পৃষ্ঠা:হেমকোষ.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কঠাল ১৪9 কঙ্কোল to কেঁচা পাতৰ নিচিনা, গন্ধ প্ৰায় পকা কঁঠালৰ দৰে, এতেকে সেই নাম, a kind of flower. কঁঠাল, স. শ. ( সং. কণ্টকী, এবিধ ফল ) এবিধ সকলোৱে জনা গছ আৰু তাৰ গুটি, the jack fruit and its tree. কঁৰা, স. শ. চেঁকীৰ খুঁটা, আলশলাই ধৰা খুঁটা; পহুৰ শিঙ্গৰ ডাল, the post of a pedal used in cleaning rice, an antler, the branch of a born, কঁথা, স. শ. (সং. ক, ফটা কাপোৰৰ নিহালি, কটা কানি গোটাই সিয়া farztfa, a quilt made of old cloth. কঁপ, অ, ধ. (সং. কপ, লৰচৰ ক) অস্থিৰ হ, লৰচৰ কৰ, থৰক বৰক কৰ, quiver, to shake, in tremble. 7. *. কঁপনি, লৰচৰ। ঔপনি, স. শ. কম্পন, ভয় বা জাৰৰ নিমিত্তে sita pyyt, a shake, trembling, shivering . কঁপা, স. . কম্পন কৰা, কঁপনি ধৰা, to causc to shake or tremble. কঁপ-জ, স. শ. {স. কম্প-জৰ, কঁপনি-জৰ } কঁপনি হোৱা জৰ, an age, কঁৰা, স. শ. ভাৱৰী-মাৰিত মেৰ খাই থকা T51-301, a quantity of muga silk wound on a spindle. কঁৰাল, স. বা. (অং. কটাল) সলসলীয়া বা নিজ কন্তু, to cut off branches, &c. কঁৰাশলি, স. ধা. { অং. কঁ, ভাৱৰী মাৰিত থকা সূতা + শলি, শলা) মুগ-সূতা কটা ভাৱৰীৰ মাৰি, the spindle on which muga thread is wound. কঁৰিয়া। অ. . ( অৎ. কাৰ, ধেনুৰে মৰ কড়িয়া, অস্ত্ৰ। কাৰ লগ, শৰ প্ৰহাৰ কৰু, to shoot with an arrow. কঁৰীয়া, স. শ(সং. কৰ্ণ, কাণ+ঈয়া; কৰ্ণীয়, কাণৰ এবিধ কাণৰ অলঙ্কাৰ; মহৰ গাখীৰ খীৰোৱা চুঙ্গা, থুৰীয়া, an earring, a bamboo receptacle used in milk- ing a buffalo. কঁহাৰ স. শ. (সং. কাংস্যকাৰ, কঁহৰ বস্তু সাজো) কাহৰ কাম কৰোতা, a workr in bell metal. কঁহুৱা, বি. (অ, কঁহ) কঁহেৰে সজা; me farfa 7, made of lell inctal, alloyed with bell metal. কঁহুৱা, স, শ, { সং, কাশ, এবিধ বন ) এবিধ 194 ga, a kiml of grass (sacchit- rum spontaneam). কঁহুৱানি, স. শ. কঁহুৱাৰ হাবি, a plot of Jand covered witli the above grass, , কঁহকহীয়া, বি. (অং, কহ, এবিধ ধাতু। . কঁহৰ নিচিনা অৰ্থাৎ নতুন, নেগেল, ( মাছ মঙ্গহত খাটে }, fitsli, not stale (said of meat, &c.). ককৰ্ত্তনীয়া, বি. (সং. কদৰ্থ, অকামিলা) পাতল, দুল, লেহুকা (কাঠী আদিত খাটে }; যেনে, কামিবোৰ ককৰ্ত্তনীয়া $2; weak, thin as a piece of split lamlod১০, স, শ, কাঠ-পতন, blaste gmin. ককৰ্থনা, স. শ. { অং. কদৰ্থনা, গালি ) গালি, নিন্দা, তিৱস্থাৰ ( চহ , alusi, reproach. ককা, ৭. শ. বোপই বা আইৰ বাপেক, ente, a grandfather. ককাই, স. শ. (“দদাই” শব্দ (চাৰ) জ্যেষ্ঠ ভা, দাদা; বোপাই আদিব আপোনাত কৈ ডাঙ্গৰ পুতেক, আপোনাতকৈবিয়সীয়া atgep yosto, an elder brother, a cousin, senior in age, a word used in addressing an elderly man. ককাৰ, স, শ. (সং. ক, +কাব, আখৰ ) ক আখৰ, the letter ক. কক্কক্, তানু, কুকুৰাৰ নিচিনা শব্দ, an imi-- tative sound used to express the clucking of a fowl. কক্ককা, অ ধা-কুকুৰাৰ দৰে শব্দ কৰ, to cluek. কক্কোল, স. শ. (সং. ক, অহঙ্কাৰ কৰু+ কুল, গোট খা) এবিধ সুগন্ধি গুটি, an aromatic berry (cocculus indicus).