পৃষ্ঠা:হেমকোষ.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওলগ ১৪৪ সমা-~-নমস্কাৰ, সেৰা. প্ৰণাম-ইহঁতে ধৰ্মৰ কামনাৰে মূৰ চাপৰাই সন্মান কৰা বুজায় আৰু নমস্কাৰতকৈ সেৱা আৰু প্ৰণামে অধিক ভক্তি দেখায়; এক বামুণে আন বামুণক নমস্কাৰ কৰে, পুতেকে বাপেকক সেৱা কৰে, শিষ্যে গুৰুক প্ৰণাম কৰে; “ওলগ” ইয়াৰ ধৰ্মেৰে সৈতে সম্পৰ্ক নাই, মূৰ চাপৰাই সন্মান কাকে “ওলগ” বোলে। ওলগ ল, সেৱা কৰ মুৰ চাপৰাই সন্মান কৰ; যেনে, প্ৰেজাই ৰজাৰ ওলগ্ন লয়, to bow ini, to par respects. লগনি, স. শ. (অ. ওলগ, সন্তান ) আজ্ঞা মনাৰ চিনৰ বাৰে টেকেলা দিয়া ধন, precon's fer. ওলটু, অ. ধা, (সং. ওলড়, ওপৰলৈ দলি মাৰ; হিং. উলটানা, ওভেতোৱা) ফি, To aff, to return, to turn bark. 7. সওলটা। ওপটা, স, ধ. লুটিয়া, তলৰ ফাল ওপৰ ওলোটা, কৰ, আগ চাল পাচ কৰ, আনি Cach, to turn upside clown, to turn back, to give back. ওলট-পালটু, স. শ. {সং. উৎপত, ওপৰলৈ জাপ মাৰ; হিং. উলট-পুলট; বং. ওলট- পালট, তল-ওপৰ কৰা তল ওপৰ হোৱা কাৰ্য্য, আনি ওলটাই দিয়া কাৰ্য্য, the act of turning upside down, the act of taking and sending back. ওল, অ খ. (সং. অৱলম্ব, আশ্ৰয় কৰ) ওপৰ ফাল কোনো বস্তুত লাগি আধাৰ নোহোৱাকৈ আকাশত থাক্‌, আৰি Contato per 419, to be suspended, to be hung . ওললাম, স. শ. (অঃ, গুল, ঐ ) বাড়ৈয়ে কোন পিয় বস্তুৰ ওপৰৰ ভাগ তলেৰে সমান হৈছে নাই চাবৰ নিমিত্তে এড়োখৰ সীহ ওলমোল এল জবী; ঘড়ীৰ ওলমি af y 5151, a quendulum, &e. লমা,স, ধা, (অং. ওহ্, ঐ) আৰি থ, etentu), } to suspend, to hang. ওলমা-বাদুলি দি, বাদুলিৰ দৰে তললৈ মূৰ কৰি ওলমি পাক্; যেনে, বাৰে গছত ওলমা-বাদুলি দিয়ে, to hang by the feet with the head downwards, ওলা, স. শ. (হিং. বং, ওলা, এবিধ চেনিৰ লাডু) পৰিষ্কাৰ কৰা চেনিৰ লাডু, at kind of sugar in balls. ওলা, গ. ধা. {সং. বল, গতি কৰ) ৰাহি- বলৈ আহ; যাবলৈ যুগুত হ; সম্পূৰ্ণৰূপে প্ৰস্তুত হ; মেনে, কাপোৰ খান ওলাইছে, to come it, to be ready to us, tu he finished as a work of art. ওলোটা, বি. { অং. ওলট, লুটি খা, হিং, বং. উল্টা, এভোত) বিপনীত, মুখৰ ফাল পাচ হোৱা, ওভোত, invit'tt, 2017 upside down, contrary, ওলে-ধোলো, বি. (সং. ওল, অৰি পোৱাৰ দৰে থা+ + ধোলোম, অনু,। ওলমি লৰি থকা, langling- ওৱল, অ, ধা. (অ.) গেলি জহি সা; যেনে, ঘা Costera of sy, much decomposed. ওৱাচিল, বি. (যাং.) সাধি লোৱা, আদায় হোৱা; যেনে, ধাৰৰ ধন ওৱাচিল হল, realized, paill up ওৱাচিল-বাঁকী, স. শ. { যা আদায় হোৱা আৰু শেষ থকা ধন আদিৰ লেখ; যেনে, “নিত্য কৰে ওৱাচিল বাস্কী,” শঙ্কৰ। an account of payments and balance. ওৱাদানি, বি, ওগায়বহু, প্ৰচুৰ, abundant. ওষধি, স. শ, {সং. ওষ, তাপ+ধা, ধাৰণ ওষধী, } ক) ফল পকিলে মৰি যোৱা গছ, এতেকে সামান্য গছ, তৃণ আদি, a annual plant, a plant which dies after the fruit is ripe. ওষ্ঠ, স. শ. (সৎ, ওষ, পোৰ ওপৰৰ ওঁঠ, the upper lip. ওহাৰ, স. শ. (সং. উধ, জন্তুৰ স্তন) জন্তুৰ স্তনৰ জোলোঙ্গা, অতৃৰ গাখীৰৰ বাহু, thie udder of animals. হাৰ, অ, ধা, অং. ওহাৰ, বাহ} গাখীৰৰ বাহ ডাঙ্গৰ কৰু, ওহাৰ নমা; যেনে, গাই