পৃষ্ঠা:হেমকোষ.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কম্মতভাগ কল-কল। জন্মই অৱশ্ৰেষ্ঠ ভোগ কৰে; the tooli- gation to enjoy or sufer the con- sequences of une's own acts done in a previous birth. কৰ্ম্মভোগ, স. শ. (সং, কৰ্ম্ম, কাম+ভোগ, ভুঞ্জা) কৰা কামৰ পৰা হোৱা ভাল মন্দ; ঘাইকৈ পূৰ্ব জন্মত কৰা কৰ্ম্মব ফল; কৰ্ম্ম- ফল (সায় বেয়া ভাৱত ব্যৱহৃত), Inji- nes or misery as the mult of one's own actions, especially that of acts done in previous hirt.lu (used in a bad sense). কৰ্মসাধন, স. ৭. (সং. কৰ্ম্ম, কাম+ সাধন, সম্পূৰ্ণ ক) কাম সম্পূৰ্ণ কৰ}, 22 ff. arcouplishment of an unclertaking, কৰ্ম্মক্ষম, বি. (সং. কৰ্ম্ম, কাম - ক্ষম, পাৰ্গত। কামত পৰ্ণত, কাম কৰিব পৰা, skilfal, alle to acl. কৰ্ম্মেন্দ্ৰিয়, “ ইন্দ্ৰিয় ” চো। কযেৰ, স. শ. (সং.. ক, হাত + যুগ্ন, টা) বিনয় কৰোতে একেলগ কৰা দুই হাত, the joining of the lunes as in soliciting favor of showing respects. কৰ্শাল, স. এ. (অং.. কাঠ, কাষ্ঠ + শাল, জেলা কাঠ বা বাহ} নাৱৰ তলি বা বাৰত থকা ফুটাত ভৰোৰা কাঠ, a jpur Iriven in the bottom or side of a boat. কক, স. শ. (সৎ বুয, চাহ কৰ মাটি চহাওঁতা, হালোৱা, খেতিয়ক, a totli- vator, a tiller of 1.lic soil. কৰ্ষণ, কুদ, স, (সং. কৃষ, চাহ কৰ হোৱা, হালৰোৱা, খেতিৰ কাৰণ মাটি T&TTT), cultivating the ground. কৰ্ষিত, কৃদ, বি. হোৱা, উৎকৰ্ষ কৰা, ভাল যেনে, কৰ্ষিত ভাষা, tilled, cultivated, improvell. কা, স. . { সং. কৰ্ষণ, চাহ কৰা) এবাৰ হাল বাই চাই কৰ, চাহ বা, to plough once. কল, স, শ, (সং. কদল; বং, কলা, এবিধ ফল। কলা, এবিধ খোৰে গা ঢাকা গছ; তাৰ 7, plantaizi, (nusa sapientun). কল, স. শ. (সং. ক, শব্দ ক) মাছ আদি কোনো কোনো পানীৰ জন্তুৰ গালৰ তলত থকা ছিবলী পাতৰ নিচিনা নিশ্বাসব যন্ত্ৰ, তাৰে সিহঁতে শব্দ কৰে; কোনো কামৰ প্ৰতিকাৰ নোপোৱাত বা মন বা সাহ, the gills of ar fish, Inkluess causeit by impunity. কলক-বাহ্, স, শ, এবিধ সাফ-দিয়া বন- anto, a covered cup with a funt. কলগ্ৰহ, স. শ, (সং. গলগ্ৰহ ডিঙ্গিত লগা বস্তু) এৰিব নোৱৰা, কষ্টদায়ক বস্তু, যি বস্তুৰ পৰা সুখ নহয় অথচ তাক এৰিব নোৱাৰি; যেনে, দুখীয়া মানুহৰ লৰা- ছোৱালী কল গ্ৰহ হয়, ১৫ething v'y troublesome and maxoidalle, 128 incum. কলঙ্ক, স. শ. { সং. ক, শৰীৰ +লক, কুলী ক) চেকা; এতেকে তুৰ্যশ, অখ্যাতি; a stain, a blut, infuny, lisgrace. কলঙ্কী, বি. (সং. কলঙ্কিন—কলঙ্ক + ইন ) কলঙ্কযুক্ত, অখ্যাতিম, stainent, it}- fate. (স্ত্ৰী) কলঙ্কিনী। কলচী, স, শ, (সং. কল, সৰু কলহ) সৰু আৰু ধুনীয়া কলহ; সেনে, সোণৰ কলচী, এতেকে বিয়াত পানী-তোলা ঘট; দল আদিৰ ওপৰত দিয়া কলহৰ নিচিনা বস্তু fakty, a small water jar, an oblong pinnacle on the top of a tompile, &c. কলঞ্জ, স. শ. (সং, কল, শব্দ + অঞ্জ, গতি কৰ } বিহ-কঁৰেৰে মৰা জন্তু, a] animal struck with a poisonous arrow. কলনি, স. শ. ( অ, কল, কলা গছ) কলা- ata, a garden of plantain trees. কলপ, স. শ. গাৰ ছাল, সাপৰ মোট; ঢাকনী, সঁফুৰ, skin, a slough of snake, a cover. কল-কল, ম. শ. (অ. কলপ, বামত ভোলা মাছে দুখেৰে মুখ মেলি লোৱা