পৃষ্ঠা:হেমকোষ.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কচকচা ১৪৫ কটৰ কচুকচা, অ, ধা, লৰচৰ কৰি বা অস্থিৰ হৈ থাকি আমনি কৰ; যেনে, লৰাই কচকচা- BCE, to be unsteady, to lidget. কচুকীয়া, বি. লৰচৰ কৰি থকা, অস্থিৰ, আমনি কৰা; লৰবৰীয়া, restless, the stealy, tensing. কচ্ছপ, স. শ. (সং. কচ্ছ, পিটনি + পা, বক্ষ ক} কাছ, ৫a tortoise, a little. কছাৰী, স. শ. (কাছাৰ, একদেশ ), এজাতি মানুহ সিহঁতে পূৰ্ব্বে জয়ন্তা আৰু কাছাৰৰ পৰা আহি আসামত বাস লয়, a trile of nen, the Kitcharis. কলা, বি. (সং, কজ্জল, মেঘৰ বৰণ। অলপ নীলবৰণীয়া বগা; যেনে, কজলা মেঘ; অলপ ৰক্ষাৰে মিহলি কলা, জামু-কলীয়া, bluish white; dark red, parple. কজুৰাই, স. শ. (কাজুৱা, কামত নিপুণ) সজাই; তামোল, পান বা আন খোৱা বস্তু এঠাইৰ পৰা নি আনি এঠাইত বেচা বেপাৰী; মহলীয়া, a travelling traclear dealing in letel nuts and other catalles. , কলী, স, শ. ( সং, কল, কলা বৰণ ) একলগে মিহলোৱা ৰসগন্ধক, sulplu' and mercury mixed together for melical purposes. কট, ন. শ. { সং. কটু, বেৰি ধৰ) যুঁজাৰু সমূহ, সেনা, ফৌজ, an aymy. ককট, আনুক, টান বস্তুত কামোৰ বা আঘাত কৰাৰ শব্দ, an initiative sound used to express that of striking or Liting a hard thing. কটুকটু কৰে, ক্ৰি. বি. কটুকটু শব্দ কৰি, এতেক বৰ দুখ পোৱাকৈ; যেনে, কটু- কটু কৰে কামোৰে; আঘাত কৰিলে কটুকটু শব্দ কৰা; কঠিনৰূপে; যেনে, কটুকটু কৰে টান, giving a smarting min, obdurately. কটকটনি, স. শ. { অং, কটকটু, কামোৰা শব্দ) কামোৰৰ পৰা হোৱা পীড়া, কামো- af4, a biting sensation. 10 কটকটীয়া, বি. (অং. কটকটু, আঘাতৰ শব্দ। টান, চিলা নোহোৱা; অস্থিৰ, কচুকীয়া, tight, restless, unsteady. কটুকিনা, বি. (অং. কট, ক্লেশ + কিনা, কয় কৰা, কষ্টেৰে কিনা? কৃপণ, চিকটা, পাবলৈ নোহোৱা, লাগতিয়াল বস্তু কষ্টেৰে লোৱা; বেনে, কটকিনা ঠাই, আটকীয়া, niggarily, stingy; source. কটুকিনালি, গু. শ. কৃপণৰ স্বভাৱ, কৃপণালি, zniserliness, nigcaulliness. কটকী, স. শ. (সং. কটক্, সেনা) ৰাজদূত; এক ৰজাই নিৰ্ব আদি কৰিবৰ নিমিত্তে আন ৰজাৰ গুৰিলৈ পঠোৱা দূ; কটকী- বিলাকৰ প্ৰধান জনক বৰকটকী বোলে; অসম ৰজাৰ দিনত ই এটা বিষয় আছিল। ( তাগৰ কালত বিপক্ষৰ ফাললৈ আৱশ্য - কীয় বাৰ্তা আদি নিবৰ কাৰণ কটক অৰ্থাৎ সেনাৰ লগত ৰাজদূতৰ যাবৰ নিয়ম আছিল, এতেকে সেই নাম ), a] aulias- sarlor, a royal messenger. কটকীতি, স. শ. { অং. কটকী, ৰাজদূত + তিত, তিক্ত বস্তু) এবিধ বিদেশৰ পৰা না তিতা, তাক দৰবত দিয়া যায়, প্ৰথমে এজন কটকীয়ে বিদেশৰ পৰা তক আনে, akinl of bitter root use is medicine. কটগ, স. শ. পড়া বা সম্বোধনলৈ কিঞ্চিত মনোযোগ; যেনে, 'তাক ইমান কোবালো বা মাতিলো তেওঁ সি তালৈ কটগদকে নকৰিলে, a slight attention to pain, or address. কটন, স. শ. (বং. কাটনা, বেচিবৰ নিমিস্থে সূতা কটা কাৰ্য) বেচৰ নিমিত্তে সূতা- কটা বা কাপোৰ বোৱা কাৰ্য্য; সূ কাটি বা কাপোৰ বৈ বেচা কাৰ্য্য, the spinning or weaving for wages. কটন কাটু, বেচ লই সূতা কাট বা acta 7, to spin or weave for wages. কটব, অনুক, টান বস্তুভ কামোৰ বা খুন্দা