পৃষ্ঠা:হেমকোষ.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯২ কুশল কুলক্ষণী, বিবেয়া-লক্ষণ-যুক্ত, having a কুলী, স. শ. হজুৱা, সামান্য বন কৰা মানুহ unlucky vigu (fem.). 7. **. C3 এই শব্দ বঙ্গালীৰ পৰা পোৱা গৈছে, কিন্তু লক্ষণযুক্তা তিৰোতা, a woman having কেৰি চাহাবে বঙ্গালী ভাষাৰ শব্দকোষ an unlucky siyn. তাক মাদ্ৰাজী শব্দ বুলি লিখিছে আৰু কুলক্ষণীয়, বি. বেয়া লক্ষণ যুক্ত, বেয় হবৰ ওৱেবষ্টৰৰ ইংৰাজী অভিধানত টকী ভাষাৰ চিন-থকা, (পুঃ, স্ত্ৰী, ক্লীৱ); যেনে, কুলক্ষ বন্দীক বুজোৱা “কুলী” শব্দ তাৰ মূল বুলি ঈয়া পুৰুষ তিৰোতা বা বস্তু, liaving favery 01405, a coulit, a labourer. an mlucky sign (m.). কুলীন, বি. (সং. কুল, জাতি) উম জাতি, কুল, স. শ. (সং. কুল; ব. কুলা, শস্য জবা শ্ৰেষ্ঠ বংশত উৎপন্ন, (of ligh totainment পাত্ৰ। ধান-চাউল আদি জৰ বাঁহৰ descent, well-born. 57. *. Een utfea কাঠীৰ এবিধ বস্তু, সাপৰ ফেট, a winnox লোক, উত্তম বংশৰ লোক, a person of ing lau, the lood of a snake. higli or eminent descent, a person কুলাঙ্গা, স. শ. (সং. কুল, বংশ+অঙ্গা, of a high casto. . এঙ্গাৰ } ব’শৰ দুনাম কৰোতা, কুকৰ্ম কুলীশ, স. শ. {সং. কুলীশ—কুলিন, পৰ্বত+ কৰি আপোনাৰ বংশক মলিন কৰোতা, শো, নাশ কৰ) ইন্দ্ৰৰ বজ, (পৰ্ব্বতকে one who brings disgrace upon one's ** 70 470%*), India's thunder- family. volt. কুলাচল, স. শ. এটা অসুৰৰ নাম, the rank কুলোৱ, বি. (সং. কুলোদ্ভৱ-কুল, বংশ+ of a denxona. উদ্ভৱ, উৎপন্ন। কোনো এক বশত জাত, কুলাচাৰ, স. শ. (সং. কুল, জাতি+ আচাৰ, ( এটা সংজ্ঞা-শব্দৰ পাচত থাকে); যেনে, ব্যৱহাৰ } জাতি ধৰ্ম, কুলক, কোনো দৈত্য-কুলাৰ, born in the family of. জাতিৰ শাস্ত্ৰ অনুসৰি কৰিব লগা কাৰ্য্য; কুলকুলিয়া, অ, বা. (অং. কুলকুল, পানীৰ যেনে, বামুণৰ লওণ দিয়নি, a religious শব্দ) মুখত পৰিীলৈ সঞ্চালন কৰ, to rity prescribed for a particular caste gal'gle. . or tribe, . কুৱা, স. শ(তাৰ মাতৰ পৰা) বা কুকুৰ, কুলাধ, স. শ. {সং. কুল, বংশ + অধম, volf. (কমলা)। নীচ কুকৰ্ম্ম কৰি বংশৰ দুনাম অনাওঁতা, কুশ, স. শ. (সং, কুশ, এবিধ বন--কু, পাপ কুলাঙ্গাৰ, a wicked person who + শো, ক্ষয় কৰ) এবিধ পবিত্ৰ বন, a brings disgrace upon his family by kind of sacred grass (Poa cynosur. doing vicious acts. oides), the name of one of the sons কুলা-বুঢ়ী, স. শ. ( অং. কুলা, শস্য জৰা of Rama. পাত্ৰ+বুঢ়ী, বয়সীয়া তিৰোতা বিয়াত কুশ, স. শ. (সং. কুশ, কুশেৰে তেওঁৰ গৰ্ভ- শুৱাগুড়ি তুলিবলৈ যোৱা মানুহৰ লগত ক্লেদ মচা হৈছিল, ওকে) ৰামচন্দ্ৰৰ মূৰত এখন কুললৈ নাচি যোৱ। তিবোতা, এজনা পুতেকৰ নাম, the name of one a woman who with a vinuowing of the sons of Rama. fan on hier head accompanies the কুশ-দ্বীপ, স. শ. (সং. কুশীপ-কুশ, ঐ+ procession to the ghat at a mar দ্বীপ, মাজুলি ) সাত দ্বীপৰ এক দ্বীপ, one riage. , of the seven divisions of the world. কুলি, স. শ. (স’ কোকিল, এবিধ চৰাই। কুশল, স. শ. (সং, কু, পৃথিবী+শ, গতি বসন্ত-কাল ওলোৱা এবিধ কলা চৰাই,the ক) কল্যাণ, মঙ্গল, happiness, well- Indian Cuckoo (Cueulus Indicus). being, prosperity. বি. পাৰগ, সক্ষম,