পৃষ্ঠা:হেমকোষ.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলাভিল কলিয়া কলাঙিল, স. শ. { অং. কলা, ফল বিশেষ + ভিল, ডিলা) কলা গছৰ ফুলৰ ভঁৰাল; বুকৰ আমঠু, the heart of a plantain tree; the heart. কলাভিলীয়, বি. কলডিলৰ নিচিনা বা সমান, rosembling the above. কলাপ, স, শ, (সং, কলাপ-কলা, যোল ভাগৰ এভাগ,+আপ, পা) সমূহ, বহুত বুজোৱা মাত; { সংজ্ঞা-শব্দৰ পাচত থাকে); যেনে, ক্ৰিয়া কলাপ, a sword placed after a noun as a sign of the plural. কলা-পতীয়া, বি. (অং. কলা, এবিধ গছ+ পতীয়া, পাতৰ নিচিনা) কলাপাতৰ দৰে সেউজীয়া, grass-green. কলাফুল, স. শ. (অং. কলা, এবিধ ফল + ফুল, পুষ্প } আঁঠুৰ তলৰ ভাগ (ইয়াৰ গঢ় প্ৰায় কলাডিলৰ নিচিনা , এতেকে সেই নাম ), the calf of the leg. কলাফুলীয়া, বি. (অং. কলা-ফুল, আঁঠুৰ তল ভাগ ) কলাফুলৰ সমান ওখ বা দ, rising up to the calf of the leg. কলামলা, বি. (অং. কলা, কাণে নুশুনা+ মলা, অনুৰূ.) কাণে ভালকৈ নুশুনা আৰু চকু মুদ যোৱা, এতেকে অলপীয়া, ( টোপনিত খাটে); যেনে, কলামলা chymall, slight, not deep (said of sleep). কলামলা, বি, (অৎ, কলা, কৃষ্ণ বৰণীয়া+ মল, মলি) মলিৰ দ্বাৰা কলা হোৱা, মলিয়ন্; soiled, dirty. কলা-শালী, স. শ. (অং. কলা, কল+ মালী, ঘৰৰ চাল-ধৰা কাঠ) কলা-ঠহৰা, the rib of a plantain leaf. কলামাহ, স. শ. (সৎ কলায়, শস্য এবিধ + মাহ, ঐ) চেইত হোৱা এবিধ মানুহে citary ette, a kind of pulse. কলাহালধীয়া, স. শ. এবিধ হালধীয়া বৰণৰ বিশাল সাপ, তাৰ কাণ কলা বুলি মানুহে ভাবে এতেকে সেই নাম, a kind of poisonous snake of a yellow color. , 11 কলি, স. শ. (সং, কলিকা, মুফুলা ফুল। মুফুলা ফুল, কুমলীয়া গুটি, (তেনে আকৃতি হেতু কোনো বস্তুৰ মূৰত দিয়া বেটু, a flower bud; an immature fruit; a kuob fixed at the head of any thing. কলি পেলা, কলি ধৰ, to bear fruit. কলি, স. শ. (সং. কল, গণনা কৰ) চতুৰ্থ যুগ, বৰ্তমান যুগ, হিন্দু শাস্ত্ৰ মতে ইয়াৰ ৰছৰৰ সংখ্যা ৪৩২ ০৫; এই কালৰ অন্তত কল্কি অৱতাৰ হৈ পাপবিলাকক apher #fat; The fourth age of the world according to the Hindus; the iron age or that of vice; its com- mencement is placed about three thousand years anterior to the Christian cra, the number of its years are four hundred and thirty two thousand, at the expiration of which the world is to be destroyed. (Haughton.) কলিজা, স. শ. (যাং. কলেজ, আগ-মঙ্গহ) বুকৰ আমঠু, জন্তুৰ বুকত থকা কলাডিলৰ নিচিনা এড়োখ মঙ্গহ, the lheart. কলিতা, স. শ. (সং. কুললুপ্তা, জাতি হেৰোৱা) অসম দেশৰ এক জাতি শূদিৰৰ নাম। ইহঁত বোধ হয় আদিতে কায়স্থ আছিল, পাচত কায়স্থৰ নিচিনা ব্যৱহাৰ নকৰাত জাভিত হীন হোৱা জ্ঞান কৰি “কুলুপ্ত” নাম দিয়া গল, তাৰ পৰা “কলিতা” শব্দ হৈছে। কলিতাৰ দুই শ্ৰেণী—বৰ কলিতা আৰু সৰু কলিতা। কায়স্থ শ্ৰেণীৰ পৰা নমাবিলাকেই বৰ কলিতা আৰু সেই কলিতাই হীন কাৰ্য কৰাত বা লৰ জাতিৰে সৈতে বিয়াৰ সম্বন্ধ কৰাত কলিত শ্ৰেণীৰ পৰা নামি সৰু কলি হৈছে, one of the subclasses of the As- samcee Sudras. কলিয়া, অ, ধা (অং• কলি, কুমলিয়া গুটিবা ফুল) গুটি বা ফুল ধৰ; যেনে, কঁঠালে কলি- যাইছে, to blossona; to bear fruit.