পৃষ্ঠা:হেমকোষ.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাঁও কও কৰে কহ, স. শ. (সং. কষায়, ৰচীয়া বৰণ ) কাপোৰ বা সৃত ভালকৈ বৰণ লাগিব নিমিত্তে আগেয়ে দিয়া অলপ ৰচীয়া বৰণ, a mordant, a padding substance. কঁহ, ল, শ, {সং, কংস, কঁহ) কঁহত টেঙ্গ। লাগিলে উৎপন্ন হোৱা মল, এতেকে আন ধাতুত চোকা বস্তুৰ পৰা লোৱা সেউজীয়া মল, verdigris. কপাতৃ, স. শ. (অং. কহ, ৰচীয়া বৰণ + পাত, পত্ৰ) কাপোৰ বা সূতাৰে সিজাই ভাত কহ-লগোৱা এবিধ গছৰ পাত, the leaf of a kind of plant with which cloth is padded. কহা, স, ধা, { অং, কহ, কাৰে আদিত বৰণ দিবৰ নিমিত্তে লগোৱা বস্তু) কহ দি, F 951), to mordant. কৰা, বি. (অং. কাহ, এবিধ ৰোগ। কহুৱা, কাহি থকা, কাহে ধৰা, suffering from a cough, কহেলাল, স. শ. (সং কল্লোল, পানীৰ উৰ্মি) পানীৰ খলকনি; “তোমাৰ ক্ৰোধত এহে জুলক কফেলাল কৰে।”-শঙ্কৰ, a billow, wave, agitation of water. কক্ষ, স, শ, (স. কযু, পুড় দি) গাৰ

  1. f, Fraft, the armpit, the side

of the body. কক্ষ, স. শ. (সং. ক, পীড়া দি) গ্ৰহ নক্ষত্ৰৰ stat, thc orbit of a plauet. কক্ষ, স. শ. (সং. কুক্ষি, পেট) পেটত ৰখা খৎ, হিংসা কৰিবৰ ইচ্ছা, a grudge, resentment, কা, অমুক, কাউৰীৰ মাতৰ নিচিন শব্দ, an inaitative sound used to express that attered by a crow. কাউচা, স, শ, (কাউ, কাউচা চৰাইৰ মাত) প্ৰায় কাউৰীৰ গঢ়ৰ নীল-বৰণীয়া af so, the blue jay, ( garrulus cristatus). কাউণীয়, বি. (অ. কাও, যোল পোণ কড়ি) একাও কড়ি মূল্যৰ, of one caom or one Rupee value. কাউথেকে, স. শ. অলপ কুঁজা এবিধ টেঙ্গা ফল; কুঁজী থেকে; তাৰ গছ, kind of acid fruit and its tree. কাউবাউ, স. শ. (সং. কাকুবাদ, মিনতি ) বিনয়, মিনতি, কাকুতি; earnest suppli- cations. কাউৰী, স. শ. (সং. কাৰব, এবিধ চৰাই) এবিধ সকলোৱে চিন। চৰাই। কাউৰী” শব্দ স্ত্ৰীলিঙ্গ, কিন্তু মাইকী মত বিশেষকৈ নকৈ কেৱল সেই জাতিৰ চৰাইক বুজালে এই শব্দ ব্যৱহাৰ কৰা যায়; যেনে, preaga copa, the crow. কাও, সংখ্য. {সং. কাৰ্বাপণ; প্ৰা- কাহাৰণ; বৎ কাহণ, ১৬ পোণ) বোল পোণ কড়ি, (এতিয়া) এটকা ৰূপ; ষোল (+420, sixteen Pons or 1,280 Cowris equal to one Rupee in value, 1,280 fruits. কই, “কঁজিলা” চোৱা। কাইট, স. শ. (সং. কণ্টক, হল মূৰ-জোঙ্গা শলা, হল, কণ্টক, a thorn, a prick. কাইটনি, স. শ. (অং. কাঁইটু, হুল। বহু tet atte, a place full of thorns. কঁইটীয়া, বি. কাইটযুক্ত, thorny, full of thorns. কই-বাই, স. শ. ( অং. কাইট, শলা+বা, সুমা ধূলি বা বালিৰ ঢাপৰ ভিতৰত কঁাইট এটা সুমাই থৈ বিচাৰি উলিওৱা এবিধ লৰাৰ খেল; এবিধ বামী মাছৰ নিচিনা সৰু মাছ। (কাইবাই খেলৰ বালিৰ ঢাপৰ নিচিনা তাৰ গঢ়, এতেকে সেই নাম ), a childisli nay, a kind of small fish resembling the cel. কাও-কাও, অনুক, নলাৰ পৰা পানী বা জুলীয়া ৰন্ধু বেগে ওলোৱাত হোৱাৰ fa FouT! **, an onomatopaic sound used to express the sound of liquid flowing out rapidly from a tube. কাও কাও কৰে, ক্ৰি. বি. বেগাই ৰৈ, in a rapid stream.