পৃষ্ঠা:হেমকোষ.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কননি কপহৱা। to express that producud on striking a metallic vessel or hard dry wood, &e. কনকননি, স. শ. ধাতুৰ পাত্ৰ বা টান আৰু শুকান কাঠ আদিত আঘাত কৰিলে হোৱা

    • ", a tinkling sound.

কন্না, অ, ধ, কন্ন্ শব্দ ক, ধাতুৰ fafom *7 83, t. tinkl, to clink. কনীয়া, বি. কনকন শব্দ কৰা, এতেকে টান, তাৰু শুকান, tikling, har and dry. critical, 4. ক-নানুৱা, বি. (অ. কান্, শোকত চকুৰ লো উলিয়া + মুখ, প্ৰধান অঙ্গ) কলা যেন মুখ হোৱা, শোকাকুল হোৱ, of st] countenance (1) Folyam কৰ, স. শ. (সং. ক, নী + দূ, বিদাৰণ কৰ) পৰ্বতৰ গৰ, i :::. কন্দ, স. শ. (সং. কং, ব্ৰহ্মা + দৰ্প, জুই- জাল ) কামদেব, মুনিহ-তিবোতাৰ প্ৰেমৰ অধিকাৰী দেৱতা; ( ব্ৰহ্মানো কামাগ্নি watu 40078); the Indian Cupid. কল, স. শ. {স, কদ, মূল, শিপা) দল, বিবোধ, jutaurrel. কৰা, স. বা. (অ. পৰ্চা অৰ্থত কান্ ধাতু। 97 Fal, to (aure, toily or weap. কন্ধু, , , {সং. স্কন্ধ, বাহুব মূল } বহুৰ গুৰি ভাগ, কান; পুথিৰ এভাগ, the shoukler, a cautas, কন্ধু, স, শ, (সং, কবন্ধ, মূৰ নথকা গা) এবিধ মূৰ নথকা ভূত, এহেজাৰ মানুহ যত বধ কৰা যায় তাতে এটা কন্ধ হয় F&T 4, an evil spirit hasing no locail. কা, স. শ. (অ. কন্ধ, কান) এবাৰ কান্ধত লৈ আনিব পৰা খাগৰি আদিৰ পোলা, একহ্মাত কেইবাটাও সৰু আটি থাকে, a large bundle of reed, &c., carried on the shoulder. কন্যা, স. শ. {সং. ক, দীপ্তি ক) কুমাৰী, ছোৱালী, ষষ্ঠ ৰাশি, a girl, a virgin, the sign Virgo. কাকাল, স. শ. {সং, কন্যা, ছোৱালী+ কাল, সময় } ছোৱালীৰ যৌবন কালৰ আৰম্ভ, অৰ্থাৎ প্ৰথম ঋতু; যেনে, সেই ছোৱালীৰ কাকাল হৈছে, the first appearance of eatameuia. কপটু, স, শ, (সং. ক, মূৰ্ব + পট, ঢাক) দুল, যথাৰ্থ ভাৱৰ গোপন, মুখত এক পেটত আন ভাৱ; এতেকে মনত লুকাই বখা খং বা শক্ৰতা; যেনে, তেওঁৰ মোলৈ 9157475, dissimulation, laypocrisy, cherishel ill-will, grudge. কপটাচাৰ, স. শ. {সং. কপট, যথাৰ্থ ভাৱৰ গোপন +:আচাৰ, ব্যৱহাৰ কপট ব্যৱহাৰ, গোপনে বেয়! দেখত ভাল কাচৰণ, itisy. কপটাচাৰী, বি. কপটাচাৰ-পূৰ, y}^2- , কপটাচাৰ-কৰোতা,

  • 6151 744 CTIF, lıypocrite.

কপটী,। বি. যথাৰ্থ ভাৱ গোপন কৰ কপটীয়া, যাৰ মনত কপট ভাৱ থাকে, TO 4 141,!issenlling, hypo- critical, cherishing ill-will. কপটবেশ, স. শ. ( কপট, ছল + বেশ, আকৃতি) আপোনাৰ আকাৰ এৰি নকৈ- Gataj opifia, lisguise. কপ, স. শ. (সং. কাৰ্পাস, কপাহ কপা- হৰ চুপহি; তাৰে সৈতে একে আকৃতি হেতু কপাহ-ফুলৰ কলি, an unopenel pod of cotton, a lower bul of the Poppy কপৰ্দক, স. শ. {সং. ক, সুখ-+পৃ, বৃদ্ধি ক+দা, দি অৰ্থাৎ বঢ়োৱা) একড়া কড়ি TEXT 1 2017, a small shell useci as a coin, a cowrie, the value of a cowrie. কপধূল, স. শ. (হি. কপধূল, এবিধ কাপোৰ) এবিধ গাজ কাপোৰ, a kind of gauze. কপলীয়, বি. (সং, কপাল, ভাগ্য ) ভাগ্য- ব্ৰন, কপালী, fortunate. কপহুৱা, স. শকপাহৰ ব্যৱসায়-কৰোভা, a dealer in cotton.