পৃষ্ঠা:হেমকোষ.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কা। কাতৰি কক্, স, শ, সৰু ডোম, a small loosely plattel basket. কাক-বাহ, স. শ. (বং. কোকোয়া বাঁশ, এবিধ বাহ) এৰিধ পৰ্বতত হোৱা ডাঙ্গৰ $, a species of wild bamboo. কাকৈ, স. শ. (সং. কঙ্কতিক, মূৰ আঁচোৰা বস্তু বিশেষ) চুলিৰ জটু ভঙ্গ দীঘলীয়া ফনি বিশেষ, a kind of comb, কাকৈছি, বি. (অং, কাকৈ, ফনি বিশেষ + ছি, ফলা) কাকৈৰ দাৰৰ নিচিনাকৈ দীঘলে দীঘলে ফল, cracked length- wise, like the prongs of a coinb. স, শ, দীঘল ফাট, দীঘে মেলা ফাট, a long crack, a crack extending lengthwaya. কঁচ, স. শ. {সং, কাচ, এবিধ চক্‌চকীয়া বস্তু) চীন দেশৰ পাত্ৰ সজা এবিধ উত্তম att, a kind of clay from which china- ware is made. কঁচু, স. বা. (অং. কাটু, ছেদন কৰ) মাছ বা মঙ্গহ নিছিকৈ ঘনাই আঁক দি কাট, to cut, as mcat or fish. কঁচি, বি. (অ. কেঁচা, নপক) গোট মাৰিবলৈ ধৰা, দৈ হবলৈ ধৰা, কুলচা (গাখীৰ); পূৰঠ নোহোৱা, নতুন (জোনত খাটে); যেনে, কঁচি জোন, curld, thiekener ( said of milk), new, not maturo (said of the moon). কঁচিয়লি, বি. ৰাতিপুৱা ওলাই অহা, নপকা (ৰদত খাটে); যেনে, কঁচিয়লি ৰদ, tot mature (said of morning sunshiuc.) কঁচুলি, স. শ. (সং. কঞ্জুলিকা, চোলা) তিৰোতাৰ চোলা বিশেষ, a lotodicc worn by women. . কামাটি, স. শ. (অং. কাচ, উজ্জ্বলিত বস্তু + মাটি, মৃত্তিকা) চীন দেশৰ পাত্ৰ সজা astratto, a kind of clay with which chinaware is made. কাজলী, “কলা” চোৱা। কঁজি, স. শ. (সং. কাঞ্জিকা, টেঙ্গা পোতনি) চাউল বা আধা খুন্দা ধান পানীত সি- জাই সেই পানীতে বহু দিন থৈ কৰা Cmy fait, sour rice gruel. কজিবিৰলী, স. শ. (অং. কঁজি, ঐ + কঁজিবিড়লী, বিৰলী,মাইকী মেকুৰী) এবিধ সৰু বিষহীন সাপ, (মেকুৰীৰ দৰে কাজি চুৰ কৰি খায় এই ভাবৰ পৰা ), a kind of small harmless snake. কঁজিয়া, স. শ. (যৎ.) দন্দ,বিবাদ, & qtarcl, a dispute. কাজিলা, স. শ. (সং, কজ্জল, কলা বৰণ ) পুৰণি শুকান বাঁহ-খৰিত জুই লগাই লোৰ ওপৰত দি কৰা কলা বৰণৰ এবিধ বস্তু, তাক বা আদিত দিয়া যায়, a black sil)- stance produced by putting a lightul old banhoo slip on an iron plate and applied to wounds, &c. (কামৰূ} কাই। কাটল, স. শ. { অং. কাইট, দুলজুৰ কইট; চৰাইৰ অল, সেই আস্ ডেকা হলেহে গজে, এতেকে ব্যঙ্গত “কাটল ফুটিছে” বুলিলে উেকা বয়স হোৱা বুজা Ty, the index of a pair of scales, a spur. কাটলফুটা, বি. ( ওপৰৰ শব্দ চো।) যৌন 551 Cal, full grown, mature. কাটি, স, শ, (অ. কাইট, হুল ) হালোৱা এছবিৰ মূৰৰ জোৎ, the point of an ox-goal. কড়, স, শ. {সং. কাণ্ড, শৰ) ধেমুৰে মৰা au facute, an arrow. কাড়ী, স. শ. (অং, কড়, ধেনুৰে মৰা অস্ত্ৰ বিশেষ) কাড় মাৰোতা, কাঁড়েৰে যুদ্ধ কৰে, অসম ৰজাৰ দিনত কড়ী নামেৰে এখেল মানুহ আছিল, সিহঁতে ৰণ লাগিলে ধেনু-কড়েৰে যুদ্ধ, আৰু আন সময়ত ৰজা ঘৰত হজুৱাৰ বন কৰে, an archer, a class of meu who in the days of the Ahom Kings fonght with bows and arrows in time of war and tvorked as coolics iu time of peace. কবি, স. শকুঁহিয়াৰ শলৰ ভীমৰ গাভ