পৃষ্ঠা:হেমকোষ.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কল কল কুৰ, কলাঠৌৰ নিশ্বাসৰ শব্দ) বামত ভোলা মাছে উশাহ লওঁতে গাল লৰোৱা কাৰ্য; এতেকে বৰ কষ্টত ব? মৰিবৰ সময়ত উশাহ লবৰ নিমিত্তে মুখ মেলা কাৰ্য; এতেকে বৰ দুখেৰে কাল নিওৱা কাৰ্য্য; যেনে, আকলুৱা মামুহে খালে নেপাই কল- কল কৰে, Fca, the act of gasping or living in gwat misery or want. কলপ কল কৰ, দুখেৰে মুখ মেলি উশাহ ল; দুখেৰে কাল নিয়া, to gas, to live in great misery. কল, স, শ, { যা ) ৰুৰৰ নিমিত্তে কাটি অন ডল; i Da; a branch of a tree cut for planting or grafting. কলম্, স, শ. (সং. কলম, কাপ--কল, গণনা কৰ) গপোতে কাপেৰে অঙ্ক দিয়া যায়, এতেকে, লেখনী, কাপ, a }xt. কলমুৱা, বি. (অং. কলমে, এবিধ পানীত গজা শাক) কলমৌৰ দৰে পানীৰ ওপৰত Sta), growing and floating about on the surface of water as a plant. কলস, স. শ. (সং. ক, পানী + লস্, আলিঙ্গন বা খেলা কৰ; পানীয়ে ইয়াক আলিঙ্গন বা ইয়াৰে সৈতে খেলা কৰে, এতেকে } এবিধ জল-পাল, কলহ, a wates jar. “কলশ’ এনেও হয়। . *. (স. ক, মধুৰ শব্দ + হন, নাশ ক) দন্দ, বিবাদ, অমিল, a quarrel, a dispute. কলহু, স. শ. (সং, কলস, পানীৰ পাত্ৰ) পানী খোৱা পাত্ৰ, পানী অনা পাত্ৰ, a water-pot, a pitcher. কলহীয়া, বি. (অ. কলহ, পানীৰ পাত্ৰ } কলহ ভৰা, কলহৰ সমান, কলহৰ নিচিনা, a jugful; like a water jar. কলা, বি. (সং.কাল, এন্ধাৰৰ বৰণ) কৃষ্ণ, এন্ধাৰ বৰণীয়া, মেঘ বৰণীয়া, black, (স্ত্ৰী) কলী। কলা, স: শ, (সং, কলা-কল, গণনা কৰ) চন্দ্ৰমণ্ডলৰ বোল ভাগৰ এভাগ; শিল্প- fiwy, one-sixteenth part of the moon's (lisk; any practical art. কলা, বি. { সং, কল; বং, কালা, কাণে নুশুনা) কাণে মুশুনা, def. স. শ. কাণে মুশুনা মানুহ, a leaf man. (স্ত্ৰী) বি. স. শ. কালী। কলা, স. শ. (সং. কদল, বং, কলা, এবিধ ফল) কল, এবিধ গছ আৰু তাৰ ফল; শিমলুৰ ভূলা আৰু গুটিৰ ভঁৰাল, the plantain trex and its fruit, (an&it sipiendum); the pod of the silk cotton tree. কলাই, বি. (সং. ক্লান্ত, ভাগৰ লগাকান্দি ভাগৰ লগা বা দুৰ্বল হোৱা; যেনে, লৰাটো কাদি কলাই হল, Inint or +xhaustel with crying. কলাই, স, শ. (সং. কলায়, এবিধ মাহ) কলা- মাহ, কলা-মাহৰ নিচিনা শুটি, a kind of pulse. কলাই-খাৰ, স. শ. { অং. কলাই, সৰু গুটি + খাব, ক্ষাৰ গুণ যুক্ত বস্তু) হিলৈৰ খাৰ, { সি সৰু-সৰু গুটিৰ নিচিন এতেকে সেই ata), gunpowder. কলা-গছীয়া, বি. কলাৰ গছৰ নিচিনা স্কুল, thick and cylindrical. 7. *. fac ভৰি উথহা ৰোগ, কলগুটীয়া, বি. ( অং. কলা, কল ফ+ওটি, ক্ষুদ্ৰ বীজ) কলাগুটিৰ সমান, like a plantain seed, cal to litto. কলাঘুমটি, স. শ. (অং. কলা, কাণে-নুশুনা +ঘুমটি, টোপনি) কাণে ভালকৈ কথা নুশুনা টোপনি, এতেকে অলপ টোপনি, a light sleep. . কলাঘুমটীয়া, বি. (অং. কল-ঘুমটি, অলপ টোপনি) অলপ টোপনি অহা; যেনে, গৃহস্থ কলাঘুমটীয়া হওঁতেই চোৰ সোমাল, অলপ, বৰ গভীৰ নোহোৱা, (টোপনিত খাটে); যেনে, কলাঘুমটীয়া টোপনি, half awake half aslecp, ( as a person), not sound (as sleep). কাঠহুৰা,। স. শ. (অ, কলা, কল গছ কলাঠেীৰা, +ঠাবি, পাতৰ মূল ) কলা- পাতৰ ঠাৰিৰ সৈতে মাজৰ মাৰলী, the central rib of a plantain loaf,