পৃষ্ঠা:হেমকোষ.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুবৃত্। কুমেৰু। কু, বি-- ace. (স্ত্ৰী)

অস্নেৰে আঘাত কৰ, to strike with a কুমাৰ, স, শ. (সং. কুমাৰ, ওমল, ধেমালি eutting instrument. কৰ) ৰজাৰ লৰা; সদাশিৱৰ পুতেক কুবৃত, বি. (সং. কুৰ্বত্ত, মৰূপে কৰা) আগঢ়ী, কাৰ্তিক; পাঁচ বছৰৰ কম বয়সীয়া লৰা, কুৰূপ; যেনে, কুহু মূৰ্তি, বেয়া, মন; ( অকুমাৰ ” চোৱা), a prince, a name যেনে, কুত স্বভাব, ugly, bal, vile. of Kartika or the Indian Mars, a কুবেৰ, স, শ, (সং. কুৱেৰ। boy under five year's of ৱেৰ, শৰীৰ; তেওঁৰ তিনটা ঠেং আৰু কুমাৰী। আঠোটা মাপেন সঁত, এতেকে কুৰূপ) : কুমাৰ, স. শ. (সং. কুম্ভকাৰ, হিং. কুমাৰ; যবিলাকৰ ৰজা আৰু উত্তৰ দিশৰ আৰু বং. কুমাৰ, মাটিৰ পাত্ৰ গৰ্যোত) মাটিৰ ধনব অধিপতি দেবতা, the goal of পাত্ৰ গঢ়েতা, হিৰ-জাতি, a ]pot.tv, # wealth and regant of the norths, caste of men who prepare carthen the Indian Pluto. pots. (স্ত্ৰী) কুমাৰণী। কুবেশ, স. শ. (সং. কুৱেশ - কু, বেয়া+ কুমাৰণী, স. শ. (সং. কুমাৰিকা, হিং. কুম- বেশ, সাজ। মন বেশ, বেয়া সাজ; হাৰী, এবিধ পাখি লগা পোক) এবিধ যেনে, * দেখিবে নোৱাৰা যদি আমাৰ ঘৰৰ বাৰত মাটিৰ বাহ সাজি থকা পাখি 0741"- **; untidiness. st! **52), au insect (Sphinx asia- কু, বি. (সং. কু, বেয়া+উজ, পোন হ) tica), tle mason-wasp. কুঁজা, কুঁজ পকা, বেঁকা, linjuncketl, কুমাৰিকা, স. শ. মান্দাজৰ ভিতৰৰ এক ঠাই, crooked. Cape Comorin. কুম, স. শ. (সং. কুম্ভ, হাতীৰ মূৰৰ টেমুনা) কুমাৰী, স. শ. (স”. কুমাৰ শব্দৰ স্ত্ৰীলিঙ্গ) কপালৰ দুই তিৰ কাণ-সতৰ ওপৰৰ ৰজাৰ জী, দহৰ পৰা বাৰ বছৰ পৰ্যন্ত ভাগ; ঘৰৰ মাজ-পাচ; যেনে, কুমৰ বয়স হোৱা ছোৱালী, ঋতুমতী নোহোৱা 61, the portion of the licad above Colareit, sit, a girl of ten to the jurtion of a sloping roof twelve years of age, a virgin, a midway between the rilgepole and name of Durga, a princess. **- the caves. মাৰী ” চোৰ। কুমটি, স. শ. ( বোধ হয় সং. “ যমকীট কুমুদ, স, শ, (সং. কু, পৃথিবী + F, ৰ লগ) শব্দৰ পৰা) এবিধ গালেৰে মাটি খনা Got Ta, the water-lily (Nympliea 60147, the mole-crieket. esculenta). কুমটীয়া, স. শ. কুমটিয়ে উজৰা মাটিৰ দৰে কুমুদ-বান্ধৱ, স. শ (স. কুমুদ, ঐ + বান্ধৱ, হাতৰ তলুৱাৰ ছাল ছিগি যোৱা এবিধ বন্ধু ) চন্দ্ৰ, the moo. ‘কুমুদিনী” চোৰ॥ catst, a skin disease in the palm কুমুদিনী, স. শ. {সং. কুমুদ শব্দৰ স্ত্ৰীলিঙ্গ) of the hand. ভেটনি, বহুত ভেঁট ফুল থকা ঠাই; কুমৰধনি, স. শ. অনেকে গোট খাই খাই এতেকে ভেট ফুল, ই গধূলি হিম পৰিলে কুমনি, বৈ উচ্চ শব্দেৰে কৰা ধেমালি, ফুলে, এই কাৰণে কবি সকলে ভেটক a merrymaking, mirth. তিৰোতা আৰু চন্দ্ৰক পুৰুষ বুলি দৰ কুমলীয়া, বি, (সং, কোমল, মৃদু) আইত, প্ৰেম বৰ্ণন কৰে; সেই ভাৱতে চন্দ্ৰক পূৰঠ নোহোৱা (গুটি আৰু পাতত খাটে); “কুমুদ-বান্ধৱবোলে, a place aboitnd- যেনে, কুমলীয়া ঘাঁহ, কোমল, মৃদু, টান ing in water lilies. . atoztat, young, immature, tender, কুমেৰু, স. শ, (সং, কু, পৃণিবী+ মেক, দেৱতা- soft. বিলাক থকা পৰ্বত ) পৃথিবীৰ দক্ষিণ