পৃষ্ঠা:হেমকোষ.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপঙ্গন ওফোন্দা মোৱাকৈ, দকৈ নুগুণাকৈ; যেনে, তুমি কথাটোৰ ওপৰে-ওপৰে গৈছ; হে নমৰাকৈ; যেনে, ওপৰে-ওপৰে হাত ফুৰা, skimming sver the surface, touch- ing lightly. . ওপৰ-চকুৱা, বি, এবিধ ছাহৰ টেলটেলীয়া চকুৰে মাছি, a kind of fish. ওপৰু-চৰিয়া, বি. { অং: ওপৰ, ঐ + চৰু, আহাৰ কৰ} নিৰূপিত বস্তুত বাজে পোৱা, যেনে, ওপৰ-চৰিয়া লাভ, gained over and above the fixed amount. 1. *. 59, a principal use ওপৰঞ্চি; বিষয়; এই কথা মোৰ মনত ওপজা নাই, (ইতৰ, জৰ পোৱালী হোৱাত নেখাটে), to be bom, to occur to the mind. ওপজ, কুদ, স, ওপজা কাৰ্য, জন্ম, lirtin. ওপৰ, স. শ. (সং. উপৰি, উৰ্দ্ধ ) উৰ্দ্ধ ঠাই, উদ্ধ, height, a top, বি. উল্ক, ওখ; ওখ ভাগৰ, তলৰ বিপৰীত,॥per, যেনে, ওপৰলৈ পানী ছটিয়া, ওপৰ-পুৰুষক ধৰি গালি পাৰ, কোনো জনৰ বাপেককককক ঘালি তাক অপমানিত কৰ, to abusive language against one's father, nother or other relations. ওপৰঞ্চি, বি. (তৎ. ওপৰ, ঐ) ওপৰত থকা; এতেকে বান; যেনে, ওপৰঞ্চি মানুহক মান কৰিব লাগে, নিৰূপিত বস্তুৰ বাহিৰে পোৱা; যেনে, ওপৰঞ্চি লাভ, পৰি- মাগতকৈ অধিক, superiot, gained over and above a fixcil amount more than what is clue. 7. *. 994 দমন কৰে, an official superior, a Controller or (overnor. ক্ৰি. বি. নিৰূপিত বস্তুৰ বাহিৰে; যেনে, পাচ টকা ওপৰঞ্চি দিলে, lesides, ওপৰণি, স. শ. কোনো বস্তুৰ ওপৰত থকা ভাগ; জুলীয়া বস্তুৰ ওপৰলৈ উঠা ঘন 78, (stcnta, that which is on the surface or the top part; scum. Fa. ওপৰৰ, ওপৰত থকা; যেনে, ওপৰণি STE, belonging to the surface or top. উপ-উপৰি, স. শ. এটাৰ ওপৰতু আনটো উঠা অৱস্থা; হুহুৰি, the state of falling one upou the other, con- fusion, বি. এটাৰ ওপৰত আনটো Ct31, one upon the other, ওপ-উপৰিকৈ, ক্ৰি. বি. এটাৰ ওপৰত আনটো হৈ, এটাৰ ওপৰত আনটো দি, ohe upon the other. ওপৰে, ক্ৰি. বি. ওপৰত, উন্ধে, ওথ হৈ; যেনে, মূৰৰ ওপৰে গল, above, over. ওপৰে-ওপৰে, ক্ৰি. বি. ভিতৰলৈ নোসো- ওপ-তলীয়, বি. এটা ওপৰত, আনটে। তলত হোৱা, ওপৰ-উপৰি, one: ta]}}} the other. ওপ-পু, স. *.। . ওপৰ, ঊৰ্ধৰ। পু, লোক ) পিতৃ-পিতামহ-আদিৰ কোনো এজন, an abster. ওফ, অ, ধা. (স. স্ফীত, বতাহৰ দ্বাৰা বিস্তৃত স্ফীত হ, বতাহ আদিৰ ধাৰা বহল হ, অহঙ্কাৰ কৰ; যেনে, তেওঁ বৰ বিষয় mye enfant face, to be more up, to be proud. সমা.--উখই, ফন্দ-বেদনাৰ দ্বাৰা কোনো বস্তু উথহে, বায়ুৰ দ্বাৰা ওফাশ। ওফ, অ. ধা. (সং উৎপতৃ; ওপৰলৈ জঁপিয়া } ছিটিকি , ঠেক। থাই আঁতৰি যা; বেগেৰে এঠাইৰ পৰা আন ঠাইত 97, lo spring or bound oft', to separate and fall off, to be finng off. ওফ-উফৰি, স. শ, (অং. ওফ) এটাত ঠেকা খাই আনটো ওফৰা কাৰ্য, tise act of ſinging at one another. ওফৰা-পিঙ্গলা, স. শ. ( অং. ওফৰা, এঠাইৰ পৰা আন ঠাইত+ পিঙ্গলা, ৰচিয়া বৰণ } এঠাইত হলেই হঠাত আন ঠাইত হোৱা আৰু ৰা পৰা এবিধ ছালৰ ৰোগ, a skin disease. ওফোন্দ্য, বি. (অং, ও, স্ফীত হ) শীত,