পৃষ্ঠা:হেমকোষ.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওকোলা-খোৱা ১৩৮ ওজাপালী 60 বস্তু; যেনে, বাতি, anything ejected from the mouth, fooul spat out. ওকোলা-খোৱা, বি. লোকে মুখৰ পৰা উলি- মাই পেলোৱা বস্তু খোৱা, (গালি ), lick-spittle. ওকোল-মোক, স, শ, (অং. ওকাল, ওকালি +মোকোল, অনুক, আহাৰ ভিতৰলৈ নগৈ ওলাই আহিব খোজা; এতেকে খবৰ অনিচ্ছা, satiety. প্ৰকো-মোকল কব, মুখৰ পৰা ওলাই আহিব খেজু, খাবৰ অনিচ্ছা হ; যেনে, ডাতে ওকোল-মোকাল কৰে, to be satiatest. ওখ, বি. (সং. উচ্চ, ওপৰলৈ বঢ়া} ওপৰলৈ বঢ়; চাপৰ-নোহো; উন্নত, hig, tall. স. শ, উচ্চতা, উচ্চ ঠাই; মেনে, আমবিলাক ওখত আছে, leight. ওখয়, ক্ৰি. বি. উচ্চত; যেনে, সি ওখয় দুহাত, i heights. ওখল, স. শ. {সং. উক, মপি) গাৰ বা Pronta sf, dirt of the body or cloth. ওখো, স, শ. (ব. উকুনবাড়ি, শস্য গোটাৱা যতন; শস্য-গোটোৱা বা লুটিওৱা আগ-বেঁকা বাহ, a bamboo hook for gathering grains in straw. , ওখোনিয়া, দ, ধ, ওখখনেৰে চপ বা উজাৰি fire to gather or turn up with the above instrument. ওখোৰা-মোখোৰা, বি. (অওখ, উচ্চ+ মোখোৰা, অনু.) অলপ ওথ-চাপ, দোদোৰা, দু-বাম, অসমান, neven, স, শ, ওখ-চাপৰ হোৱা অৱস্থা, অসমনিকা; যেনে, মাটিখনৰ ওখোৰা-মোখোৰা ডাঙ্গা, ওচ-মো, স. শ. (সং. উচিত + অনুচিত, ভাল বেয়া) কথাৰ ঔচিত্যানোচিত্য বা আগগুৰি; যেনে, ওচমোছ চাই কথা কব, propriety of speech. . ওচ, বি. নিকট, চমু, অদূৰ, near, close: ty. 7. *. fapt eta, nearness, vicinity. ওচৰাউচৰি, বি. (অৎ, ওচৰ, নিকট ) ই তাৰ ওচৰ-সি ইয়াৰ ওচৰ; যেনে, ওচৰাউৰি 94, mutnally near. ওচৰে, ক্ৰি. বি. পঁড়িয়ে, কাষে; যেনে, ভাব 5777 EC 171, by the side of, by. ওচ-ঘৰীয়া, বি. (অ ওচৰ, ঐ + ঘৰ, নিবাসৰ ঠাই) ওচৰত নিবাস কৰা, living in the vicinity . ওচৰ-চুবুৰীয়া, এনেও হয়। শুজ, স. শ. ( ফাং. এৱজ, পৰিবৰ্ত, সলনি। সঁচি ধনত বাজে ‘ান বস্তু; যেনে, কুৰি Tanya FC 1, articles, as opposed te) ready-money. ওজ, স. শ(যাং.) গধুৰ পৰিমাণ, weight. ওজ-বাজ, স. শ. (অ. ওজ, বস্তু বাজ, অনু.) সামগ্ৰী, বয়-বস্তু, articlass. জ, স, শ, (যাং. উজৰ ) আপত্তি, ot- jection. ওজা, স. শ(প্ৰাং, উঅজঅ, অধ্যাপক; হিং. বং, ওঝা, জৰা বেজ)শিক্ষক, পঢ়াওঁতা, বিশেষকৈ ঘাই অধ্যাপকৰ তলৰ্তীয়া পণ্ডিত, শিল্পকাম কৰেবিলাকৰ ভিতৰত প্ৰধান মানুহ; এতেকে কমাৰ, কঁহাৰ, বাঢ়ৈ, খনিকৰ, নাপিত, এইবিলাকৰ প্ৰধান মানুহক “জা” বোলা যায়, কিন্তু সোনা- ৰিৰ প্ৰধান মানুহক হলে দলৈ বোলে। বিয়াহৰ যোৰাত মূল অৰ্থাৎ পদ লগাই দিওঁতা; জবা বেস্তু, a teacher, especial- ly a teacher subordinate to another, a licad artisan, the head man of a land of singers, a man who pretende to cure hy incantations. ওপালী, স, শ, { অং. ওজা, পদ, লগই দি+পালী, দোহাৰত গা) বিয়া- unevenness. ওগাইহ, বি. (যাং. ওগৈৰহ, ইত্যাদি) প্ৰচুৰ, সৰহ, অধিক; যেনে, ধান ওগাইদহ Epce, plentiful, abundant. ওঙ্কাৰ, স. শ. (সং. ওঙ্কাৰ, প্ৰণৱ +ক, ক) ওঁ শব্দ, the mystie syllable "&" which see.