পৃষ্ঠা:হেমকোষ.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেচকে। sipuint-eyed, oblique, aslant. 7. *. CoaY 5974 atas, a squint-eyed nian. (স্ত্ৰী) কেৰী। কেঁৰাৰ্কেৰি, বি. কতিয়াকতি, এটা এফাললৈ আনটো আন ফাললৈ কেঁৰা হোৱা, leaning in opposite directions, cross- ing each other at an'angle. , ক্ৰি. বি. কেঁকোৰকৈ। কেঁচকুৱা, বি. (সং. কেঁৰা, এফলীয়া+ চকু, চক্ষু) এফলীয়। হাৰ্থাৎ এফাললৈ চাওঁতে গান ফাললৈ চোৰ। যেন দেখা চকুযুক্ত, straint-yel.. কেঁহে, স. শ. (সং. কশেক, এবিধ বন} এবিধ পথৰত হোৱা ৰনৰ মূল, তাক (4171717, 1 kind of esculent root, (Sevpus livator), কেক, স. শ. এজন। সূৰ্য বংশীয় বজাৰ নাম, the name of a prince of the Solitr M. কেঁচুৰ মূৰৰ নিচিনা টোপোৰা, অৰ্শবোগ, the piles. কেঁচুৱা, বি. (, কেঁচা, নপকা) দুগ্ধপোষ্য, নিচেই সৰু, পিয়াহ-খোৱ ( লৰা বা Catata), of tender age, mrscd at the lorcast. স. শ. নিচেই সৰু লৰা বা cotatait, an infant. কেঁচু-সাপ, স. শ. ( অং. কেঁচু, এবিধ কীট+ সা, সৰ্প ) কেচুৰ নিচিনা কিন্তু গাত বাকলি পক। এবিধ কীট, তাৰ বিষ আছে alt f*603147, al species of small snake resembling the cuth-worti. কেঁচেলুৰ, বি. (অ. কেঁচা, নপকা) আধা পক, আধ সিজ, আলপ জাতি হোৱা, half ripe, half boileed, Dalf tampal. কেঁটেলা, স. শ. (তাং- কাইট, জো শলা) এৰিব গত কাইট খক। চাৰি ঠেীয়। 63, a puretipine. কেঁ, অনুক, অকস্মাত বৰকৈ গাঘাত কৰিলে বা কমোৰ মাৰিলে হোৱা শদৰ নিচিনা uits, an imitative sounil used to express that ultered by one suuda clonly bitten or struck. কেতুৰি, স. শ. ( হি. তীখৰ, বন-হালবি? এবিধ আপুনি হোৱা হালধিৰ নিচিনা 516, 2-safe, he will turmeric. কেঁতুৰীয়া, বি. কেতুৰিৰ বৰণীয়া, অলপ হল- 1:11, yellowislı. কে কৰে, ক্ৰি. বি. গিৰিসাই আক্ৰমণ কৰি, হঠাত কামুৰি ধৰি; যেনে, বাঘে গৰুটো কেঁত্ কৰে ধৰিলে, attacking or siezing sudilenly. কেঁকুৰি, স. শ. (অং. কেঁ, অকম্মত কামোৰ মাৰিলে কৰা শব্দ + ক} চেৰে, মানুহ আৰু জন্তুক কামোৰা এবিধ সৰু উৰি ফুৰা পোক, a lea. কেঁৰা, বি. (স. টেক, এফলীয়া চকুযুক্ত) এফলীয়া চকুযুক্ত, যাৰ এটা চকু সৰু; যেনে, কেঁৰা মানুহ, এফাললৈ চাওঁতে আন ফালে দেখা, চকুত খাটে; যেনে, কেঁৰা চকু; কতীয়া, পোন নোহোৱা, কেচু স. শ. “কেচু চোৰ॥ কেমোকেচেম, বি. (গ. কেঁচা, নিসি- জোবা) কেচা মাছ বা মহৰ নিচিনা (গন্ধ খাটে); যেনে, কেমোকেচেম 517, having the smell of raw flesta or fish. ক্ৰি. বি. চো মাছ, বা মহৰ দৰে; যেনে, কেচেমাকেচেম্ গোন্ধাইছে, like mw flesh or fish. কেচে, হনুক, কেচা গুটি বা শাক আদিত কামোৰ মৰাত হোৱাৰ নিচিনা শব্দ, atti imitatire soul! used to express that produced by the teeth when chewing uripe or raw fruit or vegetable.. কেচৰু, স. শ. এৰি-পলুক পাত খুওৱা এবিধ 95, a kind of tree on the leaves of which Eri worms are occasionally fed. কেচে কৰে, কি. বি. সেই ৰূপ শব্দ কৰি, কেচেৰাই, making the sound des- cribed below. কেচকেচু, অনুক, উচ্চকৈ আৰু কৰ্কশপে