পৃষ্ঠা:হেমকোষ.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজালি। ওপজ হব যোৰা, জাই লগাই দিয়া পদ গোৰা মানুহৰ সমূহ, elioral singers, a ehoit, ওজালি, ও, শ, জৰ বেজৰ ব্যৱসায়; 794, the profession of an Oja, superiority . ওটা, স, শ, অং. উটা, পানীত ওপঙ্গি যোৱা ) ঘৰৰ ভিতৰৰ পৰা পানী ওলোৱা 2271, a drain for cunilucting water ont of a bouse. ওটা-ৰোক, বি. ( অং. ওটা + বোকা, খেচৰা? ওটা ৰুকি অৰ্থাৎ খুচৰি পৰিষ্কাৰ কৰা, মলিন ঠাই ভাল কৰা, (গালি পৰা মা; সত্ৰৰ ভকতবিলাকৰ প্ৰতি ঘৰে একোটা ওটা থাকে, এগ্নেকে সিহঁতত এই গালি বিশেষকৈ খাটে; যেনে, ওটা- $1994 50), :leansing the above, at term of abuse especially applicd to the Bhakats of the Shattins in Assim cacl of whom has a water- spout in luis fouse and keeps it clean. ওঠালবতিহা, স. শ. এবিধ বৰ ডাঙ্গৰ জাল, a. kind of fishing net. } স. শ. (সং. ওড়, এবিধ ফুল) ওড়ফুল ৰঙ্গা, জবা, the china rose. ও, স. শ. (সং, শোথ, শোব ৰোগ ) এলাহ, আলস্য, laziness. ওপাৰু, স. শ. এবিধ ডাঙ্গৰ জাল, a kind of drag net. গুদা, বি. ( হিং, ওদা, ভালকৈ নুশুকোৱা ভজাত বা শুকোৱাত ভিতৰে কেঁচাই থকা ( ধান চাউল আদিত খাটে); যৈন, ওদা ধানৰ চিৰা ভাল নহয়, সম্পূৰ্ণ ৰূপে পাগত মুঠা (ধাতুত খাটে); যেনে, ওদা পাগৰ কটাৰী ভাগি যায়, ওদা লো কোবালে ছিগি যায়, half roasted or dried (said of grain); uintempereel (said of metals). গুদাইদা, স, শ. ( হিং, হাদাৰ, চিপাহীৰ ওপৰঞ্চি) অধিকাৰ, গৰাকী, ওপৰঞ্চি, a master, a superior. ওদাশ, স. শ. (সং, উদ্দাল; আৰৰ, ওদাল, এবিধ গছ} তাৰ ছলেৰে লেজু বটা এবিধ গছ, a kind of tret (cordia myxa). ওনা, স. শ. (অং. বনা, ধান খুন্দি চাউল কৰা) এবাৰ খুবলিত দিবলৈ জোৰা ধান বা চাউল; এবাৰ ভজ খেলত দিবলৈ জোৰা ধান, চাউল, আদি, is nch graiu as is put into the mortar or fried at one time. ওনা-ওনে, ক্ৰি. বি. (অং. ওনা, ঐ) প্ৰচুৰৰূপে, সৰহকৈ, তেওঁ ওনা-এনে ধন আৰ্জিছে, plentifully . এলোলা, স. . ( আন্ধাৰ, অন্ধকাৰ) এন্ধাৰ কৰ, (মেঘে ঢাকা খাটে); যেনে, মেঘে ওন্দোলাইছে, ওদোলাই থৈছে, বেজাৰত মলিন বা কলা কৰ; যেনে, এই কথা শুনি তেওঁ মুখ এন্দোলই পেলালে, to clarken, to make glouny, ধৰ পৰা মোধলৈ, এমূৰৰ পৰা আন মূৰলৈ; যেনে, ধৰ পৰা মোধলৈ Ft16, from end to end, from 1143 end to the other. ওপং, অ, ধ, { অং. ওপৰ, উৰ্দ্ধ ) পানী বা প্ৰৱ বস্তুৰ ওপৰলৈ উঠ, to float. ওপছ, অ, ধা: (সং. উপচয়, পূৰ ভৰি পৰ, পাত্ৰৰ মুখলৈকে পূৰ হ; যেনে, “ সুবৰ্ণ ৰজতে তাইৰ উপচিল পাছি,” কীৰ্ত্তন, to le full to the brim. ওপছ , বি. (সং. উপচয়, পূৰ } পূৰ; যেনে, বাটিটো ওপছ হৈছে, fuff to the lyriin. ওপচা, স. ধা. { অং. ওপ, পূৰ হ} পূৰ কৰ, to fill to the brim. উপ-মুৰীয়া, বি. (অং. ওপচ+ মূৰ, ওপৰ ভাগ) পাজৰ মুখতকৈ ওপৰ উঠা; যেনে, দোনৰ ওপচ-মূৰীয়া চাউল, rising above the brim of 11 Ineasiliu. ওপ, অ, ধা. {সং. উপজন, উপ, উপস.+ জন, জন্ম হ; হিং. উপজনা) জন্ম ল, উৎপন্ন হ; যেৰে, বৰ উপজিছে মনত কোননা কথাৰ ভাৱ হ; যেনে, তোমাক যে দেখিম