পৃষ্ঠা:হেমকোষ.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুম্‌জেলুকা।! ফালৰ মূৰ। এটা ঘূৰণীয়া বস্তুক তাৰ গাতে বেগাই ঘূৰালে সি যি ফালৰ পৰা যি ফালকৈ ঘূৰে সেই দুফালত বাজে আন দুফাল তালপ জোঙ্গা যেন দেখা যায়। পৃথিবী ঘূৰণীয়া আৰু পশ্চিমৰ পৰা পূবলৈ ঘূৰিছে; এতেকে তাৰ উত্তৰ আৰু দক্ষিণ ফালৰ মূৰ দুটা অলপ জোঙ্গা; সেই দক্ষিণ মূৰক “কুমেৰু” আৰু উত্তৰ মূৰক “সুমেৰু” বেলা যায়, tle South Pole, "কুমজেবুক, সু. শ. (সং. কুম্ভ জলৌকা, কুমজেলেকুৱা, পানীৰ কলহৰ জোক ) এবিধ বগ-বৰণীয়া বীজাল পোক; সি জেকনি লগ ঠাইত থাকে, এতেকে সদায় পানীৰ কলহ খোৱা ঠাইত তাক পোৱ

  1. , a snail or slug

কুম্ভ, স. শ. (সং, কু, পৃথিবী+ উশু, পূব কৰ) কলহ, একাদশ বাশি; হাতীৰ 77 Clowny, a water jar, the sign Aquarius, one of the two promi- nences on the head of an elephant. কুন্তকাৰ, স. শ. (স'- কুম্ভ, কলহ+ক, কৰ } কুমাব, মাটিৰ পাত্ৰ কৰোত, a potter. কুস্তমূল, স. শ. {স, কুম্ভ, হাতীৰ মূৰৰ টেমুন+স্থল, ঠাই } হাতীৰ মূৰৰ টেমুন, তাৰ সংখ্যা দুই, one of the two protuberances on the head of an clephant. . কুম্ভীপা, স. শ. (সং. কুম্ভ, কলহ পাক, পাগাৱা এক নৰক, যত যমদূতে বৰ থালীত তপত কৰা তেলত পাপীবিলাকক 4777, the name of a hell. কুস্ত্ৰী, স. শ. {সং. কুম্ভী, মাছ+ৰা, গ্ৰহণ কৰে। এজাতি ঘঁৰিয়াল, ঘঁৰিয়াল, an alligator, crocodile. কুৰঙ্গ, স. শ. (সং. কুৰ, শব্দ ক) হৰিণা , a deer, কুৰঙ্গময়না, স, শ. (সং. কুৰঙ্গ, হৰিণ+ কুৰঙ্গনয়নী, নয়ন, উকু) হৰিণাৰ নিচিনা চকুৰে তিৰোতা এতেকে সুন্দৰী শ্ৰী, a gazelle-eyed woman, i.e., a beauti- ful woman." কুৰুক্ষেত্ৰ কুল, স. শ. পাছি আদিৰ মুখত বন্ধা কামী, ats, a piece of split bamboo bound on the edge of a basket, &e. কু, স. শ. (সং. কুণ্ড, হোমৰ জুইৰ গাত এঠাইত জলা সুই; যেনে, একুৰা জুই, দুকুড়া জুই; এবাৰ জুইত দিবৰ জোখাৰ খৰিৰ মুঠি; যাঠীৰ নাল, a. fire, fire lighted in one place, a bundle of firowood which may be put into tlic lire at once, the handle of a spear. কুৰা, স. শ. (সং. কুদ্দীল, এবিধ গছ) এবিধ বগা ফুল ধৰা, কাঞ্চনৰ নিচিন। 55, a kind of tree. কুৰি, সংখ্যা (হিং. কোড়ী; বৎ. কুড়ি, দুবাৰ দহ ) বিংশতি, দুই দহ, twenty. কুৰীয়া, বি. (ত. কোৰ, বেগি) সম্বনে নৰিয়া পৰি থকা, চিৰ ৰোগী, of a sickly constitution, raletuclinarian. কুৰীয়া, বি. (অং. কুৰি, বিংশতি একুৰি F1 F1A, of twenty Rupees value. কুক, স. শ. পাণ্ডু আক ধৃতৰাষ্ট্ৰৰ পূৰ্ব্ব পুৰুষ এজনা চন্দ্ৰবংশী ৰজাৰ নাম, the proper name of a prince of the fumar ma", কুৰুলি, স. শ. (অং, কু, বেয়া + বোল, শব্দ) এবিধ বাদ্য, উৰুলি দিয়াৰ দৰে ফেঁচাই মত মত, a kindl of musical instrument, a precnliar cry uttered by the owl. কুৰুলি পিটু, কুক্কলিত আঘাত কৰাৰ দৰে মৰিয় এতেকে বৰকৈ মৰিয়া; যেনে, আজি ৰ তোৰ পিঠিত কুকলি পিটিম্; বৰ উচ্চ শব্দেৰে ধন্দ ক; যেনে, দক্ষত para falts, to beat severely, to quarrel noisily: কুৰুলিয়া, অ, ধা, কুৰুলি দি, ফেঁচাৰ দৰে

      • Pa, to screech as an owl.

কুৰুৱা, স, শ, (সকুৰৰ, এবিধ চৰাই ) এবিধ উকহ জাতিৰ মাছ-খোৱা চৰাই, the fishing caglo, the Osprey (Aquila haliata)? কুৰুক্ষেত্ৰ, স. শ. (সং. কুৰু, এজনা চন্দ্ৰবংশ