পৃষ্ঠা:হেমকোষ.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওফোন্দা-গলা ওলগু . উপহাৰ নিচিনা; যেনে, ওফোন্দা গাল, puffed. ওফোন্দা-গলা, বি. এফলি উঠা গাল যুক্ত, fat-cheekted. (স্ত্ৰী) ওফোন্দা-গালী। ওবা, স. অব্য. সম্বোধন কৰা মাত; যেনে, ওবা! তুলসি সমিধান দিয়া, ( শঙ্কৰ }, a word lised in sullressing a person. ভ, অ. ধা, ওলট, পাচলৈ ঘূৰ, to turn back. এতনি, স, শ, উলটি বোৰা সেঁত, উজনিৰ placa caratta1, a vowder-current. গোৰে, ক্ৰি. বি. { অং. ওভোত, ওলটা + হিং. গোছ, ভৰি আগেয়ে ভৰি বাঙ্গ কৰি, ( লৰা এপজাত খাট); যেনে, ভগৰে জন্য লৰ, ivit.l) tic fev Loremost, ওগোৰে নাচ, বৰকৈ দুষ্টালি কৰ, ডেও 14, to be very sicked. ভ-সভ, স. শ. (.. ওতত, ওল+ সৈভ, তানুক.) ওলটাই দি আকৌ অন্য কাৰ্য্য; যেনে, সি কিনা বস্তু ওভত- (55 714, the act of returning a thing purchased and then taking it back again. ওভোত, বি. ( জ. ওভত, ওলটু) ওলোটা, পাছলৈ বা তললৈ মুখ কৰ, upside clown, tune back. ওমল, . . লৰাৰ দৰে ধেমালি কব, ৰং কৰ; যেনে, লৰাই ওমলে, to play, as a child. ওমলা, স, ধ. লৰাৰ দৰে ধেমালি কৰা, ৰং লগা; যেনে, “বিচিত্ৰ মণিগোট ধৰি ধাই। বাটত ফুৰস্ত শিশু ওমলাই।” to anusc, as a child. ও, স. শ. {বং, ও, সীমা} অন্ত, শেষ; an end, T, CE, to be ended. ওৰ ল, অনুসন্ধান ক, বুজ ল, to inquire into. , ও, স. শ. (অ. যোৰ, হাল, দুটা) সম্ভান হবৰ কাৰণে মত মাইকী একত্ৰ হোৱা অৱস্থা, ই সামান্য জত খাটে, আৰু সদায় “যা” বা “খা" ধাতুৰে লগ লাগি সেই ক্ৰিয়া কৰা বুঝায়; যেনে, কাউৰী ওৰ গৈছে, সাপে ওৰ খাইছে ইত্যাদি, gopur lation of a small animal. ৪ড় " চো। এৰ-ফুল, ওৰণি,। স. শ. ( হিন্দী. ওনা, পিন্ধ। ওৰোণা, মুখ ঢকা কাপোৰ, a veil. ওৰণীয়া, বি. (অং. ওৰণি ) ওৰণীৰ দৰে মুখ ডক ( মাজখাল কোনো বস্তুৰ কাণ মাজৰ ফাললৈ বাঢ়ি মুখ কিছু ঢকা বুজায়, } যেনে, ওবণীয় গাত, ওৰণীয়া বাটি, inauv- ing the brim gradually projecting towards the centre, so as to part- is cover the mouth. ওৰ ঘোৰ, বি. { অং. ও, তনু. + খোব, অতিশয় অতিশয় প্ৰবল; ( টোপনীত খা; } যেনে, ও-ঘোৰ টোপনী, cle], sound (said of sleep). ওৰ বাটে, ক্ৰি. বি. { অ, ও, গোটেই + বাটে, পথত } গেটই পথত, of the whole way. গুৰ, স. শ. ( সং. আড়ম্বৰ, আৰম্ভ ) গাবলৈ, কথা কবলৈ বা নাচিবলৈ কৰা উপক্ৰম, at attempt to sing, speak or dance. ওৰা বৰ, গাবলৈ, নাচিবলৈ বা কবলৈ উপক্ৰম কৰ, to attent. to preau' to sing, speak or dance. ওৰেও, ক্ৰি. বি. (অং. ওব, সমুদায়) সদায়, সৰ্বদা, aliva)'s. ক্ৰি. বি. ( অ, ও, সমু- ওৰে দিনটো, } দায় -+দিন) গোটেইদিনত, during the whole day. ওৰেৰাতি, ক্ৰি. বি. (অং, ও+তি) গোটেই atfe throughout the whole night. ওল, স. শ. (সৎ, ৱল, নাশ কৰ, অৰ্থাৎ অৰ্শ- ৰোগ নাশ কব) এবিধ কচু, at esculent rout (arum campanulatum). ওল, স. শ. সেৱা, নমস্কাৰ, মুৰ দোৱাই কৰা সন্মান, obeisance, ওৰে দিন