পৃষ্ঠা:হেমকোষ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দিয়া বন্ধ ), এই দুই শব্দৰ অপভ্ৰংশ দুটা শব্দৰ প্ৰথমটোক কেৱল উচ্চাৰণৰ দৰে “হাৰি আৰু দ্বিতীয়টোক মূল অনুসাৰে “হাড়ি” লিখা গৈছে। সেই দবেই সং, গুণ্ডি ( চূৰ্ণ) শব্দব অপভ্ৰংশ শব্দ এটাক অসমীয়াত গুড়ি, আৰু বং, “গোড়া শব্দৰ পৰা ওলোৱা আন এটা শক গুৰি ওচৰ বা গছৰ মূল ) লিখি ইটোৰ পৰা সিটোক পৃথক কৰা গৈছে, ইত্যাদি। কিন্তু সকলো ঠাইত এই নিয়ম পালন কৰা টান। তাৰ প্ৰমাণ ভাঙ্গনি ( ভাং গছৰ সমূহ) আৰু ভঙ্গিনি (এক তামা ভাগি আন এক ভাষাৰে কব বটনা) ইত্যাদি। এনে ঠাইত লেখাৰ ভাবলৈ টাই অৰ্থ কবত বাজে অন উপায় দেখা নেয়। ঋ, ব, য এই তিনটা আখৰৰ পাচত থকা ন”ৰ ঠাইত ৭ হয়; যেনে, ঋণ, তৃণ ইত্যাদি। সেই কেইটা আখৰৰ কোনোটোৰ আৰু ন'ব মাজত কোনো স্বৰ বা হ, য়, ৱ, ক, খ, গ, ঘ, প, ফ, ব, ভ ব ম থাকিলেও সেই ন ণ হয়; যেনে, কৰণ, কাৰণ, গ্ৰহণ, নাৰায়ণ, প্ৰবীণ, কৃপণ ইত্যাদি। সংস্কৃতব পৰা নোলোৱা কোনো অসমীয়া শব্দৰ ঋ, ৰ বা ষ আৰু “ন”ৰ মাজত ওপৰত লিখা অখৰবিলাকব কোনো এটা থাকিলে সেই ন পৰিবৰ্তিত নহয়; যেনে ববিয়ান (মাটি), বিয়ানী, মবিয়ানী, ৰোৱন, বোৱনী ইত্যাদি। কিন্তু সংস্কৃতৰ অপভ্ৰংশ কোনো শব্দত পাচত কোৱা নিয়ম নেখাটে, অৰ্থাৎ তেনে শব্দত তাৰ মূলৰ ন নুগুচে; যেনে, সং, গহণ, অং. গৰিহণা; সং. অহণ (পুজা), অং. অৰিহণা (পূজা আদি কৰাৰ দক্ষিণা) ইত্যাদি। ক, খ, ত, থ, প, ফ, আৰু ম ইহঁতৰ কোনো অখিবে সৈতে কেৱন "সব যোগ হয়; যেনে, বয়স্ক, ঋলিত, অস্ত, স্থান, স্ফটিক, ভস্ম, ইত্যাদি। কিন্তু ই, ঈ, উ বা উ স্বৰৰ পাচত থকা ক, খ, প, ফ ব ম আখৰে সৈতে স নাখেন থেগি কৰা; যেনে, নিষ্কৰ, দুষ্ক, নিষ্পাপ, ভয়, পুষ্প ইত্যাদি। বাষ্প শব্দৰ গ “স'ৰে সৈতেও যুক্ত হয়; যেনে, বাস্প বা বাষ্প। “ট” আৰু “ঠবে সৈতে কেৱল “” যোগ হয়; যেনে, কষ্ট, ষষ্ঠ ইত্যাদি। স্ত্ৰীলিঙ্গ শব্দৰ ই সদৰ দীৰ্ঘ হয়; যেনে, ভিী, বাঘিনী, শিয়ালী ইত্যাদি। কিন্তু সংস্কৃতত গতি, মতি, ৰতি ইত্যাদি কিছুমান হ্ৰস্ব ইকাৰস্ত শব্দে স্ত্ৰীলিঙ্গ। সেইবিলাক জীৱ নথকা বস্তুৰ নাম, এতেকে অসমীয়াত সিহঁতক ক্লীবলিঙ্গ হে বেলা যায়। উচ্চাৰণ। অসমীয়া ভাষাত অসংযোগী আৰু কোনো স্বৰব চিনেবে যুক্ত নোহোৱা এটা ব্যঞ্জন আখৰ অন্তত থকা শব্দবিলাক ব্যঞ্জনান্তৰূপে উচ্চাৰিত হয়; যেনে, ঘ, প, আগ, পা ইত্যাদি। তলত লিখা শব্দবোৰ মাথোন এই নিয়মৰ বাজ; সিহঁত অকাৰান্ত; যেনে, না, বাট, পাভ, কাছ, ভাদ, গাধ, পাৰ, পল (বোকা বা মাছ ধৰ যতন ), আপ, কাঁক, হেৰ, সাঁফ, এঘাৰ, বাব, তেৰ, পোন্ধব, ষোল, সব, অঠৰ, শ, (মৰা; ১০০) ন (নতুন; ৯), কলীয়া জাৰ, হেল জৈ, ক্ষত্ৰিয়, ইন্দ্ৰিয়, লৌহ,