পৃষ্ঠা:হেমকোষ.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুবিয়া কুণ্ডি। ১৮৮ কুণ্ডি, স. শ. নল ৰজাৰ শহুৰেক বিদৰ্ভ কুন্দ, স, শ, (সং. কু, পৃথিবী + উন্দ, পড়া ৰাৰ নগৰ, এতিয়াৰ কোণ্ডবীৰ, the কৰ এবিধ ফুল, a kind of jasmine city of Vidarbha, father-in-law of (Jasminum niultiflorum or pubcs- Nala the modern Condavir. cens). কুতূহল, স. শ. {সং, কুতুহল --কুতু, চৰ্ম্ম কুন্দা, স. শ. (সং. স্কন্ধ, গা-গছ, এতেকে দ্বাৰা তৈলাদিৰ পাত্ৰ+ই, চাহ কৰ; ভাঙ্গৰ কাঠ) মানুহৰ হাত-ভৰি সুমাই বন্দী মস্তকৰ ঘি আলোড়িত হয়) নেদেখা কৰি খবৰ নিমিত্তে গজ কটা বা বিদ্ধা বস্তু দেখিবৰ বা শুনা কথা শুনিবৰ দিয়া কাঠ বা বাঁহ; এতেকে নিগনি- বাণ; আনন্দ, আজাদ, euriosity, TRY 41 V, stocks for contining to the pleasure, joy. criminals, a rat trap. কুতূহলী, বি. কুভূহল-যুক্ত; আনন্দিত। কুন্দা, স. বা, { অং. কুন্দ, কুন্দ-শালত সমান নেদেখ! বস্তু দেখিবৰ বা নুশুনা কথা ক) কোনো বস্তুৰ মূৰ সমানকৈ আৰু শুনিবৰ অভিলাষী, delighted, eurious. খুৰণীয়াকৈ কাট; যেনে, লাখুটি ডালৰ কুতূহলে, ক্ৰি. বি. আনন্দেৰে, ৰঙ্গেৰে, with মূৰটো কুন্দাই দিয়া, কুন্দ শালত নিযুক্ত joy: কৰি কৰা, to smooth all round as কুৎসা, “কুচ্ছা” চো। the end of anything, to cause to be কুৎসিৎ, “কুচ্ছিত ” চো। formed in a lathe. কুকী, স. শ. (হিং. কুনকী, হাতী ধৰা হাতী) কুলা, স. শ. (অং. কুন্দ, কুন্দ-শালত সাক্ষ্য ) হাতী ধৰা মাখুন্দী হাতী, a female কুন্দ শালত বস্তু সাজোত, কুন্দোতা, a decoy clephant. . turner, one who works at a lathe. কুনকুন, অনুক, মহ আদিৰ নিচিন সৰু শব্দ, কুন্দ্ৰাক্ষ, স, শ, বায়ু আৰু পোহব সোমাবলৈ an imitative sound used to express বাৰত দিয়া সৰু বিন্ধ, সৰু গৱাক্ষ, a the buzzing of a muequito, &c. small round window. কুনকুননি, স. শ. মহৰ নিচিনা শব্দ, গুণগুণ কুশাল, স. শকুন্দা যন্ত্ৰ; কুলা যন্ত্ৰেৰে কাম

  • 74, a buzzing sound.

afte, a turner's luthe, the place কুলকুন, অ, ধ. মহৰ দৰে শব্দ কৰ, গুণ গুণ, of room where a turner works. to buzz as a musquito. কুন্দোৱা, কদ, বি. { অং. কুন্দা, মূৰ সমান কুন্তল, স. শ. (সং. কুন্ত, এবিধ যাঠী) চুলি,কেশ, কৰ, কুলত সজা) মূৰ-সমান কৰা, কুন্দ যাঠীৰ আগৰ দৰে জোঙ্গা এতেকে, hair. Eh, smoother and rounded (said of কুন্তী, স. শ. পাণ্ডু ৰজাৰ কুৱৰী, যুধিষ্ঠিৰ the end of anything) formod at a with 77, the name of the mother lathic. of Yudhisthira and other two elder কুন্ধচু, বি. বেয়া, মন্দ, আগঢ়ী, bad, vile, Pandavas. ugly. কুন্দ, স. শ. (সং. কু, পৃথিবী+উ, পীড়া কুন্ধি, স. শ. (সং. কুটিৰ, পজা) নাৱৰ ক) এটা যন্ত্ৰ, তাত এজনে কাঠ বা ধাতু। খোটালী, নাৱৰ দুই পৰিৰ ভিতৰৰ ঠাই, আদিত গুৰী মেৰাই ঘূৰায়, আন এজনে a room in a boat, a portion of a লোৱাৰি লগাই তাক কাটি গঢ় লগায় boat between two cross beams.

  • Y *14, # turner's lathe. কুপি, কদ, বি. (সং. কুপ, থ ক )

কুন্দ, স, খা, কুন্দ-যন্ত্ৰেৰে কাটি গঢ় লগা বা খং তোলা হোৱা, ৰাগান্বিত, angered, TATA Pa, to form in a lathe, to offended, angry. turn. কুবিয়া, স. বা. { অং, কো, আঘাত কটা