পৃষ্ঠা:হেমকোষ.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এনেকুৱা এতলা, (যাং) জাননি, লোকলৈ বিশেষকৈ :- ডাৰ লোকলৈ দিয়া সম্বাদ, information submitted, a report. এদৃশ, বি. (স. এত, এনে + দৃশ, প্ৰকাৰ ) এনে, এইৰূপ, such. এতিক্ষণ, ক্ৰি. বি. (অং, এই+ক্ষণ, সময়) এতিক্ষণে, এতিয়াই (পদ্যত ব্যৱহাৰ), just now, এতিয়া, ক্ৰি. বি. ( অং. এই) এই সময়ত, এই খন্তকত, atow, at present. কা. স. এই সময়; যেনে, এতিয়ালৈ, this tine. এতিয়াই, ক্ৰি. বি. এই সময়তে, পলম নকৰা- {*, at this instant. এতেক, বি. স. (সং. এভাৱত, ইমান) ইমান, এই পৰিমাণ, so much, so many. এতেকতে, যে, অব্য. (অৎ, এতেক) এই এতেকে, কাৰণে, এই নিমিত্তে, therefore, এতেখানি, } বি. স. { অং. এতেক+খানি, এভেখিনি, পৰিমাণ ১ ইমান, so mucli. এথেন্সগেঁথেল, স. শ. (সং. আস্ফালন, থেকেচা) মানুহৰ খত বস্তুক মৰা থেকো, ST994, throwing any thing down with violence to shew displeasure with any one. বি. (অৎ, এক + খুঁতৰি, মুখৰ এখুৰীয়া, তলৰ কুঁজ) খুঁতৰিলৈকে তল CHYC, chin-deep. এথে, ক্ৰি. বি. (অৎ, এভিক্ষণ, এতিয়া) এতিয়া; যেনে, তই নাহিবি এখোন, just now, yet. এতীয়, বি. { অং. এক+তি, কোষ। একাষৰীয়া, এফলীয়া, existing in one side. এতীয়া, বি. { অং. এক+ত, কামোৰা অঙ্গ ) এটা স্বাভ-গঙ্গা; এটা দাগ থকা, having one tooth or tusk. এদনীয়া, বি. (অং. এক+দানি, বাসায় হোৱা লাভ } এজনৰ ৰা এক দল মানুহৰ মাথোন লাভ হোৱা, আনে হাত দিব নোৱৰা, এজনে বা এক দলে মাধোন চলোৱ; (বেহা বা ব্যৱসায়ও খাটে); যেনে, আফিৰ বেপাৰ গবৰ্ণমেণ্টৰ এদনীয়া, monopolized. এদিনীয়া, বি. (অং, এক দিন, ২৪ ঘন্টা) এদিন থকা; এদিনৰ, of one tlay, of short duration. এধৰীয়া, বি. (অং. এক + ধাৰ, দা-কটাৰীৰ চোক ফাল } এদাতীত ধাৰ পকা; যেনে, সাধাৰণ দা আদি অস্ত্ৰ, মুখৰ এফালে ধৰোৱা; যেনে, ইংৰাজি বটালি, not loit- ble edged, such as ordinary knives, &t, sharpened on ono side of the clge, such as an English chiscl, &c. এন, বি. (অ, এক+নখ, অলপ পৰিমাণ) অতি অলপ, কিঞ্চিৎ, a little, a sinall portion of এনাই, বি. (অ,. এক+নাই, নাভি) নাই OTTO), coming np to the navel. এনাই, স. শ. (আহম) বুঢ়ী আই, আই বা caterte a 37, grandmother. এনাই ঘৰীয়া বৰুৱা, ৰজাৰ বুঢ়ী মাকৰ মেলৰ প্ৰধান মানুহ। ৰজাৰ বুঢ়ী মাক নেথাকিলেও এনাই ঘৰীয়া, নামেৰে এখান মেল থকা দস্তুৰ আছিল, ৫ officer employed under the grandmother of the Assam Raja. এনি, ক্ৰি. বি. (সং. এভদ, এই) (407, in this vide. এনুৱা, বি. স. { অং. এনেকুৱা, এনে। এই প্ৰকাৰৰ, এই ৰূপ, sely, sucli like, এনে, বি. স. {সং. এতদ, এই এই ৰূপ; যেনে, এনে কথা, sueli, ৪el like, ক্ৰি, বি. এই দৰে; যেনে, এনে কৰিব লাগে, in this manner. এনেই, ক্ৰি. বি. শুদাই; বেচ নোহোৱাকৈ; যেনে, একো বস্তু এনেই পোৱা নেযায়; বিশেষ সকাম নোহোৱাকৈ; যেনে, এনেই entfeth, without price, without any particular object. এনেকুৱা, বি. স. এই প্ৰকাৰৰ, of this des- cription, such, f. fq. 13763, in this manner. এখুঁতৰি }