পৃষ্ঠা:হেমকোষ.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাঠ-আলু কাৰ্ণি-দুৱৰীয়া। কাঠ-আলু, স. শ. (সং. কাঠালু, হিং, কাঠাৰু কাঠ, ঐ +আলু, এবিধ মানুহে খোৱ মূল। এবিধ টান আলু, a kind of hard yam. কাঠ-কটীয়া, স. শ. (অং. কাঠ, কটা গছ + কাটু, ছেদন কৰ) হাবিৰ পৰা কাঠ কাটি আনি বেচা মানুহ, a woodcutter, a woodman. কাঠ-কলি, স. শ. (অং. কাঠ, নী+কলি, কুমলীয়া গুটি) নিচেই কুমলিয়া গুটি, { সি নীৰ আৰু সোৱাদ-নথকা, এতেকে GTTT), a hard xuripe fruit. কাঠচলি, স. শ. (অং. কাঠচলি, চেপেটা সৰু কাঠ) চাচু আদিৰে কটা সৰু পাতল কাঠ, a chip of wood. কাঠ-চিত্, স. শ.{অং. কাঠ, কাঠৰ দৰে টান। চিত, মন) কঠিন মন, a liard lieart, a cruel heart, f. fraafuta, hard. hearted. কাঠফুলা, স. শ. (অ. কাঠ, কটা গছ+ফুল, ফুলহোৱা) পচা কাঠ আদিৰ পৰা হোৱা এবিধ সোপসুপীয়া বস্তু (ভাক ফুলৰ নিচিনা দেখা যায়, এতেকে সেই নাম আৰু তাক মানুহে খায়, কিন্তু কোনো এজাতিয়ে মানুহৰ অপকাৰ কৰে}, a mushroom, 1 fungus. কাঠ-বাজী, স. শ. (অং. কাঠ, কাঠৰ দৰে টান+ বাজী, সন্তান নোহোৱ॥ মুঠেই সন্তান নোহোৱা ভিৰোতা, a barren woman. বি. সমুলি সন্তান বা পোৱালী নোহোৱা; যেনে, কাঠ-বাজী ভিৰোল, 775-47 site, barren, having no offspring. কাঠ-বুকু, স. শ. (অৎ, কাঠ, কঠিন+ বুকু, মন) কাঠ-চিত্, a hard heart. বি. frafrata, hard-hearted. কাঠ-মাছ, স. শ. (অং. কাই, টান+ মাছ, মৎস্য) মাগুৰ, গড়ৈ আদি টান মাছ, several species of hard fish. কাশি, স. শ. (অং. কাঠখৰ, এবিধ পন্থ) বহুত কৰা মেলা শিজেৰে এবিধ ডাঙ্গ। পন্থ; (প্ৰায়ে কাঠনি হাবিত থাকে 47615 ), the Sanıbar deer, কাঠ-সংস্কাৰ, স. শ, (সং. কাষ্ঠ-সংস্কাৰ, কাঠৰ ধাৰা শুচি কৰা কাৰ্য) শাহ, tata afa fast myÝT, cremation. কাঠ-হাঁহি, স. শ. (অং. কাঠ + হি, আন- লেৰে দাঁত উলিওৱা কাৰ্য) মনত ৰং নথকাত বা খঙ্গেৰে অলপকৈ ঘঁহৰ দৰে ঈাত উলিওৱা কাৰ্য, sarlonie smile or grin. কাটু, স. বা. {হিং. কাটুনা, আঁজুৰি এৰুৱা, বং. কাড়ন, বলেৰে নিয়া) বলেৰে নি { এই অৰ্থত সদায় ই-ভাগান্ত ক্ৰিয়া হৈ “নি” বা “ল” ধাতুৰ সাৰ ক্ৰিয়াৰ আগত থাকে; যেনে, কাঢ়ি নিলে। আজুৰি এৰুৱা; যেনে, চকু কাটু, শূল কাঢ়। চকৰ পৰা হেঁতাৰে নমা; যেনে, ভাত কাৰ্টু, to snatch, t) taku by force, to pluck, to take out from a cooking foot with a ladic. কাঢ়নী, স. শ. (অ. কাট, চৰুৰ পৰা নমা, আঁজুৰি নি) সিজোৱা ধান চৰুৰ পৰা নমোৱা হেঁতা; ঠত বাটি কৰোতে সূতা টানি নিয়া যতন, a ladle with which boilel padley is taken out; an instrument used by weavers in extending the warp-throul. কালী, স. শ. চেঁউৰী গৰু, a heifer. কাণ, স. শ. (সং. কৰ্ণ, শুনা ইন্দ্ৰিয় } শ্ৰবণ, কৰ্ণ, পাত্ৰৰ মুখৰ মোকাটোৱা ভাগ; যেনে, চৰুৰ কাণ, তি; যেনে, নৈৰ 244, the ear, the rim of a vessel, the edge of a river, &c. কাণ কবু, কাণ দি; ইচ্ছা কৰি শুন, মন দি; যেনে, তোমাৰ কথালৈ কাণ দিছে, ভত্তৰ প্ৰাৰ্থনালৈ ঈশ্বৰে কাণ কৰে, to listen, to pay attention to. কাৰ্ণি-দুৱৰী। বি. (অং, কণা, অন্ধ + দুৱাৰ, কাণি-দুৱৰীয়া ঘৰত সোমোৱা বাট বন্ধ কৰা যতন) ভিতৰৰ পৰা বাহিৰলৈ আৰু