পৃষ্ঠা:হেমকোষ.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেকোৰা। কেঁকোৰা, স. ধ. বেক কৰ, ভাজ লগ; যেনে, বহটা কেঁকোৰালো, to bend, to turve. স. শ. ছৈ ধৰিবৰ কাৰণ সৰু নাৱৰ বাৰত লগোৱা বঁহৰ পাব, a joint of bamboo attached to the side of a canoe to support thu ever. কেঁকোৰা, স. শ. (সং কৰ্কট; প্ৰাং, কাঞ্চাড়া; বৎ কাকড়া, এবিধ অস্তু) এবিধ পানীৰ তিৰ গাতত থকা জন্তু, at ral. (স্ত্ৰী) কেঁকুৰী। কেঁকোৰা-কেঁকুৰি, বি. বহুত ভাজ থক, অনেক ঠাইত বেকা হোৱা having many bonds or curves, zigzag. কেঁকোৰা-দোলা, স. শ. { অং কেঁকোৰা, বেঁকা+ দোলা, এবিধ যান) বেঁকা শল- মাৰি লগোৱা দোলা, অসম দেশৰ বুজা। আৰু তেওঁৰ পৰিয়াল উঠা দোলা, at kinil of selan chuir nsed by the royal family of Assam. কেঁকোৰা-বেকোৰা, (৩. কেঁকোৰা, কে। +বেঁকোৰা, বেকা) অনেক ভাজ যুক্ত, Cafe Yay confa, having many lepils, zigzag. কেঁকে, অনুক, ৰ ঘঁহৰ মাতৰ নিচিন

  • , an imitative sounit used to

express the rackling of a goose. কেৰ্কেনি, স. শ. ৰাজ ঘঁহৰ মাভ, the cackle of a goose. কেৰ্কেক, অ. বা. ৰাজ ঘঁহৰ শব্দ ক, কেঁকেক কবু, to tackle as a g008. কেঁচু, স. শ. কাপোৰৰ আঁচলত কতীয়াকৈ দিয়া ফুল, an oblique stripe in the border of a cloth. কেঁচ, অ, ধ, { অং. কেঁচা, নক) পক। গুচি কেঁচা হ; যেনে, পকা চুলি কেঁচিছে, এতেকে ভালৰ পৰা মন ই; যেনে, অমুক বুদ্ধি কেঁচিছে, to become worse, to deteriorate. কেঁচা, বি. (সং, কষ্ট, হিং. কঞ্চ, বং. কাচা, অপূৰঠ নপকা; যেনে, কেঁচা গুটি; i নিসিজা, সিদ্ধ নকৰা, নগ্ধা; যেনে, কেঁচ ১৯৮ কেঁচুমুৰীয়া মাছ। বুদ্ধি-পূৰঠ নোহোৱ; যেনে, কেঁচা। লৰা; অযুত, অসঙ্গত; যেনে, কেঁচা F%, uripe, raw, uncooked, unwise, injelicions, in liscrete. কেচাই, ক্ৰি. বি. নপকাকৈ, কেঁচা অৱস্থাতে, নিসিজোৱাকৈ, নৰন্ধাকৈ, in a low on unripe state. কেঁচাই-খাতী, স, শ, শদিয়াত থকা শ্বেৰী নামে গোৰ্মানীৰ নাম, (তেওঁৰ দেৱালত আগেয়ে মানুহ-বলি দিয়া গৈছিল আৰু তেওঁক সকলোৱে বৰ উগ্ৰস্বভাধিনী বুলি ভাবে এতেকে সেই নাম ), t; many of an idol of Durga at Salivit in Upper Assum. কেঁচাই-খোৱা, বি. যাক নপকা ৱস্থাতে ব নিসিজোৱাকৈ খোৱা নায়; যেনে, কেঁচাই- খোৱা কঠাল, কেঁচাই-খে। হলু, যি নিসিজোৱাকৈ খায়, এতে বৰ উগ্ৰ স্বভাবী, যি খং উঠিলে শগ গুৰি নেচাই afale *14, caten in an marile or raw slate, caling without kiny furious, despurate. কেঁচাশাল, বি. (অং. কেঢ, নপকা -- শাল, এবিধ টান কাঠ। বুজনি নোলোৱা, আপোনাৰ কথাত বাজ লোকৰ কথা qay, 314315, obstinato, self-willed, not amanalle to reasel. কেঁচীয়া, বি, (অ. কেচ, কাতিকৈ দিয়া ফুল) কতীৰা; এচুকৰ পৰা আন চুকলৈ Catal, oblique, cliagonal. কেঁচীয়াকৈ, ক্ৰি. বি. কতীয়াকৈ, এচুকৰ পৰা of 3974, obliquclı, dingonally. কেঁচু, স. শ. (সং. কিগুলুক, হিং, কেঁচা; ২. কেঁচো, এবিধ কীট ) এবিধ গতত থকা সৰ্পাকৃতি পোক, an esirth- worm. কেঁচুমটা, স. শ. (অ. কেঁচু, ঐ+ মাটি, মৃত্তিকা) কেচুৱে তোলা মাটি, the mud thrown up by the earth-worm. কেঁচুমূৰীয়া, স. শ. (অং, কেঁচু, ঐ + শিৰ) অৰ্শৰোগৰ পৰা বহিৰ্বাৰত হোৱা.