পৃষ্ঠা:হেমকোষ.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কইৰ। ১৪২ চপা। ! কই, স. শ. এবিধ চৰাই, the partridge. কংস, শ, স. এজনা মথুৰাৰ ৰজা আৰু কৃষ্ণৰ মোমাইয়েকৰ নাম, the name of a king of Muttra slain by Krishna. কঁইটা, স. শ. ( অং. কাইট, ডোঙ্গা বস্তু } পিব নোৱাৰিবৰ নিমিত্তে মহোৱালীৰ মুখত বন্ধা শলা, a muzzle to prevent the calves of buffaloes froinsneking. কঁকলিয়া, স. ধা, কঁকাল সমান কৰ, খাল ক, { ডাঙ্গৰ পেটত খাটে ); যেনে, পেটাল মানুহে চুবিয়া পিন্ধোতে পেট

  • auty, to draw in the stomach

before putting on a dhoti. কঁকলীয়া,। বি. কঁকালৰ সমান দ, coming কঁকলুৱা, up to the waist, waist-deep. কঁকাল, স. শ. ( বৎ. কাকাল, বোধ হয় সংস্কৃত ‘কক্ষ' শব্দ ইয়াৰ মূল ) কটি, গৰ 81 otst, the loins, the waist. কঁকালান্ধি, স. শ. (অং. কঁকাল, কটি + সং. আধি, পীড়া) কঁকালৰ বিষ, lombay. কঁকালী, বি. (অং. কঁকাল, কটি} কঁকাল সম্বন্ধীয়; যেনে, কঁকালী জৰী, belonging to the vaist. স. শ. কটি-সূত্ৰ, কঁকালী , a belt, a girdle, a string tiedl round the waist. কঁকালে কঁকালে, কি বি. এটাৰ কঁকাল আন এটাৰ কঁকালেৰে লগ লগাই, waist to waist. কঁকিল, স. শ. (সং. কঙ্কালোট, বং, কাকিল, এবিধ মাছ) ঘঁৰিয়ালৰ নিচিনা ঠোটেৰে এবিধ গোটা দীঘল সজীয়া wt, a kind of fish (esox cancila). কঁকিলা-দাৰ, স. শ. (অং. কঁকিল, ঐ+ দাৰ, দাত) কঁকিল! মাছৰ ঠোট, lio smoot of the above. কঁকিলা-সৰ্জীয়া, বি. (অ, কঁকি মাছ+ সাজ, আকৃতি) কঁকিলা মাছৰ গঢ়ৰ অৰ্থাৎ দীঘল আৰু গা-সৰু, long and slender like the garlish, slim. ঔজলা, “কজলা ” চো। টাল, স. ধা. { অং.. কাইট, হল, জোৎ) আখি বা কাইট গুচাই নিমজ ক, সল সলীয়া কৰ; যেনে, বাহটো টালিলো; এতেকে মলি গুচাই পৰিষ্কাৰ কৰ চৰাইত খাটে); যেনে, চৰাইয়ে পাখি কটালে; মুখৰ ভিতৰত লাগি থকা খাদ্য বস্তু জিভাৰে এৰুৱাই পৰিষ্কাৰ কৰ; যেনে, লৰাই ভাত খাই মুখ কঁটালে, to cut off the branclics, as a bainboo; to cleanse and smooth feathers, as a bird, to elcanse tle inoath of fragments of food with the tongue. টালি, স. শ. (অং. কটাল, কঁাইট গুচা ) ডাল পাত থকা পোন আৰু পানীৰ তলত হোৱা এবিধ বন, at kind of grass having no leaves, &c., and growing under water. কটিয়া, স. . (সং. কণ্ঠ, ডিঙ্গি } বলেৰে টেটুৰ ভিতৰলৈ সুমাই দি, বলেৰে মুখত ভৰি দি (ইয়াত দুটা কৰ্মাৰক থাকে; যেনে, তাক ভাত কঁটিয়ালো, ta thrist into the mouth of. কঁটিয়া, স. ধ. ( কাইট, জোং) হাল ৰাওঁতে গৰু-মহক জোঙ্গা এছাৰিৰে খোচ্ to drive with a goad. কটীয়ৰি, স. শ. (সং. কণ্টকী, মাছ+ অৰি, শ) সৰহকৈ মাছ মাৰি থাউকীয়াকৈ rótel, a fish-monyer, a wholu- sale dealer in fish. কটীয়া, বি. যিমান @ হব লাগে সিমান নোহোৱাকৈ বুঢ়া হোৱা; চুটি-চাপ, stunted in growth, a dlwart. কটীয়া লাগ, চুটি চাপৰ হৈ থাক্‌, কটীয়া $, to be stunted in growth. কটীয়া-কপৌ, স. শ. সাধাণ কপৌ, the common cove. কঁঠলুৱা, বি. (অং. কঁঠাল, এবিধ গছ) কঁঠাল কাঠৰ দৰে টান; আঠা-যুক্ত (মাটি, liard, clayey. কঁঠলুৱা-চপ, স. শ. (অং. কঁঠলুৱা, ঐ+চঁপা, এবিধ ফুল) এবিধ ফুল, তাক ইংৰাজ- বিলাকে বিদেশৰ পৰা আনে, তাৰ বৰণ