পৃষ্ঠা:হেমকোষ.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেচুকেচনি কেটেহা ! 65 কোৱা কথাৰ শব্দ, an imitative sound used to express that of words spoken loudly and rouglily. কেচুকেচনি, স. শদন্দৰ শব্দ, হাই, ধাৰ সাধি কৰা আমনি, the sound of a noisy dispute, a quarrel; noisy demand for payment. . কেকেচা, অ. বা. হাই-উৰুমি কৰ, দন্দ কৰ, বৰ উচ্চ পৰেৰে কৰ্কশ কথা ক, to speak in a loud and rough manner, to wrangle, to dispute with a noise. স, ধা ধাৰ সাধি আমনি কৰু, to (fan. কেচুকেচি, স. শ. দন্দৰ শব্দ, দল; যেনে, ঠাই দিবৰ গুণ, কেচুকেচি শুন৷ সাধি কৰা আমনি, the noise of an angry dispute, wrangling, woisy demand for payment. কেচুকেঃী, বি. সদায় দন্দ-হাই কৰি থকা, { স্ত্ৰী); যেনে, এনে কেচকেচী তিনোত Hy aye, brawling, noisy, wrang- ling (Fem.). কেচুকেচীয়া, বি, সাদায় দশ হাই কৰি থকা, মনে মনে থাকিব নোৱৰা; যেনে, কেচু- কেচীয়া লৰা, কেচকেচীয়া তিৰোতা, noisy, wmgling, brawling কেঞ, মাৰৱাৰ দেশৰ-পৰা অহা বেপাৰী মানুহ। “কাঞ।” এনেকৈও কোনোৱে লেখে, ইহঁত পশ্চিমৰ পৰা অহা হেতু বোধ হয় আগৰ কালত বৰ প্ৰখ্যাত কান্যকুজ দেশৰ মানুহ যেন ভাবি সেই নাম দিয়া হৈছিল, পাচত সেইয়েই সিহঁতৰ নাম y, a Marwari trader, কে-আঙ্গুলি, স. শ. (সং. কনিষ্ঠাঙ্গুলি, সৰু অঙ্গিলি) হাতৰ বা ভৰিৰ সকলোতকৈ সৰুটো আঙ্গুলি, the little finger, the smallest of the toes. কেঞাব, 'স. শ. এৰিধ, চোতালত হোৱা সুধা-জাতিৰ বন; তাৰ শিপাৰ আকৃতি, প্ৰায় গোল, আৰু নাম কো-গুটি; সি। 177793 st, a kind of grass. কেটাই-জেগেৰীয়া, বি. (অঃ কেটে জেৰে, কটু মাত} অলপতে খং কৰা, কেটেৰীয়া, খিস্থিীয়া; যেনে, নৰিয়াৰপৰা উঠিলে মানুহ কেটাই-জেঙ্গেীয়া হয়, poevisly, snappish, casily irritated. "FOR জেৰীয়া” এনেও হয়। কেটেৰ, অনুক, টান বস্তুত কামোৰ মাৰোতে হোৱাৰ নিচিন শব্দ, an imitative sound used to express that produced by the teeth in biting a harcl substance. কেটে কবে, ক্ৰি. বি. “কেটেৰাই” চো। কেটে, বি. { অং. কেটে, ঐ কামোৰৰ দৰে দুখ দিয়া, কটু, গালি পৰা, খাঙ্গেৰে টানকৈ উচ্চাৰণ কৰা; যেনে, কেটেৰ to, sharp an angry, uttereil with larsiness and anger. স. শ. কটু বাক্য, খঙ্গেৰে টানকৈ সত। একেষাৰ ব , দুই এষাৰ কথা, জেঙ্গে, or or tv) curt woris utterell with Darshness and anger in order to reprox. কেটে মাৰ, খঙ্গেৰে টানকৈ একেষাৰ বা দুই এষাৰ কথা কৈ ডাবি দি, to reprove hy attering one or two curt words with barslıness and anger. কেটেই, ক্ৰি. বি. { , কেটে, কামোৰ মৰাৰ নিচিন শব্দ) অকস্মাত দাতেৰে চেপি পীড়া দি; যেনে, মহটোৰে কেটেৰাই কামোবটো মাৰিলে। কামোৰাৰ দৰে ঔড়া দি, কৰ্কশৰূপে; যেনে, কেটেই TU ANT ferat, giving a smart- ing pain ( applied to biting er speaking harsh words). ). কেটেৰীয়া, বি. { অথ, কেটে, ঐ ) অলপতে খং কৰি উঠা, খিজ্জিঙ্গীয়া, snappish, snarling. কেটেজেঙ্গেৰ স. শ. {অং, কেটে, কামোৰৰ শব্দ + জেঙ্গে, অনুৰূ.কটু মাত, কৰ্কশ বাকা, বেজাৰ লগোৱা মাত, larsh and angry speech. কেটেহা, বি. কত পীড়া দিয়া, শিয়ালৰ মূতৰ দৰে দুৰ্গন্ধ, disagreeable to the olfactory nerves.