পৃষ্ঠা:হেমকোষ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

too ইয়াত মুনিহ তিৰোতা, কাপোৰ, এই কেইট। বিশেষ্যৰ যি লিঙ্গ, “ভাল” এইটো বিশেষৰে। সেই লিঙ্গ। কেতিয়া বা স্ত্ৰীলিঙ্গ বিশেষণে ক্লীবলিঙ্গ বিশেষ গুণ দেখায়, তেতিয়ও সেই বিশেষণক ক্লীবলিঙ্গ বুলিৰ লগে; যেনে, কুঁজীব। ইয়াত কুঁজী এইটো স্ত্ৰীলিঙ্গ বিশেষণে ঘৰ এইটো ক্লীবলিঙ্গ বিশেষ গুণ দেখোৱা হেতু সিও ক্লীবলিঙ্গ। এই অভিধানত কোনো জাতিৰ ৰা ব্যৱসায়ৰ মানুহ বুজোৱা কোনো পুঙ্গি শব্দৰ পচত বেষ্টন যেখাৰ মাজত “স্ত্ৰ।” শব্দ দি তাৰ পাচত িশব্দ লিখা গৈছে, সি সেই জাতিব বা সেই ব্যবসায় কৰা মানুহৰ ভ*) স্বাক সেই জাতিব বা সেই ব্যৱসায় কৰা তিৰোতা, ইকো বুজায়; নে, বণ; (স্ত্ৰী) বাণী, অৰ্থ। যাণৰ

  • আৰু যাণে জাতি তিৰোতা; Fনাৰ; স্ত্ৰী) কুপণ অৰ্থ কুসা।

আক কুমাৰৰ ব্যৰয় কৰা ৰিী, ইত্যাদি।