পৃষ্ঠা:হেমকোষ.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঈশ্বৰ্য্যন্ত ওকোলা ঈশ্বৰ্যন্ত, বি. (সং. ঐশ্বৰ্য্য +ৱন্তু, থকা ) ধন-সম্পত্তি থকা, wealthy. ঐহিক, বি. (স. ইহ, এই সংসাৰ) এই সংসাৰৰ, ইহ কালৰ, petitining to this world. ও ও, বৰ্ণমালাৰ শ্ৰয়োদশ আখৰ, the thir- teenth letter of the alphabet. , , , { বং. উখা, লো-ঘহ অস্ত্ৰ ) লো- 170, a file, il ram]. ও, যে- অ. {সং. অপি, আৰু } এটা বস্তু বা কাৰ্যাৰ লগত আন এটা লগোৱা শব্দ; যেনে, মানুহো, অৰ্থাৎ মানুহ আৰু আন কোনো জন্তু বা বস্তু; শুবাও, অৰ্থাৎ গান কিবা কাৰ্য্য কৰিব আৰু শুবা, a copulative particle, als. শু, তা, তা, শলগ বা হয় বোলা মাত; পাহৰা কথা সোৱৰা বুজোৱা মাত, all expilession of recollection, or assent. ও। . শ. { সং. অ, বিষ্ণু, উ, ৰুদ্ৰ, ম, ও, ব্ৰহ্মা, বা ত্ৰিমূৰ্তি। ঈশ্বৰৰ সুজন, পালন, সংহৰণ, এই তিনি শক্তি বুজোৱা শব্দ; এতেকে বেদৰ মূল মন্ত্ৰ। ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য, তিনি জাতিত বাজে আনে তাক উচ্চাৰণ কৰিব নেপায় আৰু আন মন্ত্ৰৰ আগত তাক যোগ কৰা যায়, a word signifying the Hindu trial, Braluna, Visnu and Siva. It is held very sacred by the Hindus. , ওঁ, স. শ. (স. ওষ্ঠ, হিং, ও, দাত কি থকা ছাল) সঁাত-ঢাকা ছাল, ভাৰ ওপৰৰ জোখৰক “ ওপৰ-ঠ”, তলৰ ডোক “তল-ওঁঠ ” বোলা যায়, a lip ওঁঠ-চেলে, নিশা হ, to be disappointed. CBCT?y, after fe, to pat to shame. -পাত, বি. (অং. ওঁঠ, ঐ+পাতল, লঘু) সঁচা-মিছা বা ভাল-বেয়াৰ বিচাৰ নকৰি মুখত যি আহে তাকে কোৱা, চেলে; কথা গোপনে ৰাখিব নোৰ, speaking tegardless of truth or propriety, unable to keep a secret. ওঁ, স. ম. (অং. আঁত, সূতাৰ মূৰ ) মেৰাই থোৱ তাৰ মূৰ; কাৰ্য্যৰ দিহ, the free end of a ball or skein of threach, the manner of doing a tling. উঁই, ভা, অ, অশান্তি বুজোৱা মাতৃ; বেদ ATS (PTY e, a particle signify- ing dissant, an exclaration of pain, একটু, স. বা. বেয়া বস্তু অৰ্থাত গোবৰ জাবৰ আদিক খুচৰি তলৰ ভাগ ওপৰ কব, মল দূৰ কৰ; যেনে, সি গোবৰৰ দম্ উকটিছে, গুপ্ত কুচ্ছ বা নিন্দাৰ কথা প্ৰকাশ কৰ; যেনে, তাৰ সকলো কথা উকটি পেলালো, to untuk, as dirt, &*, to expresone's secret mis- con luct, &o. একট-পাটু, স. *, “উকট-পাট” চোৰ। ওকণী, স. শ. (সং. উকুন, চুলিৰ পোক ) চুলিৰ পোক; তাৰ বুঢ়াক বিঢ়া, ডেকাক পিজলী আৰু কণীবিলাকক লেখি বোলা a, a louse. ওকণী চা, চুলিৰ মাজত ওকণী বিচাৰি মা, to search for lice in the heaul. ওকাল, স. . ( তাৎ, ওক, বাতি অহাৰ শব্দ। মুখৰ পৰা উলিয়াই পেলা; বতিয়াই উলিয়া; যেনে, ভাত বোৰ ওকালি লে, to eject from the mouth, to spit out. অ. ধাওকালি আহ, বঁতিয়াৰ খো, to retch. ওকালতি, স. শ. (যা } উকীলৰ ব্যৱসায়, rleadership. . ওকালভূনামা, স. শ. উকিল নিযুক্ত কৰা 49, a power of attorney. ওকালি, স. শ, { অং, ওক, বাতি আহিবৰ সময়ত হোৱা শব্দ) বাতি আহিবৰ উপক্ৰম, retching. . শ. { অং. ওকা, মুখৰ পৰা ওকোল, উলিয়া) মুখৰ পৰা উলিওৱা। }