পৃষ্ঠা:হেমকোষ.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কঠীয়া পৰি, ১৪৭ কণাদ পূৰ্বে ধনৰ দৰে ব্যৱহৃত এবিধ সাগৰৰ শামুক; বুকুৰ মাজৰ হাড়ৰ তলৰ মূল; যেনে, হিয়াৰ কড়ি, a touri, self (Cyprira merita), the lowerextremity of the sternum. কঢ়াকঢ়ি, স. শ. (অং. কাকু, বলেৰে আঁজুৰি নি) এজনে আন এজনৰ পৰা কঢ়িনি। খেজা কাৰ্য, জোবা-আঁজুৰি, the art, of contemling for a prize, a strug- yle, at seranıbling কঢ়িয়া, স. বা. ( অ.. কাঢ়, ঐ } এঠাইৰ পৰা আন ঠাইলৈ নি; মেনে, ধান কঢ়িয়াইছে, চৰায়ে কুটা কঢ়িয়ায়, to (11, ta) 474 994, measuring ove katha or lalr : seer. স. শ. সঁচ, বিধান, খেতিৰ নিমিত্তে সাচি গোৱ ৩টি, ( একঠা অৰ্থাৎ অলপ কলেই অধিক হয়, এই কাৰণে সেই নাম ) কবৰ কাৰণে গজোৱা ধানৰ পুলি, seell kept for xowing, riese plant. grown for transplanting. বঠীয়া , পুলি গঙ্গাবলৈ শালি ধান সি, to sow broal-ast, as auldy seed. কঠীয়া মৰ, চে সৈতে নষ্ট হ; ধ্বংসিত to be destroyed, to be spoilal. কীয়া ম, সমূলি নষ্ট কৰ; ধ্বংস কৰ, to destroy, 10 spoil. কীয়াতলী, স. শ. (অং. কঠীয়া, খেতিৰ নিমিত্তে ৰখা টি -+-তলী, ঠাই) কঠীয়। foy ste, lud on which rice is grown for transplanting. কীয়ানি, স. শ. { অং. কঠীয়া, সঁচ) কবৰ নিমিত্তে গজেৰ। ধানৰ পুলি থকা ঠাই, it fick where rice is grown for transplanting . কৱ, বি. { অং. কাঠ, কটা গছ) কাঠব নিচিনা, অৰ্থাৎ নীৰস আৰু টান, বিসে- দি, কৰ্কশ, টান, (মাতত খাটে); যেনে, 787 ara, juiccess and haz), insi- jlis. স. শ. সৰু কাঠৰ পাত্ৰ, a small wooden vessel, rough as the voice. কঠোৰ, বি. (সং. কঠোৰ, টান - কঠ, দুখ পা) কৰ্কশ, কঠিন, টান; নিমৰমিয়াল; যেনে, কঠোৰ চিত; বুজিবলৈ উজু নোহোৱা; যেনে, কঠোৰ শ্লোক, land, severe, unkind, difficult to under stand. কঠোৰ, গু, শ, কঠিন গুণ, lartness, ॥nlineness, , কড়া, স. শ. (সং, কপৰ্দ, বং. কড়, এটা কড়িৰ মূল্য) এটা কড়িৰ সমান মূল্য; এটা কড়ি; যেনে, একড়া কড়ি, the value of a cowri, a cowri shell. কড়ি, স. শ. (সং. কপৰ্দ; প্ৰাং, কড়ি; হি, কৌড়ী; বং. কড়ি, এবিধ শামুক ) কণ, স. শ. (সং. কণ—ক, কেঁাচ খাই ক্ষুদ্ৰ হ) তাতি ক্ষুদ্ৰ ভাগ, সৰু অংশ; যেনে, একণ লোণ; গুটিৰ যি ভাগৰ পৰা পুলি ওলায়; যেনে, ধানৰ বা তামোলৰ কণ; এতেকে তিৰোৰ সন্তান উৎপন্ন কৰা শক্তি; যেনে, বেশৰ কণ মৰে, a small particle, the gern or cye of a sou, the productive power of 1 1001311. কণনিয়া, বি. (অং. কাণ, পাত্ৰৰ ওপৰ-তি +ন, নাই) কাণ-কুটা; যেনে, কণনিয়া 5° Catate, cracked, কণা, স. শ. (সং. কণিকা, একণ—কণ, ক্ষুদ্ৰ 8) 994, a minute particl. কণা, বি. {স, কাণ, অন্ধ ) চকু-নথকা; যেনে, কণা মানুহ। দেখা শক্তি চা, (চকুত খাটে); যেনে, কণা চকু, blind, স, শ, চকু নথকা বা দেখা শক্তি গুচা মানুহ; যেনে, বোবাই কয়, কণাই দেখে, a lotind man. (স্ত্ৰী) বি. স. শ. কাণী। কণাকণি, স. শ. (অং. কাণ, শুনা ইন্দ্ৰিয়} পৰস্পৰে কণিত কথা কোৱা কাৰ্য্য, গোপনে কথোপকথন কবণ; যেনে, ‘সৰ্ব জনে আকি কৰে কণাকণি,” the act of mutually whispering or speaking privately. কণা, স. শ. (সং. কণা, অল্পাহাৰী, .