পৃষ্ঠা:হেমকোষ.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উৰণীয়া। উলম্ব উৰণীয়া, বি. “উড়নীয়া ” চোৱা। উৰঃস্থ, স. শ. (সং. উঃ, বুকু+স্থল, ঠাই) বুকু, the breast, উহু, স. শ. (সং. উৰ বুকু, অৰ্থাৎ বুকত থকা} শয্যা, ঢাৰি, পৰা বা কাপোত থকা এবিধ দুৰ্গন্ধ পোক, a bel-bug, উহু, অ, ধা. (গ. উহু, ঐ) পাগোতে ধূপি দুৰ্গন্ধ হ; যেনে, গাখীৰ উৰহিল, to hecome bad smelling by being burnt, as milk, &c. উৰহা, স. ধ. (সং. ৰস, জোল ) পাগি (Tan PI, melt by hoiling, as Gur. উৰহা, কদ, বি- (অৎ..উহু, ধুপি দুৰ্গন্ধ হ) ডেই বেয়া গোন্ধোৱা, ধু গোন্ধো, জুলীয় বস্তু খাটে), scorecd or burnt in boiling (said of liquid). উৰহী, স. শ. (অং. উৰহ, এবিধ দুৰ্গন্ধ পোক) এবিধ আঙ্গ-খোৱা ছেই আৰু তাৰ গছ; কেঁচাত ৰ গন্ধ বৰ ভাল নহয়; এতেকে TË TYT, a species of bean. উল, স. শ. ( সং. উৰুখল, ধান চাউল আদি ধুন্দা এটা যতম } বল মুখেৰে এক TRY TT, a mortar. উত্মাবি, স. শ. উৰালত বন্ধু খুন্দা কাঠৰ টাঙ্গন, a pestle. উৰি-আপ্ৰণী, স. শ. { অং. উৰি, অনুৰূ:+ আপ্ৰণী, সামান্য মানুহ। সামান্য মানুহ, ইতৰ মানুহ, দুখীয়া মানুহ, a low or poor person. উৰী-দল, স. শ. “উড়ী-দল” চোৱা। উৰী-ধান, স. শ. “উড়ী-ধান্” চোৱা। উৰিয়া, স. শ. এবিধ সুকাঠী গছ, a kind of timber tree (Bescottia Javanica). উৰুকা, স. শ. বিহুৰ আগৰ দিন; এতেকে কোনো আনন্দৰ দিনৰ আগৰ দিন, the day previous to any festival especi- ally the Bihu. । 1 উক, অ. ধা. { অৎ, বৰষু, বৰষুণ হ) চালে দি সৰকি পানী পৰ, to leak, as the roof of a house. উৰুখনি, স. শ. চালে দি পানী সৰকি পৰা কাৰ্য্য; চালে দি সৰকি পৰা পানী, ৯ leaking through the roof, the water dropped through the roof. উৰুঙ্গ, বি. { অং. উ, ন+ বৎ, আনন্দ) নিৰানন্দ, মানুহ নথকাৰ বা কমাৰ নিমিত্তে পাতল বা ৰিঙ্গা { ঘৰত খাটে); যেনে, গৰাকী নেথাকিলে ঘৰ উৰুঙ্গা হয়, | lonely, , cheerless (as a house). উকলি, স. শ. { অং. উকলু, মুখেৰে কৰা শব্দ বিশেষ) তিৰোতাই মঙ্গল কাৰ্যত sot Tifa pl #, a thri}ling sound utter by women in concert on any joyful occasion. >> উলি-পুঙ্গ, বি.বৰশীৰ পুৰ্গাৰ দৰে ওপঙ্গি ফুৰা মানুহ, কতো স্থিতাপি হৈ নথকা মানুহ। যেন, “মৰে উলি-পুঙ্গা,” a vaggrant. উৰুলী-ক, বি. (সং. উৰুৰী কৃত, কোনো কাৰ্য কৰিবলৈ গাত লোৱা) কোনো কাৰ্যলৈ ৰঙ্গেৰুে আগ বঢ়া; যেনে, অমুক এই কাম কৰিবলৈ উলী-কৃত, ready to o with pleasure, eager to do. উফল, স. শ. ( স. উৎফাল, জাপ) জাপ, বিশেষকৈ বান্ধৰ পৰা এৰাবৰ নিমিত্তে মৰা পি; যেনে, চোৰটো উফল মাৰি এৰাই লৰ মাৰিলে, a jump উৰ্বৰা, বি. (সং, উক, অধিক+ঋ, যা ) সাৰুৱা, ** Tail fertile ( said of soil), উৰ্বশী, স. শ. {সং. উৰু, বৰ + বশ, তলতীয়া কৰ। এজনা স্বৰ্গৰ অপেম্বৰীৰ , the name of a courtezan uf Indra's court. উবান্ধু, অ. ধা, “উ-বান্ধু” চোৱা। উম্মাল, স, শ, (সং. উৰোবাল, বুকুৰ নোম) বুকুৰ নোম, the hair of the breast, উলঙ্গ, বি. (সং. উৎ, উপস. +লজ, গাজ ক) বিবস্ত্ৰ, নাঙ্গঠ, naked. উলঙ্গটু, বি. (সং. উলঙ্গ, নাঙ্গট) বিবস্ত্ৰ, 2773, naked. স, ধা, (সং. উল্লন, বিৰুদ্ধা- উলং, চৰণ) আজ্ঞা ভাং; সীমা ঠেল,