা কৰি কৰা ধেমালি, অবাৰত কৰা গহৰি, ille play, nogleet of duty. কেলেই, ক্ৰি. বি. { অং. কিহলৈ শব্দৰ অপ- ভ্ৰংশ} কি নিমিত্তে, কিহৰ কাৰণে, for what purpose, wherefore. কেলেঙ্কাৰ, স. . (সং, কলঙ্ক, অপযশ ) দোষাৰোপ, অতি মন্দ কৰ্ম্মৰ অপবাদ, púrat, accusation of some immoral 66 act, scandal.