পৃষ্ঠা:হেমকোষ.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰ্ণ কৰ্মবন্ধ কৰ্ণ, . শ. {সং. ক, বিন্ধা দি) শুনা ইন্দ্ৰিয়, কাণ, {{ve ear, কৰ্ণগোচৰ, বি. (সং. কগোচৰ-কৰ্ণ, কাণ .+গোচৰ, ইন্দ্ৰিয়ৰ বোধ ) কাণেৰে শুনা; কাণত পেলোৱা, জনোৱা, brought to the notice. কৰ্ণধাৰ, স. শ. (কৰ্ণ, নাৱৰ কাণ + ধ, ধৰ নাৰ গুৰিয়াল ( নাৰ কাণত বঠা লগাই ধবে এতেকে }, a slasan, a steersman. কৰ্ণ, স. শ. (সৎ কৰ্ণ, কাণ +ৰ, বিন্ধা) 4142 fax, the hole of the ear, কৰ্ণৱেধ- ( বেধ ), স, শ, (সং. কৰ্ণ, কাণ+ বেধু, ফুটোৱা) কাণ ফুটোৱা সংস্কাৰ, কাপ farfa, the ear-boring coremony of the Hindus. কণট, স. শএখান দেশৰ নাম, the modern Carnatie. কৰা, কুদ, বি. { সং, কৰ্তৱা, কৰিব লগীয়া--ক, ক + উৱা, প্ৰত্যয় কৰিব লগীয়া, কৰিবৰ বোগ, fit or power to be done. কুদ, স, কৰিবৰ যোগ্য কাম, কাৰ্য্য, a duty. কা, স. শ. (সং. ক, কৰ } কৰোভা, কৰ্মকাৰক, গৰাকী; বাকৰণ'ত ক্ৰিয়া কৰোভাক বুজোৱা কাৰক, a sloer, a ..master, the nominative case. কী, স. শ. {সং, কৰ্তা শব্দৰ স্ত্ৰীলিঙ্গ) কঙী, কাৰ্য কৰ ভিৰোতা, গৰাকিয়নী, fa fat, a doer (fu:nı.), a mistress, কম, দ. শ. (সং, কষ্ট, কুশব্দ কৰ) বোকা, কনি, স. শ. সোণৰ বা ৰূপৰ কঁকালী জৰী, a gold or silver chain used as it girdle. কপূৰ, স. শ. (সং. কপ, পাৰক হ, পোক মাৰিবলৈ পাবগ) কাৰ, এবিধ সুগন্ধি বস্তু; camphor, কপূৰ্বণি, স, শ. (সং. কমণি, এবিধ শিল) এবিধ শিল বা আকৰত পোৱা মণি, জীব- fara, a kind of mineral boul. কফল, স. শঅ, আফাল, আছ খোৱা) আফল, এঠাইত পিছল খাই অন autot say itt), a slip and fall. কফুল, স. শ. (স. কপূব, কাফুৰ) এবিধ মোলৰ লগত খোৱা সুগন্ধি জাতিৰ 55, a kind of fragrant quant cher- al with betel nuts. কৰ্ম্ম, স. শ. {স. , ক) কাৰ্য, কব. নয়, কাম, বল; পাপ, পুণ্য, ব্যাকৰণত দ্বিতীয়া বিভক্তিৰ পদ; যেনে, চক, rict, action, virtue, rjee, the ob- jective case. কৰ্ম্মঠ, বি. (সং. কৰ্ম্ম, কাম) কামত নিপু, দায় কামত নিযুক্ত থকা, skilful, active, liligent. কৰ্ম্মণ্য, বি. (সং, কৰ্ম্ম, কাম) কামৰ মোগা, asti, useful, fit for action. কৰ্ম্মফল, স. শ. (সং. কৰ্ম, কাম, পাপ, পুণ্য + ফল, কোনো কাৰ্য কৰিলে তাৰ পৰা যি ঘটনা হয়) নিজে কৰা কামৰ পৰা ঘাইকৈ পূৰ্ব্বজন্মত কৰা পাপ বা পুণ্যৰ বাবে মানুহৰ যি বেয়া বা ভাল হয়; যেনে, মানুহে কৰ্ম্মফল ভোগ কৰে, a consequence or fruit of one's own action as liappiness or misery', especially that of acts done in a previous birth. কৰ্ম্মবন্ধ, স. শ(সং. কৰ্মবন্ধন, কৰ্ম্মৰ বান্ধু ) এক জন্মত কৰা কামৰ ফল আন আম্মত ভোগ কৰিবলৈ আবদ্ধ হোৱা অৱস্থা; যেনে, মানুহে কবন্ধু খাব নোৱাৰে অৰ্থাৎ এক জন্মত কৰা কামৰ ফল আন পক্ষ, mud. কৰ্গৈ, স. শ. (অং, কৰ, নিৰ্ম্ম+ দৈ, দধি, এ গাখীৰক দৈ কৰে, এতেকে সেই নাম) পাঁচোটা পিৰ থকা এবিধ টেঙ্গা ফল, a kind of acid fruit and its tree (averrhoa carimbola). কৰ্মৈসিৰীয়া, বি. {তং. ফদ্দৈ, ঐ+ সিব, খল ওখ সে} কৰ্দৈ টোৰ নিচিনা fel, having ridges like the above fruit, Huted.