পৃষ্ঠা:হেমকোষ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চাৰণৰ চিনবিলাক অকলৈ বা ব্যঞ্জনেৰে যুক্ত হৈ থকা যি “অ”ৰ ওপৰত {} এই চিন আছে, ৩াক অলপ দাদাকৈ, অৰ্থাৎ অভিধান শব ‘’ব দৰে মাতিব লাগে; যেনে, অতি, অবি, মতি, সহ ইত্যাদি। সেই চিন নথকা অ চুটি, অৰ্থাৎ অকাৰ শব্দৰ “অ”ৰ নিচিন; যেনে, অব, অক, মই, ঘ ইত্যাদি। এই চিন ওপৰত থক। শুদ। বা ব্যঞ্জনেৰে যুক্ত এ দীঘলকৈ অৰ্থাৎ “এতিয়া” গদব “এ”ৰ দৰে মতা যায়; যেনে, এই, এইয়া, সৈই শেলুক, ইত্যাদি। সেই চিন নথক। এ চুটি, অৰ্থাৎ “বে” শব্দ ‘এ’ৰ তুল্য; যেনে, এক, এৰা, বেয়া, বেলে ইত্যাদি। মনত ৰাখিব লাগে যে শব্দবিলাকৰ উচ্চাৰণ শিকাৰৰ কাৰণ এই পুথিত ওপৰত দেখোৱা চিন ব্যবহৃত হৈছে; বাক্য ৰচনত তাৰ আবশ্যক নাই। শব্দৰ যি আখবৰ ওপৰত (') এই চিন দিয়া গৈছে, তাৰ পাছত এটা জখব সুস্থ হৈ আছে বুলি জানিব, আৰু তাক অলপ দীঘলকৈ অৰ্থাৎ তাৰ পাচৰ আখব. টোৰ পৰা অলপ বেলেগাই মাতিব; যেনে, (মুখ-চোৱা ) 5 চেব, (ধাৰ ঋৰিবলৈ গৈ ধৰি দিওক দিয়া তেঁতী); (মতাব, ফাটী ম' (নীল বা যন্ত। পোহৰ); (বহীয়া} ব’বৈয়া, {বাল বা মৃৰূপে টা বতাহ); (বহী) য’ৰৈ (বসযুক্ত তিৰী); (ৰহ বহু ফৰে ) ৪’ব কবে (সোৱাদ যাই মৃতুপে; বই চলত খাটে }; (বাছ-বিচনী) ব’বচনা (কাহ্মৰ পটৰ ঢেলেটা হাড়); (বাফু-মণ্ডলী } বা’মাধণী ( ঘূৰ বতাহ ); (বাজু) |’হ ইত্যাদি। বি শব্দত কোনো অখিব লুকাই নেথাকে; কিন্তু অগৰ অখবটে। গাটবটে। পৰা অলপ বেলেগাই মা যায়, তত সেই দুই অখবৰ মাজত (-) এই চিন ব্যবহৃত হৈছে; যেনে, ম-ময়া, বা-বিবিং ইত্যাদি। ওপৰত দিয়া চিন দুটা বাক্য বচনত ব্যৱহাৰ কৰা উচিত। সংস্কৃতৰ দৰে অসমীয়া ভাষাতত “অ”ৰ {1, f) অকাৰ, ইকাৰ আদিৰ নিচিনা টিন নাই, আৰু ব্যনেবে যুক্ত হলে সি অদৃশ্য হয়, এতেকে লেখাত ব্যৱহৃত ক, খ, ইত্যাদিত অ আছে নে নাই জনা টান। এই অসুচনা গুচাবৰ কাৰণ অষ্ণাৰশূন্য, শুদা ব্যঞ্জনৰ তলত (} এই চিন দিয়া গৈছে। ইয়াৰ নাম হল চিন। সি তলত থকা ব্যঞ্জনক তাৰ (সেই আখৰৰ) অগিত থকা স্বৰৰ সাহায্যেৰে মাতিব লাগে; যেনে, অ, মানুহ, কাা ইত্যাদি। সেই চিন নথকা আৰু কোনো স্বৰৰ চিনেৰে যুক্ত নোহাৱা ব্যঞ্জন অকাৰান্ত; যেনে, গাধ, পাৰ ইত্যাদি। এইটো চিনে। বিশেষ প্ৰয়োজন নহলে বাক্য বচনত ব্যৱহাৰ কৰা নেযায়।